Class 4 Assamese Book Chapter 5 | পানী | MCQs Short Question Answer SCERT School |

Chapter 5

পানী

১। পানী কেইটা অৱস্থা থাকে ?

(ক) ৩টা

(খ) ৪টা

(গ) ৫টা

উত্তৰঃ (ক) ৩টা

২। পানী উতলিলে কেনে শব্দ হয় ?

(ক) কুলু-কুলুকৈ

(খ) বক্-বকাওঁ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) বক্-বকাওঁ

৩। পাহাৰৰ পৰা পানী বাগৰি আহিলে কেনে শব্দ হয় ?

(ক) বক্-বকাওঁ

(খ) টপ্-টপাওঁ

(গ) কুলু-কুলুকৈ

উত্তৰঃ (গ) কুলু-কুলুকৈ

৪। পানী সৰি পৰোঁতে কেনে শব্দ হয় ?

(ক) টপ্ টপাওঁ

(খ) বক্ বকাওঁ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) টপ্ টপাওঁ

৫। পানীৰ বলতেই কি জ্বলে বুলি পাঠটোত কৈছে ?

(ক) জুই জ্বলে

(খ) বিজুলী চাকি জ্বলে

(গ) মাটি চাকি জ্বলে

উত্তৰঃ (খ) বিজুলী চাকি জ্বলে

৬। পানীৰ ভাপতে কি চলে বুলি পাঠটোত কৈছে ?

(ক) বিজুলী চাকি চলে

(খ) গাড়ী চলে

(গ) যন্ত্ৰ চলে

উত্তৰঃ (গ) যন্ত্ৰ চলে

৭। সকলোৱে পানীক কি নাই বুলি কৈছে ?

(ক) আকাৰ নাই

(খ) প্ৰকাৰ নাই

(গ) ওপৰৰ এটাও নাই

উত্তৰঃ (ক) আকাৰ নাই

৮। পানী কেনেকৈ বৈ থাকিবলৈ মন যায় ?

(ক) সদায় বৈ থাকিবলৈ

(খ) বৈ নাযাবলৈ

(গ) অবিৰামভাৱে বৈ থাকিবলৈ

উত্তৰঃ (গ) অবিৰামভাৱে বৈ থাকিবলৈ

৯। বতাহ বলিলে কেনে শব্দ হয় ?

(ক) হুৰ্ হুৰণিকৈ

(খ) টিক্ টিক্ কৈ

(গ) মেৰ্ মেৰ্ কৈ

উত্তৰঃ (ক) হুৰ্ হুৰণিকৈ

১০। ঘড়ীৰৰ শব্দ কেনে ধৰণৰ হয় ?

(ক) কেৰ্ কেৰ্

(খ) টং টং

(গ) টিক্ টিক্

উত্তৰঃ (খ) টং টং