Class 4 Environment Assam Answer ( পৰিৱেশ ) Chapter 11 | অসমৰ প্ৰাকৃতিক সম্পদ | Environment Solution SCERT School

Chapter 11

অসমৰ প্ৰাকৃতিক সম্পদ

১।  অসমৰ প্ৰাকৃতিক সম্পদ সমূহক কেইটা ভাগত ভাগ কৰা হয় ?

(ক) ৩টা

(খ) ৪টা

(গ) ২টা

(ঘ) এটাও নহয়

উত্তৰঃ (খ) ৪টা

২। অসমৰ প্ৰধান  কৃষি কি ?

( ক) সৰিয়হ

(খ) ধান

(গ) ফল-মূল

উত্তৰঃ (খ) ধান

৩। গছ-গছনিয়ে বায়ুমণ্ডল কি কৰে ?

( ক) প্ৰদূষণ

(খ) প্ৰদূষণ দূৰ কৰে

(গ) এটাও নহয়

উত্তৰঃ (খ) প্ৰদূষণ দূৰ কৰে

৪। বনজাত সম্পদসমূহক কেইটা ভাগত ভাগ কৰা হয়  ?

(ক) ২ টা

(খ) ৩ টা

(গ) এটাও নহয়

উত্তৰঃ (ক) ২ টা

৫। আমাৰ দেশৰ  মাটিৰ পাঁচ ভাগৰ ভিতৰত  কিমান ভাগত অৰণ্য়আবৰি আছে ?

(ক) ২ ভাগত

(খ) ১ ভাগত

(গ) ৪ ভাগত

উত্তৰঃ (খ) ১ ভাগত

৬। পৰিৱেশ সুস্থ কৰি  ৰাখিবলৈ আমি কি কৰিব লাগে  ?

(ক) গছ-গছনি কাতিব লাগে

(খ) অধিক গছপুলি ৰুব লাগে

(গ) এটাও নহয়

উত্তৰঃ (খ) অধিক গছপুলি ৰুব লাগে

৭। কাজিৰঙা কিহৰ বাবে বিখ্য়াত

(ক) হাতীৰ

(খ) বাঘ

(গ) এটা খড়্গযুক্ত গড়ৰ

উত্তৰঃ (গ) এটা খড়্গযুক্ত গড়ৰ

৮। প্ৰকৃতিক ভাল পোৱা  বিখ্য়াত ব্য়ক্তি জন কোন ?

(ক) যাদৱ পায়েং

(খ) মহাত্মা গান্ধী

(গ) এটাও নহয়

উত্তৰঃ (ক) যাদৱ পায়েং

৯। কোন চনত যাদৱ পায়েংঙে  পদ্মশ্ৰী সন্মাৰে সন্মানিত কৰে ?

(ক) ২০১২ চনত

(খ) ২০১৫ চনত

(গ) ২০১৬ চনত

উত্তৰঃ (খ) ২০১৫ চনত

১০। কোন চনত ‘ ধৰিত্ৰী দিৱস পালন কৰা হয় ?

(ক) ২০১২ চনত

(খ) ২০২৫ চনত

(গ) ২০১৫ চনত

উত্তৰঃ (ক) ২০১২ চনত

১১। অসমক কি ৰাজ্য় বুলি কোৱা হয় ?

(ক) সেউজী অসম

(খ) পনীয়া সোনৰ ৰাজ্য়

(গ) এটাও নহয়

উত্তৰঃ (খ) পনীয়া সোনৰ ৰাজ্য়

১২। ভূ-গৰ্ভত পোৱা সম্পদ বোৰক কি বুলি কোৱা হয়  ?

(ক) খনিজ সম্পদ

(খ) বনজ সম্পদ

(গ) এটাও নহয়

উত্তৰঃ (ক) খনিজ সম্পদ

১৩। কাৰ্বি আংলং জিলাত অধিক পৰিমানে কি পোৱা যায় ?

(ক) খাৰুৱা তেল

(খ) চূনশিল পোৱা যায়

(গ) এটাও নহয়

উত্তৰঃ (খ) চূনশিল পোৱা যায়

১৪। কিহৰ  সহায়ত জলবিদ্য়ুৎ শক্তি উৎপাদান কৰা হয় ?

(ক) জাহাজৰ সহায়ত

(খ) টাৰবাইনৰ সহায়ত

(গ) এটাও নহয়

উত্তৰঃ (খ) টাৰবাইনৰ সহায়ত

১৫। প্ৰকৃতিৰ পৰা পোৱা সম্পদ সমূহক কি বোলে  ?

(ক) বনজ সম্পদ

(খ) প্ৰাকৃতিক সম্পদ

(গ) এটাও নহয়

উত্তৰঃ (খ) প্ৰাকৃতিক সম্পদ

১৬।  তলৰ কোন বিধ প্ৰাণী পানীত থাকে ? 

(ক) গৰু

(খ) মাছ

(গ) বাঘঁ

উত্তৰঃ (খ) মাছ

১৭। কয়লা এবিধ কি সম্পদ ? 

(ক) খনিজ সম্পদ

(খ) পনীয়া সোন

(গ) জলজ সম্পদ

উত্তৰঃ (ক) খনিজ সম্পদ

১৮। গঁড়, হাতী কি সম্পদ ? 

(ক) বনজ সম্পদ

(খ) খনিজ সম্পদ

(গ) এটাও নহয়

উত্তৰঃ (ক) বনজ সম্পদ

১৯। খাৰুৱা তেল কি সোন ?

(ক) খনিজ সম্পদ

(খ) পনীয়া সোন

(গ) এটাও নহয়

উত্তৰঃ (খ) পনীয়া সোন

২০। পানীত থকা প্ৰাণীসমূহ কি সম্পদ ? 

(ক) জলজ সম্পদ

(খ) বনজ সম্পদ

(গ) খনিজ সম্পদ

উত্তৰঃ (ক) জলজ সম্পদ