Class 4 Assamese Book Chapter 10 | বৰদৈচিলা | Question Answer SCERT School

Chapter 10

বৰদৈচিলা

উত্তৰ দিয়া ।

(ক)  

• বৰদৈচিলা পদ্যটো কোনে ৰচনা কৰিছে ? 

উত্তৰঃ- 

• চ’তৰ বিহুত হিল – দল ভাঙি কোনে মাকৰ ঘৰলৈ ঢাপলি মেলিছে?

 উত্তৰঃ- 

• বৰদৈচিলাৰ লগৰীয়া কোন?

উত্তৰঃ- 

• মাকে বৰদৈচিলাক কি দিব?

 উত্তৰঃ- 

পদ্যটোৰ শেষত বৰদৈচিলাক কি কৰিবলৈ কাবৌ কৰা হৈছে ?

উত্তৰঃ- 

(খ) 

• বৰদৈচিলা আহিলে আমাৰ কি কি ক্ষতি হয় ?

উত্তৰঃ- 

• বৰদৈচিলাক আদৰণি জনাবলৈ কবিয়ে কি কি কৰাৰ কথা কৈছে? 

উত্তৰঃ- 

শব্দৰ লগত অর্থ মিলােৱো –

উত্তৰঃ-   বৰদৈচিলা    –    

 ঢাপলি    –    

কাঁকৈ    –    

ৰাজবাট    –    

লৰ    –    

কেৰু    –     

পীৰা    –    

বৰদৈচিলাক মাকৰ ঘৰ আহি পালে কোনে কি দিব লিখা।

উত্তৰঃ- 

মাকে    –    

বাপেকে    –    

ককায়েকে    –  

ভায়েকে    –    

কাষৰ বৰপীৰাৰ পৰা শব্দ আনি বাক্যবোৰ সম্পূৰ্ণ কৰা।

উত্তৰঃ- (ক) চুলি আঁচুৰিবলৈ   ব্যৱহাৰ কৰা হয়।

(খ) বহাগ বিহুৰ আগে – পাছে   আহে।

(গ)   এবিধ কাণত পিন্ধা অলংকাৰ।

(ঘ) সাধাৰণ পীৰাতকৈ ডাঙৰ কাঠৰ আসনক   বোলে।

(ঙ) জহকালি   পাটীত শুলে গা – মন জুৰ পৰে।

*মূৰৰ চুলি মেলাই মানে মূৰ আঁচুৰি । কবিয়ে বৰদৈচিলাক কিহেৰে মূৰ আঁচুৰি যাবলৈ কৈছে ?

উত্তৰঃ  

বিপৰীতাৰ্থক শব্দ লিখা।

উত্তৰঃ-

(ক) বেগাই    –    

(খ) উষ্ণ    –    

(গ) উঠিবলৈ    –    

(ঘ)   ইয়াত    –     

তলৰ শব্দবোৰেৰে একোটাকৈ বাক্য ৰচনা কৰা।

উত্তৰঃ-

বৰদৈচিলা – 

হিল – দল ভাঙি – 

শীতল পাটি –

ঢাপলি মেলা – 

মূৰৰ চুলি মেলাই – 

তলৰ দিয়া শব্দবোৰৰ বিপৰীত লিংগ লিখা।

পুংলিংগ                                     স্ত্ৰীলিংগ

বাপেক                     –                     মাক

ককায়েক                 –                     বায়েক

ভায়েক                     –                    ভনীয়েক

পেহাক                     –                   পেহীয়েক

শহুৰেক                    –                  শাহুৱেক

স্ত্ৰীলিংগ                        পুংলিংগ 

*বৰদৈচিলা বাপেকে খাৰু ভায়েকে কেৰু দিছে । ইয়াৰ বাহিৰে আৰু কি কি অসমৰ গহনা-গাঁঠৰি আছে লিখা।

উত্তৰঃ