Class 4 General Science Chapter 3 MCQ’s Sankardev School | আমাৰ শৰীৰ | Class 4 General Science Chapter 3 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 3

আমাৰ শৰীৰ

১। যিবোৰ অংগ-প্ৰত্যংগৰ সহায়ত আমি বাহিৰৰ সকলো কথাকেই গম পাওঁ, সেইবোৰক কি বোলে?

(ক) বাহ্যিক অংগ

(খ) আভ্যন্তৰীণ অংগ

(গ) ইন্দ্ৰিয়

উত্তৰ- (গ) ইন্দ্ৰিয়।

২। মানুহৰ শৰীৰত কেইটা ইন্দ্ৰিয় আছে?

(ক) ৩ টা

(খ) ৪ টা

(গ) ৫ টা

উত্তৰ- (গ) ৫ টা ।

৩। আভ্যন্তৰীণ অংগ কোন কেইটা?  

(ক) চকু, কাণ

(খ) হাওঁফাওঁ, কলিজা

(গ) এটাও নহয়

উত্তৰ- (খ) হাওঁফাওঁ, কলিজা ।

৪। মগজুৰ পৰা সূতাৰ দৰে কিছুমান অংগ ওলাই শৰীৰৰ প্ৰতিটো অংশলৈ যায় তাক কি বোলে?

(ক) লাওখোলা

(খ) স্নায়ু

(গ) এটাও নহয়

উত্তৰ- (খ) স্নায়ু ।

৫। মানুহৰ প্ৰতি পাৰিত কিমান টাকৈ দাঁত থাকে?

(ক) ১৪ টা

(খ) ১৫ টা

(গ) ১৬ টা

উত্তৰ- (গ) ১৬ টা ।

৬। মানুহৰ দাঁত কেই প্ৰকাৰৰ?

(ক) ২ প্ৰকাৰৰ

(খ) ৪ প্ৰকাৰৰ

(গ) ৫ প্ৰকাৰৰ

উত্তৰ- (খ) ৪ প্ৰকাৰৰ ।

৭। আগ দাঁতেৰে আমি কি কৰোঁ?

(ক) বস্তু টুকুৰা কৰোঁ

(খ) বস্তু ছিঙো

(গ) বস্তু চোবাই গুৰি কৰোঁ

উত্তৰ- (খ) বস্তু ছিঙো ।

৮। পুৰষঃ প্ৰেষক আৰু প্ৰেষক দাঁতেৰে আমি কি কৰোঁ?

(ক) বস্তু চোবাই গুৰি কৰোঁ

(খ) বস্তু টুকুৰা কৰোঁ

(গ) বস্তু ছিঙো

উত্তৰ- (ক) বস্তু চোবাই গুৰি কৰোঁ ।

৯। কুকুৰ দাঁতেৰে কি কৰোঁ?

(ক) বস্তু ছিঙো

(খ) বস্তু চোবাই গুৰি কৰোঁ

(গ) বস্তু টুকুৰা কৰোঁ

উত্তৰ- (গ) বস্তু টুকুৰা কৰোঁ ।

১০। আমাৰ ইন্দ্ৰিয়বোৰ কি কি?

(ক) চকু, কাণ, নাক, জিভা আৰু ছাল

(খ) হাওঁফাঁও, বৃক্ক, কলিজা, পাকস্থলী আৰু খাদ্যনলী

(গ) এটাও নহয়

উত্তৰ- (ক) চকু, কাণ, নাক, জিভা আৰু ছাল ।

Type by- Bikul Mandal