Class 4 Environment Assam Answer ( পৰিৱেশ ) Chapter 9 | আমাৰ ৰাষ্ট্ৰীয় পতাকা | Environment Solution SCERT School

Chapter 9

আমাৰ ৰাষ্ট্ৰীয় পতাকা

১। ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনৰ কেইটা ৰং?

(ক) ৩ টা

(খ) ৪টা

(গ) ৫ টা

উত্তৰঃ (ক) ৩ টা

২। ত্ৰিৰংগা পতাকা বুলি কোনখন দেশৰ পতাকাক কয়?

(ক) ভাৰত দেশৰ

(খ) আমেৰিকা দেশৰ

(গ) ৰাছিয়াৰ

উত্তৰঃ (ক) ভাৰত দেশৰ

৩। ত্ৰিৰংগা পতাকাখন ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা হিচাপে কেতিয়া স্বীকৃতি পাইছিল?

(ক) ১৯৪৭ চনৰ ২৩ আগষ্টত

(খ) ১৯৪৭ চনৰ ২২ জুলাইত

(গ) ১৯৪৫ চনৰ ২৫ জুলাইত

উত্তৰঃ (খ) ১৯৪৭ চনৰ ২২ জুলাইত

৪। পতাকাখনৰ মাজৰ ৰঙৰ কি অৰ্থ?

(ক) সত্য় আৰু শান্তিৰ প্ৰতীক

(খ) সাহসৰ প্ৰতীক

(গ) এটাও নহয়

উত্তৰঃ (ক) সত্য় আৰু শান্তিৰ প্ৰতীক

৫। অশোক চক্ৰটোক আৰু কি বোলে?

(ক) ধৰ্মচক্ৰ

(খ) বৃত্তাকাৰ চক্ৰ

(গ) এটাও নহয়

উত্তৰঃ (ক) ধৰ্মচক্ৰ

৬। অশোক চক্ৰটো কৰ পৰা লোৱা হৈছে?

(ক) লক্ষ্মীনাথ অশোক স্তম্ভৰ পৰা

(খ) সাৰনাথৰ অশোক স্তম্ভ’ৰ পৰা

(গ) শংকৰদেৱৰ কীৰ্তন-ঘোষাৰ পৰা

উত্তৰঃ (খ) সাৰনাথৰ অশোক স্তম্ভ’ৰ পৰা

৭। চক্ৰটোত কেইডাল দণ্ড থাকে?

(ক) ২৭ ডাল

(খ) ২৬ ডাল

(গ) ২৪ ডাল

উত্তৰঃ (গ) ২৪ ডাল

৮। ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰোঁতে গেৰুৱা ৰংটো কোনফালে থাকে?

(ক) ওপৰৰ ফালে

(খ) মাজত থাকে

(গ) তলৰ ফালে

উত্তৰঃ (ক) ওপৰৰ ফালে

৯। বিশ্বৰ যিকোনো ঠাইত কিহেৰে নিজৰ চিনাকি দিয়া?

(ক) নিজৰ কাপোৰে

(খ) নিজৰ খোৱা-বোৱাৰে

(গ) নিজৰ ৰাষ্ট্ৰীয় পতাকাখনে

উত্তৰঃ (গ) নিজৰ ৰাষ্ট্ৰীয় পতাকাখনে

১০। আমাৰ ৰাষ্ট্ৰীয় প্ৰতীকটো কি?

(ক) ৰাষ্ট্ৰীয় পতাকা

(খ) অশোক স্তম্ভ

(গ) ৰাষ্ট্ৰীয় পতাকাখনৰ ৰং

উত্তৰঃ (খ) অশোক স্তম্ভ

১১। ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকটো কেতিয়া গ্ৰহণ কৰা হয়?

(ক) ১৯৫০ চনৰ ২৬ জানুৱাৰী দিনা

(খ) ১৯৫৫ চনৰ ২৭ জানুৱাৰী দিনা

(গ) ১৯৫৪ চনৰ ২৫ জানুৱাৰী দিনা

উত্তৰঃ (ক) ১৯৫০ চনৰ ২৬ জানুৱাৰী দিনা

১২। গণতন্ত্ৰ দিৱস কেতিয়া পালন কৰা হয়?

(ক) ২৬ জানুৱাৰীত

(খ) ২৭ জানুৱাৰীত

(গ) ২৮ জানুৱাৰীত

উত্তৰঃ (ক) ২৬ জানুৱাৰীত

১৩। স্বাধীনতা দিৱস কেতিয়া পালন কৰা হয়?

(ক) ১৬ জানুৱাৰীত

(খ) ১৫ আগষ্টত

(গ) ৩০ জুলাইত

উত্তৰঃ (খ) ১৫ আগষ্টত

১৪। ৰাষ্ট্ৰীয় সংগীত কোনটো?

(ক) জন-গণ-মন

(খ) অ মোৰ আপোনাৰ দেশ

(গ) বন্দেমাতৰম

উত্তৰঃ (ক) জন-গণ-মন

১৫। ৰাষ্ট্ৰীয় সংগীতটো কোনে লিখিছিল?

(ক) কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰে

(খ) শ্ৰী মন্ত শংকৰদেৱে

(গ) মহাত্মা গান্ধীজীয়ে

উত্তৰঃ (ক) কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰে

১৬। ৰাষ্ট্ৰীয় সংগীতটো গাবলৈ কিমান চেকেণ্ড লাগে?

(ক) ৫২ চেকেণ্ড

(খ) ৫১ চেকেণ্ড

(গ) ৫০ চেকেণ্ড

উত্তৰঃ (ক) ৫২ চেকেণ্ড

১৭। ৰাষ্ট্ৰীয় সংগীতটোক সন্মান জনোৱাটো আমাৰ কি কৰ্তব্য়?

(ক) মৌলিক কৰ্তব্য়

(খ) ব্য়ক্তিগত কৰ্তব্য়

(গ) এটাও নহয়

উত্তৰঃ (ক) মৌলিক কৰ্তব্য়

১৮। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ গীতটোক ৰাষ্ট্ৰীয় গীত হিচাপে কেতিয়া স্বীকৃতি পাইছিল?

(ক) ১৯৫০ চনৰ ২৪ জানুৱাৰীত

(খ) ১৯৯৯ চনৰ ১৪ জানুৱাৰীত

(গ) ১৬৬৭ চনৰ ১৫ আগষ্টত

উত্তৰঃ (ক) ১৯৫০ চনৰ ২৪ জানুৱাৰীত

১৯। তলত দিয়া কোনটো ৰাষ্ট্ৰীয় চৰাই?

(ক) শগুন

(খ) ময়ূৰ

(গ) পাৰ

উত্তৰঃ (খ) ময়ূৰ

২০। তলৰ কোনটো ৰাষ্ট্ৰীয় দিৱস?

(ক) শিক্ষক দিৱস

(খ) সাধাৰণ জন্ম দিন

(গ) প্ৰধান মন্ত্ৰী জন্ম দিন

উত্তৰঃ (ক) শিক্ষক দিৱস

Type by : Pompi Hazarika