Class 4 Assamese Book Chapter 2 | মানুহৰ মাজলৈ কাপোৰ কেনেকৈ আহিল | MCQs Short Question Answer SCERT School |

Chapter 2

মানুহৰ মাজলৈ কাপোৰ কেনেকৈ আহিল

১। অৰুণাচল প্ৰদেশত থকা নৈখনৰ নাম কি ?

(ক) কামলাং

(খ) দিহিং

(গ) দিখৌ

উত্তৰঃ (ক) কামলাং

২। কামলাংত মাছ মৰা ডেকাজনৰ নাম কি ?

(ক) কৰিম

(খ) কোৱান্ছা

(গ) ৰাম

উত্তৰঃ (খ) কোৱান্ছা

৩। কোৱান্ছাৰ হেপাহ কি আছিল ?

(ক) সাতুৰা

(খ) চিকাৰ কৰা

(গ) মাছ মৰা

উত্তৰঃ (গ) মাছ মৰা

৪। কামলাং নৈখন কোন প্ৰদেশত আছে ?

(ক) অৰুণাচল প্ৰদেশ

(খ) ভূটান

(গ) মাজুলী

উত্তৰঃ (ক) অৰুণাচল প্ৰদেশ

৫। কোৱান্ছাই কামলাঙৰ পানীত কি পাতি থৈছিল ?

(ক) ফান্দ পাতি থৈছিল

(খ) দলঙা পাতি থৈছিল

(গ) জাল পাতি থৈছিল

উত্তৰঃ (খ) দলঙা পাতি থৈছিল

৬। ডাঙৰ মাছটো কোৱান্ছাই ক’ ত জীয়াই থৈছিল ?

(ক) কলহত

(খ) জাকৈত

(গ) লাউৰ খোলাত

উত্তৰঃ (গ) লাউৰ খোলাত

৭। কোৱান্ছাই তেওঁৰ ঘৰটো কিহেৰে ভৰি থকা দেখিছিল ?

(ক) কাপোৰেৰে

(খ) গামোচাৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) কাপোৰেৰে

৮। তাঁত-শালখন মেলি খট্খটাই কোনে কাপোৰ বৈছিল ?

(ক) ৰীণা

(খ) হামব্ৰুমায়

(গ) বীণা

উত্তৰঃ (খ) হামব্ৰুমায়

৯। হামব্ৰুমায় কাৰ জীয়াৰী ?

(ক) হাব্ৰু ফৈদৰ জীয়াৰী

(খ) কৰবাৰ পৰা অহা ছোৱালী

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হাব্ৰু ফৈদৰ জীয়াৰী

১০। হামব্ৰুমায় কি কামত পাকৈত ?

(ক) শিপিনী

(খ) মাছ মাৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) শিপিনী