Class 4 Ramayana Sadhu Chapter 10 MCQ’s Sankardev School | সীতা- হৰণ | Class 4 Ramayana Sadhu Chapter 10 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 10

সীতা- হৰণ

১। ৰাৱণক শূৰ্পনখাই কাৰ সৌন্দৰ্যৰ বিষয়ে কৈছিল ?

(ক) ৰামৰ

(খ) সীতা

(গ) মোহিনী

উত্তৰ- (খ) সীতা ।

২। কোনে মাৰীচক সোণৰ হৰিণৰ ৰূপ ধৰিব কৈছিল ?

(ক) ৰাৱণে

(খ) শূৰ্পনখায়ে

(গ) কুম্ভকৰ্ণয়ে

উত্তৰ- (ক) ৰাৱণে ।

৩। মাৰীচ তাড়কাৰ কোন  আছিল ?

(ক) ভায়েক

(খ) ককায়েক

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) ভায়েক ।

৪। কোনে কেতিয়াও সোণৰ হৰিণ দেখা নাছিল ?

(ক) ৰামে

(খ) তাড়কায়ে

(গ) সীতায়ে

উত্তৰ- (গ) সীতায়ে ।

৫। কোনে কাক সেই হৰিণটো ধৰি আনিবলৈ ক’লে ?

(ক) ৰামে লক্ষ্মণক ক’লে

(খ) সীতায়ে ৰামক ক’লে

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (খ) সীতায়ে ৰামক ক’লে ।

৬। ৰামে কাক সীতা ৰক্ষাৰ ভাৰ দিলে ?

(ক) লক্ষ্মণক

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) ভৰতক

উত্তৰ- (ক) লক্ষ্মণক ।

৭। চিঞৰা শুনি কোনে ভয় খালে ?                                                                

(ক) লক্ষ্মণে

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) সীতায়ে

উত্তৰ- (গ) সীতায়ে ।

৮। সীতা কাক বিপদ হোৱা বুলি ভাবিনে ?

(ক) ৰামৰ

(খ) লক্ষ্মণৰ

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) ৰামৰ ।

৯। কোনে সীতা হৰণ কৰিলে ?

(ক) শূৰ্পনখায়ে

(খ) ৰাৱণে

(গ) কুম্ভকৰ্ণয়ে

উত্তৰ- (খ) ৰাৱণে ।

১০। ৰাৱণক সীতা সৌন্দৰ্যৰ বিষয়ে কোনে কৈছিল ?

(ক) কুম্ভকৰ্ণয়ে

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) শূৰ্পনখায়ে

উত্তৰ- (গ) শূৰ্পনখায়ে ।

Type by- Bikul Mandal