Class 4 Ramayana Sadhu Chapter 6 MCQ’s Sankardev School | মন্থৰাৰ কূট-বুদ্ধি | Class 4 Ramayana Sadhu Chapter 6 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 6

মন্থৰাৰ কূট-বুদ্ধি

১। ভৰতৰ মোমায়েকৰ নাম কি ?

(ক) ইয়াৰ পৰা এটাও নহয়

(খ) নাচিকেতা

(গ) যুধাজিৎ

উত্তৰ- (গ) যুধাজিৎ ।

২। তেওঁ কোন দেশৰ ৰজা আছিল ?

(ক) ভাৰত

(খ) ৰাছিয়া

(গ) কেকয়

উত্তৰ- (গ) কেকয়।

৩। তেওঁ কাৰ বিয়ালৈ আহিছিল ?

(ক) ভৰতৰ

(খ) ৰামচন্দ্ৰৰ

(গ) লক্ষ্মণৰ

উত্তৰ- (খ) ৰামচন্দ্ৰৰ ।

৪। মোমায়েকে ঘূৰি যোৱাত কাক লগত লৈ গৈছিল ?

(ক) ৰাম আৰু লক্ষ্মণ

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) ভৰত আৰু শক্ৰঘ্ন

উত্তৰ- (গ) ভৰত আৰু শক্ৰঘ্ন ।

৫। প্ৰজায়ে ৰামক কিয় ভাল পাইছিল ?

(ক) দুষ্ট স্বভাৱৰ বাবে

(খ) খং কৰা স্বভাৱৰ বাবে

(গ) উত্তম আৰু ভাল স্বভাৱৰ বাবে

উত্তৰ- (গ) উত্তম আৰু ভাল স্বভাৱৰ বাবে ।

৬। কোন বুঢ়া হৈ পৰিছিল ?

(ক) জনক

(খ) ৰাৱণ

(গ) দশৰথ

উত্তৰ- (গ) দশৰথ ।

৭। দশৰথে কাক যুৱৰাজ পাতিবলৈ স্থিৰ কৰিলে ?

(ক) ৰামক

(খ) ভৰতক

(গ) লক্ষ্মণক

উত্তৰ- (ক) ৰামক ।

৮। কোনে বৰ আনন্দ পইছিল ?

(ক) প্ৰজায়ে আনন্দ পালে

(খ) তিনিগৰাকী মাকে আনন্দ পালে

(গ) ওপৰৰ দুয়োতায়ে শুদ্ধ

উত্তৰ- (গ) ওপৰৰ দুয়োতায়ে শুদ্ধ ।

৯। কুঁজী দাসীৰ নাম কি আছিল ?

(ক) কৈকেই

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) মন্থৰা

উত্তৰ- (গ) মন্থৰা ।

১০। কোনে ৰামক যুৱৰাজ পাতা দেখি বেয়া পাইছিল ?

(ক) ইয়াৰ পৰা এটাও নহয়

(খ) কৈকেই

(গ) মন্থৰা

উত্তৰ- (গ) মন্থৰা ।

Type by- Bikul Mandal