Class 4 Ramayana Sadhu Chapter 20 MCQ’s Sankardev School | লক্ষ্মণৰ মূৰ্ছা গ’ল | Class 4 Ramayana Sadhu Chapter 20 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter-20

লক্ষ্মণৰ মূৰ্ছা গ’ল

১) কোন উভতি অহাৰ পাছত ৰামে যুদ্ধ আৰম্ভনি কৰিলে ?  

(ক) হনুমান

(খ) অঙ্গদৰ

(গ) সুগ্ৰীৱ

উত্তৰঃ (খ) অঙ্গদৰ।

২) লঙ্কা চাৰিখন ডাঙৰ ডাঙৰ কি আছে ?

(ক) দুৱাৰ

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) খিৰগি

উত্তৰঃ (ক) দুৱাৰ।

৩) সেনা কেইটা ভাগত ভাগ কৰা হৈছিল ?

(ক) ২ টা ভাগত

(খ) ৫টা ভাগত

(গ) ৩টা ভাগত

উত্তৰঃ (গ) ৩টা ভাগত।

৪)পশ্চিমৰ দুৱাৰ ৰক্ষা কোনে কৰিছিল ?

(ক) ৰাৱণৰ

(খ) মেঘনাদে

(গ) কুম্ভকৰ্ণ

উত্তৰঃ (খ) মেঘনাদে।

৫) মেঘনাদ কাৰ পুত্ৰ আছিল ?

(ক) ৰাৱণৰ

(খ) কুম্ভকৰ্ণ

(গ) বিভীষণ

উত্তৰঃ (ক) ৰাৱণৰ।

৬) কোনে মেঘনাদৰ বুকুত গোৰ মাৰিছিল ?

(ক) অঙ্গদে

(খ) ৰামে

(গ) হনুমানে

উত্তৰঃ (গ) হনুমানে।

৭) হনুমানে কাৰ সোনা ধ্বংস কৰিবলৈ ধৰিলে ?

(ক) ৰামৰ সেনা

(খ) ৰাক্ষসৰ সোনা

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (খ) ৰাক্ষসৰ সোনা।

৮) কোন অতি মায়াবী আছিল ?

(ক) মেঘনাদ

(খ) ৰাম

(গ) অঙ্গদ

উত্তৰঃ (ক) মেঘনাদ।

৯) সেইদিনা মেঘনাদে কাৰ মুখামুখি গৈছিল ?

(ক) লক্ষ্মণৰ

(খ) ৰামৰ

(গ) অঙ্গদ

উত্তৰঃ (ক) লক্ষ্মণৰ।

১০) লক্ষ্মণৰ বুকুত কি লাগিছিল ?

(ক) তৰোৱাল

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) বাণ

উত্তৰঃ (গ) বাণ।

Type By- Subhas Nath