Class 4 Ramayana Sadhu Chapter 3 MCQ’s Sankardev School | তাড়কা বধ | Class 4 Ramayana Sadhu Chapter 3 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 3

তাড়কা বধ

১। আশ্ৰমলৈ যোৱাৰ পথত কেনেকুৱা অৰণ্য আছিল ?

(ক) সুন্দৰ অৰণ্য

(খ) ভয়ানক অৰণ্য

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (খ) ভয়ানক অৰণ্য ।

২। এই  অৰণ্যত কেনেকুৱা মানুহ আছিল ?

(ক) চোৰ আৰু ডকাইতি মানুহ

(খ) বহুত ভাল মানুহ

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) চোৰ আৰু ডকাইতি মানুহ ।

৩। সেই বনত ৰাক্ষসকলৰ ৰাণী নাম কি আছিল ?

(ক) সীতা

(খ) তাড়কা

(গ) কৈকেই

উত্তৰ- (খ) তাড়কা ।

৪। তাই ভায়েকৰ নাম কি আছিল ?

(ক) মাৰীচ

(খ) কনিষ্ক

(গ) বাণ

উত্তৰ- (ক) মাৰীচ ।

৫। তাড়কা কেনেকুৱা তিৰোতা আছিল ?

(ক) ভাল তিৰোতা

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) দুষ্ট তিৰোতা

উত্তৰ- (গ) দুষ্ট তিৰোতা ।

৬। তাই কাক মাৰি খাইছিল ?

(ক) জন্তু

(খ) মানুহ

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (খ) মানুহ ।

৭। বিশ্বামিত্ৰ কাক আশ্ৰমত লৈ গৈছিল ?

(ক) ৰাম আৰু লক্ষ্মণ

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) ভৰত আৰু শত্ৰুঘ্ন

উত্তৰ- (ক) ৰাম আৰু লক্ষ্মণ ।

৮। বিশ্বামিত্ৰ আশ্ৰমতৰ নাম কি আছিল ?

(ক) ইয়াৰ পৰা এটাও নহয়

(খ) সিদ্ধাশ্ৰম

(গ) গোৱিধাশ্ৰম

উত্তৰ- (খ) সিদ্ধাশ্ৰম ।

৯। যজ্ঞ নষ্ট হোৱা দেখি কাৰ খং উঠিছিল ?

(ক) ৰাম

(খ) বিশ্বামিত্ৰ

(গ) লক্ষ্মণৰ

উত্তৰ- (ক) ৰাম ।

১০। তাড়কাৰ ক’ত কাঁড়  লাগিছিল ?

(ক) ভৰিত

(খ) হাতত

(গ) বুকুত

উত্তৰ- (গ) বুকুত ।

type by- Bikul Mandal