Class 4 Environment Assam Answer ( পৰিৱেশ ) Chapter 12 | অসমৰ কুটিৰ শিল্প | Environment Solution SCERT School

Chapter 12

অসমৰ কুটিৰ শিল্প

১। অসম কিহৰ বাবে বিখ্য়াত ?

(ক) বাঁহ-বেত, পাট-মুগা, কাঁহ-পিতল

(খ) জীৱ-জন্তুৰ

(গ) এটাও নহয়

উত্তৰঃ (ক) বাঁহ-বেত, পাট-মুগা, কাঁহ-পিতল

২। অসমৰ সৰ্থেবাৰী কিহৰ বাবে বিখ্য়াত ?

(ক) কাঁহ শিল্প

(খ) পিতল শিল্প

(গ) এটাও নহয়

উত্তৰঃ (ক) কাঁহ শিল্প

৩। হাজো কিহৰ বাবে বিখ্য়াত ?

(ক) পিতল শিল্প

(খ) কাঁহ শিল্প

(গ) এটাও নহয়

উত্তৰঃ (ক) পিতল শিল্প

৪। অসম কিহৰ বাবে বিখ্য়াত ?

(ক) পাট-মুগাৰ

(খ) বাঁহ-বেতৰ

(গ) এটাও নহয়

উত্তৰঃ (ক) পাট-মুগাৰ

 ৫। গৰম দিনত কি কাপুৰ পিন্ধা হয় ?

(ক) পলিয়েষ্টাৰ

(খ) কপাহী

(গ) এটাও নহয়

উত্তৰঃ (খ) কপাহী

৬। তাঁত -শালত সাধাৰনতে কি কাপোৰ বোৱা হয় ?

(ক) কপাহী, এৰী আৰু মুগা

(খ) মাচআজি

(গ) এটাও নহয়

উত্তৰঃ (ক) কপাহী, এৰী আৰু মুগা

৭। অসম কিহৰ বাবে বিখ্য়াত  ?

(ক) পাট-মুগাৰ

(খ) কপাহী কাপোৰৰ

(গ) এটাও নহয়

উত্তৰঃ (ক) পাট-মুগাৰ

৮। মৃৎশিল্পৰ অন্য়তম আকৰ্ষণ কি ?

(ক) টেৰাকোটা

(খ) মৃৎশিল্প কেন্দ্ৰ

(গ) এটাও নহয়

উত্তৰঃ (ক) টেৰাকোটা

৯।  মাজুলী কিহৰ বাবে বিখ্য়াত ?

(ক) মৃৎশিল্পৰ

(খ) বস্ত্ৰনগৰী

(গ) এটাও নহয়

উত্তৰঃ (ক) মৃৎশিল্পৰ

১০। নলবাৰী কিহৰ বাবে জনাজাত ?

(ক)বস্ত্ৰনগৰি

(খ) বাঁহ-বেতৰ আৰু জাপিৰ

(গ) এটাও নহয়

উত্তৰঃ (খ) বাঁহ-বেতৰ আৰু জাপিৰ

১১। জঁকাবোৰ কিহেৰে সজা হয়  ?

(ক) বাঁহৰ তঙালেৰে

(খ) মাটিৰে

(গ) কাঁঠেৰে

(ঘ) এটাও নহয়

উত্তৰঃ (ক) বাঁহৰ তঙালেৰে

১২। মুখা সাজিবলৈ কি ব্য়ৱহাৰ কৰা হয় ?

(ক) আলতীয়া মাটি

(খ) বালিচহিয়া মাটি

(গ) এটাও নহয়

উত্তৰঃ (ক) আলতীয়া মাটি

১৩। কাছৰ জিলা কিহৰ বাবে বিখ্য়াত ?

(ক) বাঁহ-বেতৰ

(খ) পাটী আৰু বেতৰ

(গ) এটাও নহয়

উত্তৰঃ (খ) পাটী আৰু বেতৰ

১৪। মাজুলি কিহৰ বাবে জনাজাত  ?

(ক) মুখাশিল্পৰ

(খ) কুটী শিল্পৰ

(গ) কাঁহ শিল্প

উত্তৰঃ (ক) মুখাশিল্পৰ

১৫। অসমৰ কেইখন জিলাত কুটীৰ শিল্প আছে ?

(ক) ২ খন

(খ) ৩ খন

(গ) প্ৰতিখন

উত্তৰঃ (গ) প্ৰতিখন

১৬। তলৰ কোনটো মৃৎশিল্প লিখা ? 

(ক) শৰাই

(খ) মূৰ্তি

(গ) এটাও নহয়

উত্তৰঃ (খ) মূৰ্তি

১৭। শুৱালকুছি কি শিল্প বাবে বিখ্য়াত ? 

(ক) বেতৰ শিল্প

(খ) কাঁহৰ শিল্প

(গ) বয়ন শিল্প

উত্তৰঃ (গ) বয়ন শিল্প

১৮। তলৰ কোন বিধ কাঁহেৰে তৈয়াৰ কৰা সামগ্ৰী ?  

(ক) বান বাতি

(খ) আঙুঠি

(গ) বাল টিন

উত্তৰঃ (ক) বান বাতি

১৯। পিতল শিল্প ক’ত পোৱা যায় ? 

(ক) নলবাৰী

(খ) শিলচৰ

(গ) হাজো

উত্তৰঃ (গ) হাজো

২০। বাঁহ-বেত শিল্প ক’ত পোৱা যায় ?

(ক) কাছাৰ

(খ) ধুবুৰী

(গ) নলবাৰী

উত্তৰঃ (গ) নলবাৰী