Class 4 General Science Chapter 4 MCQ’s Sankardev School | অণুজীৱ, সোঁচৰা বেমাৰ আৰু ইয়াৰ প্ৰতিকাৰ | Class 4 General Science Chapter 4 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 4

অণুজীৱ, সোঁচৰা বেমাৰ আৰু ইয়াৰ প্ৰতিকাৰ

১। অনুজীৱ কেই প্ৰকাৰৰ?

(ক) ৪ প্ৰকাৰৰ

(খ) ২ প্ৰকাৰৰ

(গ) ৩ প্ৰকাৰৰ

উত্তৰ- (খ) ২ প্ৰকাৰৰ ।

২। অনুজীৱৰ ভিতৰত কি হৈছে ক্ষুগ্ৰতম?

(ক) বেক্টেৰিয়া

(খ) ভেঁকুৰ

(গ) ভাইৰাজ

উত্তৰ- (গ) ভাইৰাজ ।

৩। কিমান চনত হলেণ্ডৰ বিজ্ঞানী লিউৱেন হুকে পোন প্ৰথমে সৰল অণুবীক্ষণ যন্ত্ৰ সাজি উলিয়াইছিল?

(ক) ১৬৭৭ চনত

(খ) ১৬৭৬ চনত

(গ) ১৬৭৫ চনত

উত্তৰ- (গ) ১৬৭৫ চনত ।

৪। কি নামৰ এবিধ অনুজীৱই এৱা গাখীৰক দৈত পৰিণত কৰে?

(ক) ভাইব্ৰিঅ’কলেৰি

(খ) পলিঅ’ভাইৰাজ

(গ) লেক্ট’বেছিলাছ

উত্তৰ- (গ) লেক্ট’বেছিলাছ ।

৫। কি নামৰ অনুজীৱবিধ পাউৰুটি তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়?

(ক) ভাইব্ৰিঅ’কলেৰি

(খ) ইষ্ট

(গ) লেক্ট’বেছিলাছ

উত্তৰ- (খ) ইষ্ট ।

৬। উৰহী আৰু মাহজাতীয় উদ্ভিদৰ শিপাত থকা কি কি নামৰ অণুজীৱই মাটিত নাইট্ৰ’জেন জাতীয় সাৰৰ যোগান ধৰে?

(ক) ইষ্ট আৰু পলিঅ’ভাইৰাজ

(খ) লেক্ট’বেছিলাছ আৰু ভাইব্ৰিঅ’কলেৰি

(গ) ৰাইয’বিয়াম আৰু এযেট’বেক্টৰ

উত্তৰ- (গ) ৰাইয’বিয়াম আৰু এযেট’বেক্টৰ ।

৭। যিবোৰ অণুজীৱই বেমাৰৰ সৃষ্টি কৰে তাক কি বোলে?

(ক) ভাইৰাজ

(খ) বেক্টেৰিয়া

(গ) বীজাণু ।

উত্তৰ- (গ) বীজাণু ।

৮। কিহে আমাৰ শৰীৰত কলেৰা, টাইফ’য়েড, যক্ষ্মা আদি অনেক বেমাৰৰ সৃষ্টি কৰে

(ক) বীজাণু

(খ) ভেঁকুৰ

(গ) ভাইৰাজ

উত্তৰ- (ক) বীজাণু ।

৯। কি অণুজীৱই কমলা, নেমুটেঙা আদি পচায়?

(ক) পেনিচিলিয়াম

(খ) ৰাইয’বিয়াম

(গ) এযেট’বেক্টৰ

উত্তৰ- (ক) পেনিচিলিয়াম ।

১০। কি অণুজীৱৰ দ্বাৰা কলেৰা বেমাৰ হয়?

(ক) বেছিলাছ টাইফোছাছ

(খ) ভাইব্ৰিঅ’কলেৰি

(গ) বেছিলাছ টিটেনি

উত্তৰ- (খ) ভাইব্ৰিঅ’কলেৰি ।

Type by- Bikul Mandal