Class 4 General Science Chapter 2 MCQ’s Sankardev School | বায়ু, পানী আৰু বতৰ | Class 4 General Science Chapter 2 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 2

বায়ু, পানী আৰু বতৰ

১। বায়ুত থকা উপাদানবোৰৰ ভিতৰত কি বৰ দৰকাৰী?

(ক) নাইট্ৰ’জেন

(খ) অক্সিজেন

(গ) কাৰ্বন-ডাই-অক্সাইড

উত্তৰ- (খ) অক্সিজেন ।

২। কি গেছৰ পৰিমাণ বায়ুত আটাইতকৈ বেছি?

(ক) অক্সিজেন

(খ) নাইট্ৰ’জেন

(গ) কাৰ্বন-ডাই-অক্সাইড

উত্তৰ- (খ) নাইট্ৰ’জেন ।

৩। বায়ুত অক্সিজেনৰ পৰিমাণ কিমান শতকৰা?

(ক) ৭৮.০ শতকৰা

(খ) ২১.০ শতকৰা

(গ) ০.৯৭ শতকৰা

উত্তৰ- (খ) ২১.০ শতকৰা ।

৪। বায়ুত ধূলিকণা, জনীয় ভাপ আৰু অন্যান্য গেছৰ পৰিমাণ কিমান শতকৰা?

(ক) ০.০৩ শতকৰা

(খ) ০.৯৭ শতকৰা

(গ) ০.০৫ শতকৰা

উত্তৰ- (খ) ০.৯৭ শতকৰা ।

৫। মানুহৰ শৰীৰত প্ৰায় শতকৰা কিমান ভাগ পানী থাকে?

(ক) ৫০ ভাগ

(খ) ৬০ ভাগ

(গ) ৭০ ভাগ

উত্তৰ- (গ) ৭০ ভাগ ।

৬। আমাৰ দাঁতত কিমান শতাংশ পানী থাকে?

(ক) ৫ শতাংশ

(খ) ১০ শতাংশ

(গ) ২ শতাংশ

উত্তৰ- (খ) ১০ শতাংশ ।

৭। তাপ আৰু বতৰৰ অৱস্থা অনুযায়ী বছৰটোক কেইটা ঋতুত ভাগ কৰা হৈছে?

(ক) ৪ টা

(খ) ৬ টা

(গ) ৫ টা

উত্তৰ- (খ) ৬ টা ।

৮। পানী কেইটা ভাগত ভাগ কৰা হৈছে?

(ক) ২ টা

(খ) ৪ টা

(গ) ৬ টা

উত্তৰ- (ক) ২ টা ।

৯। বেৰ’মিটাৰ সহায়ত কি জোখা হয়?

(ক) বায়ুৰ চাপ

(খ) বতাহৰ দিশ

(গ) বতাহৰ বেগ

উত্তৰ- (ক) বায়ুৰ চাপ ।

১০। বায়ু নিচানৰ সহায়ত কেনে ধৰণৰ তথ্য সংগ্ৰহ কৰা হয়?

(ক) বৰষুণৰ পৰিমাণ

(খ) বতাহৰ দিশ

(গ) বতাহৰ বেগ

উত্তৰ- (খ) বতাহৰ দিশ ।

১১। এনিম’মিটাৰ সহায়ত কি জোখা হয়?

(ক) বতাহৰ বেগ

(খ) বায়ুৰ চাপ

(গ) বায়ুত থকা জলীয় ভাপৰ পৰিমাণ

উত্তৰ- (ক) বতাহৰ বেগ ।

১২। হাইগ্ৰ’মিটাৰ সহায়ত কি জোখা হয়?

(ক) বায়ুৰ চাপ

(খ) বতাহৰ দিশ

(গ) বায়ুত থকা জলীয় ভাপৰ পৰিমাণ

উত্তৰ- (গ) বায়ুত থকা জলীয় ভাপৰ পৰিমাণ ।

১৩। বৃষ্টিমান যন্ত্ৰৰ সহায়ত কি জোখা হয়?

(ক) বতাহৰ বেগ

(খ) উষ্ণতা

(গ) বৰষুণৰ পৰিমাণ

উত্তৰ- (গ) বৰষুণৰ পৰিমাণ ।

১৪। থাৰ্ম’মিটাৰ সহায়ত কি জোখা হয়?

(ক) উষ্ণতা

(খ) বৰষুণৰ পৰিমাণ

(গ) বতাহৰ দিশ

উত্তৰ- (ক) উষ্ণতা ।

১৫। বায়ুত নাইট্ৰ’জেনৰ পৰিমাণ কিমান শতকৰা?

(ক) ২১.০ শতকৰা

(খ) ৭৮.০ শতকৰা

(গ) ০.৯৭ শতকৰা

উত্তৰ- (খ) ৭৮.০ শতকৰা ।

১৬। বায়ুত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমান কিমান শতকৰা?

(ক) ০.০৩ শতকৰা

(খ) ০.০৮ শতকৰা

(গ) ০.৯৭ শতকৰা

উত্তৰ- (ক) ০.০৩ শতকৰা ।

১৭। প্ৰদূষিত পানী খোৱাৰ ফলত কি ৰোগ হয়?

(ক) জণ্ডিছ

(খ) জ্বৰ

(গ) এটাও নহয়

উত্তৰ- (ক) জণ্ডিছ ।

১৮। কেতিয়াবা কেতিয়াবা বতাহ জোৰেৰে বয় আৰু জোৰেৰে বলিলে তাক কি বোলে?

(ক) বতাহ

(খ) ধুমুহা

(গ) এটাও নহয়

উত্তৰ- (খ) ধুমুহা ।

১৯। যি পানীত চাবোন ঘঁহিলে সহজে ফেন নুঠে, তাক কি পানী বোলে?  

(ক) খৰ পানী বা কঠিন পানী

(খ) মৃদু বা কোমল পানী

(গ) অস্থায়ী খৰ পানী

উত্তৰ- (ক) খৰ পানী বা কঠিন পানী ।

২০। কিছুমান পানী উতলালে কোমল হৈ পৰে। এইবোৰক কি পানী বুলি কোৱা হয়?

(ক) অস্থায়ী খৰ পানী

(খ) স্থায়ী খৰ পানী

(গ) খৰ পানী

উত্তৰ- (ক) অস্থায়ী খৰ পানী ।

Type by- Bikul Mandal