Class 4 Ramayana Sadhu Chapter 16 MCQ’s Sankardev School | লঙ্কা দাহ | Class 4 Ramayana Sadhu Chapter 16 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 16

লঙ্কা দাহ

১। কাৰ উৎপাতৰ বাতৰি ৰাৱণে পাইছিল ?

(ক) ৰামৰ

(খ) হনুমানৰ

(গ) অঙ্গত

উত্তৰ- (খ) হনুমানৰ ।

২। কাৰ খং উঠিছিল ?

(ক) ৰাৱণৰ

(খ) অঙ্গত

(গ) কুম্ভকৰ্ণ

উত্তৰ- (ক) ৰাৱণৰ ।

৩। হনুমানৰ ঘোচাত কাৰ মৃত্যু হৈছিল ?

(ক) কুম্ভকৰ্ণ

(খ) অক্ষয় কুমাৰৰ

(গ) অঙ্গত

উত্তৰ- (খ) অক্ষয় কুমাৰৰ ।

৪। অক্ষয় কুমাৰৰ মৃত্যু পিছত ৰাৱণে কাক পঠিয়ালে ?

(ক) কুম্ভকৰ্ণ

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) মেঘনাদক

উত্তৰ- (গ) মেঘনাদক ।

৫। কোন বৰ পৰাত্ৰুমী আছিল ?

(ক) হনুমান

(খ) মেঘনাদক

(গ) কুম্ভকৰ্ণ

উত্তৰ- (খ) মেঘনাদক ।

৬। মেঘনাদয়ে হনুমানক কিহেৰে বান্ধি পেলালে ?

(ক) কাড়ে বান্ধিলে

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) নাগপাশেৰে

উত্তৰ- (গ) নাগপাশেৰে ।

৭। মেঘনাদ কাৰ পুত্ৰ আছিল ?

(ক) ৰাৱণৰ

(খ) কুম্ভকৰ্ণৰ

(গ) অঙ্গতৰ

উত্তৰ- (ক) ৰাৱণৰ ।

৮। বিভীষণ কাৰ ভক্ত আছিল ?

(ক) শিৱ ভক্ত

(খ) ৰাম ভক্ত

(গ) পাৰ্বতী ভক্ত

উত্তৰ- (খ) ৰাম ভক্ত ।

৯। কোনে লংকা দাহ কৰিলে ?

(ক) ইয়াৰ পৰা এটাও নহয়

(খ) অঙ্গতে

(গ) হনুমানে

উত্তৰ- (গ) হনুমানে ।

১০। কাৰ নেজত জুই জলাই দিছিল ?

(ক) হনুমানে

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) অঙ্গত

উত্তৰ- (ক) হনুমানে ।

Type by- Bikul Mandal