Class 4 Environment Assam Answer ( পৰিৱেশ ) Chapter 1 | গছ-গছনিৰ কথা | Environment Solution SCERT School

Chapter 1

গছ- গছনিৰ কথা

১। আমাৰ চৌপাশত কি ধৰনৰ উদ্ভিদ আছে ?

(ক) বিভিন্ন ধৰনৰ

(খ) একেধৰনৰ

(গ) এটাও নহয়

উত্তৰঃ (ক) বিভিন্ন ধৰনৰ

২। আকাৰ আৰু গঠনৰ অনুসৰি উদ্ভিদৰ কেইটা ভাগত ভাগ কৰা হয় ?

(ক) ৩ টা

(খ) ৭ টা

(গ) ৪ টা

উত্তৰঃ (গ) ৪ টা

৩। গা-গছ বা কাণ্ডৰ পৰা কি ওলাই ?

(ক) লতা

(খ) ডাল

(গ) এটাও নহয়

উত্তৰঃ (খ) ডাল

৪। শিপাই মাটিৰপৰা কি কি শুহি লয় ?

(ক) কাৰ্বন-ডাই-অক্সাইড আৰু অক্সিজেন

(খ) পানী আৰু খনিজ লৱন

(গ) এটাও নহয়

উত্তৰঃ (খ) পানী আৰু খনিজ লৱন

৫। কি কি উদ্ভিদৰ শিপাৰে আমি পাচলি খাওঁ ?

(ক) বিলাহি আৰু আলু

(খ) গাজৰ, মূলা, বীট

(গ) এটাও নহয়

উত্তৰঃ (খ) গাজৰ, মূলা, বীট

৬। মাটিৰ তলৰ শিপাৰ বৰণ কেনেকোৱা ?

(ক) ৰঙা

(খ) হালধীৰা

(গ) বগা

উত্তৰঃ (গ) বগা

৭। উদ্ভিদৰ এটা প্ৰয়োজনীয় অংশ কি ?

(ক) ডাল

(খ) শিপা

(গ) পাত

উত্তৰঃ (গ) পাত

৮।  উদ্ভিদে নিজৰ আহাৰ কিহৰ সহায় তৈয়াৰ কৰে ?

(ক) পত্ৰহৰিৎ

(খ) কাৰ্বন-ডাই-অক্সাইড

(গ) এটাও নহয়

উত্তৰঃ (ক) পত্ৰহৰিৎ

৯। উদ্ভিদে আহাৰ তৈয়াৰ কৰা প্ৰক্ৰিয়া তোক কি বোলে ?

(ক) পত্ৰহৰিৎ

(খ) কাৰ্বন-ডাই-অক্সাইড

(গ) সালোক সংশ্লেষণ

উত্তৰঃ (গ) সালোক সংশ্লেষণ

১০। শিপাই মাটিৰ পৰা কি শোষণ কৰি লয় ?

(ক) সালোক সংশ্লেষণ

(খ) বায়ু

(গ) পানী

উত্তৰঃ (গ) পানী

১১। পাতে কি এৰি দিয়ে ?

(ক) অক্সিজেন

(খ) কাৰ্বন-ডাই- অক্সাইড

(গ) এটাও নহয়

উত্তৰঃ (ক) অক্সিজেন

১২। উদ্ভিদে আহাৰ তৈয়াৰ কৰিবলৈ কি গেছ ব্যৱহাৰ কৰে ?

(ক) সালোক সংশ্লেষণ

(খ) অক্সিজেন

(গ) কাৰ্বন-ডাই- অক্সাইড

উত্তৰঃ (গ) কাৰ্বন-ডাই- অক্সাইড

১৩। ফুলৰপৰা কি হয় ?

(ক) গছ

(খ) ফল

(গ) গুটি

উত্তৰঃ (খ) ফল

১৪। এটা গুটি থকা ফলক কি বোলে ?

(ক) বহুগুটীয়া

(খ) এগুটীয়া

(গ) এটাও নহয়

উত্তৰঃ (খ) এগুটীয়া

১৫। তলৰ বহুগুটিয়া ফল কোন বিধ ?  

(ক) আম

(খ) লেচু

(গ) কঁঠাল

উত্তৰঃ (গ) কঁঠাল

১৬। এটা গুতি থকা ফল কোন বিধ ?

(ক) ডালিম

(খ) বগৰী

(গ) ৰবাবটেঙা

উত্তৰঃ (খ) বগৰী

১৭। বছৰৰ সকলো সময়তে কি ফল পোৱা যায় ?

(ক) বগৰী

(খ) কল

(গ) জলফাই

উত্তৰঃ (খ) কল

১৮। গ্ৰীষ্ম ঋতুত কি ফল হয় ?

(ক) লেটেকু

(খ) কমলা

(গ) আপেল

উত্তৰঃ (ক) লেটেকু

১৯। শীত ঋতুত কি ফল হয় ? 

(ক) কল

(খ) লিচু

(গ) ৰবাবটেঙা

উত্তৰঃ (গ) ৰবাবটেঙা

২০। আকাৰ ডাঙৰ এটা ফলৰ নাম কি ? 

(ক) কঠাল

(খ) লেটেকু

(গ) পনিয়ল

উত্তৰঃ (ক) কঠাল

Type: Pompi Hazarika