Class 4 Assamese Book Chapter 11 | ব্ৰহ্মপুত্ৰ | Question Answer SCERT School

Chapter 11

ব্ৰহ্মপুত্ৰ

পাঠটো পঢ়া আৰু উত্তৰ দিয়া। 

(ক) অসমৰ প্রধান নদীখনৰ নাম কি? 

উত্তৰঃ- 
(খ) এই নদীখনক নদ বুলি কোৱাৰ কাৰণ কি? 

উত্তৰঃ- 
(গ) ব্রহ্মপুত্র নদীখন ক’ৰ পৰা ওলাইছে?

উত্তৰঃ- 
(ঘ) অসমত ব্রহ্মপুত্র নদীক আমি আন কি নামেৰে জানাে? 

উত্তৰঃ- 

(ঙ) পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদী – দ্বীপটোৰ নাম কি ?

উত্তৰঃ- 

(চ) ব্রহ্মপুত্র নদীত প্ৰচুৰ পৰিমাণে কি কি পােৱা যায়? 

উত্তৰঃ- 

(ছ) ব্ৰহ্মপুত্ৰৰ পানী কেতিয়া ওফন্দি উঠে? 

উত্তৰঃ- 

উত্তৰ লিখা। 

(ক) ব্রহ্মপুত্র নদীৰ উপনৈবােৰৰ নাম লিখা। 

উত্তৰঃ- 

(খ) ব্রহ্মপুত্র নদীৰ পাৰত গঢ়ি উঠা তিনিখন নগৰৰ নাম লিখা।

উত্তৰঃ- 

(গ) ব্রহ্মপুত্র নদীৰ ওপৰত থকা দলং তিনিখনৰ নাম লিখা।

উত্তৰঃ- 

*ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি আমাৰ সভ্য়তা সংস্কৃতি কেনেকৈ গঢ় লৈ উঠিছে লিখা।

উত্তৰঃ    

শব্দ-সম্ভাৰ আৰু অভিধান চাই লিখা।

উত্তৰঃ-ধাৰাসাৰ    –    

নদীমাতৃক    –    

সভ্য়তা    –    
জীৱিকা    –    
অন্য়তম    –    
ওফন্দি    –  
যুক্তাক্ষৰবোৰেৰে একোটাকৈ শব্দ গঠন কৰা।
ণ্ঢ –
ষ্প –
ষ্প্ৰ –
ষ্ক্ৰ –
ন্ত্ৰ –
ত্ম –
যুক্তাক্ষৰ ভাঙি লিখা।
হ্ম –

ন্তু –

ক্ত  –

স্থ   – 

ন্ত্ৰ  – 

স্কৃ  – 

* ব্ৰহ্মপুত্ৰ নদী  বিভিন্ন ঠাইৰ মাজেৰে বৈ আহোঁতে বিভিন্ন নাম লৈছে ।ইয়াৰ নাম সমূহ কি কি?

উত্তৰঃ