Class 4 Social Science Chapter 12 MCQ’s Sankardev School | ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু অসম | Class 4 Social Science Chapter 12 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 12

ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু অসম

১। কিমান চনত ইংৰাজসকলৰ শাসন আৰম্ভ হয়?

(ক) ১৮২৬

(খ) ১৯৮১

(গ) ১৯৯৯

উত্তৰ- (ক) ১৮২৬ ।

২। কিমান চনৰ পৰা ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতৃত্ব মহাত্মা গান্ধীয়ে গ্ৰহণ কৰে?

(ক) ১৯১৯

(খ) ১৯৮১

(গ) ১৯৫২

উত্তৰ- (ক) ১৯১৯ ।

৩। কিমান চনত সমগ্ৰ ভাৰতবৰ্ষত অসমযোগ আন্দোলন আৰম্ভ হয়?

(ক) ১৯২৮

(খ) ১৯৩২

(গ) ১৯২০

উত্তৰ- (গ) ১৯২০ ।

৪। কিহৰ শ্ৰমিকসকলে এই আন্দোলনত বিশেষভাৱে ভাগ লৈছিল?

(ক) ধান খেতিৰ শ্ৰমিকসকলে

(খ) চাহ বাগিচাৰ শ্ৰমিকসকলে

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰ- (খ) চাহ বাগিচাৰ শ্ৰমিকসকলে ।

৫। কিমান চনত গান্ধীজীয়ে আন্দোলনৰ কামত অসম ভ্ৰমণ কৰে?

(ক) ১৯২১

(খ) ১৮২২

(গ) ১৮২৪

উত্তৰ- (ক) ১৯২১ ।

৬। কিমান চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৰ্বভাৰতীয় অধিৱেশন অসমৰ পাণ্ডুত অনুষ্ঠিত হয়?

(ক) ১৮৩৪

(খ) ১৯২৬

(গ) ১৮৬১

উত্তৰ- (খ) ১৯২৬ ।

৭। এই অধিৱেশনৰ সভাপতি কোন আছিল?

(ক) শ্ৰী নবীন চন্দ্ৰ বৰদলৈ

(খ) শ্ৰী তৰুণ ৰাম ফুকন

(গ) শ্ৰী নিৱাস আয়েংগাৰ

উত্তৰ- (গ) শ্ৰী নিৱাস আয়েংগাৰ ।

৮। কিমান চনৰ মহাবিদ্ৰোহ মণিৰাম দেৱানৰ উদ্য়োগত অসমতো সংঘটিত হয়?

(ক) ১৮৫৭

(খ) ১৯৬৩

(গ) ১৯৫২

উত্তৰ- (ক) ১৮৫৭ ।

৯। কিমান চনৰ কিমান তাৰিখে আমি স্বাধীনতা লাভ কৰোঁ?

(ক) ১৮৪৫ চনৰ ২৭ জানুৱাৰীত

(খ) ১৮৩২ চনৰ ২৫ ছেপ্টেম্বৰত

(গ) ১৯৪৭ চনৰ ১৫ আগষ্টত

উত্তৰ- (গ) ১৯৪৭ চনৰ ১৫ আগষ্টত ।

১০। কিমান চনত কিমান তাৰিখে গহপুৰ, চতিয়া আৰু ঢেকিয়াজুলি থানাত জাতীয় পতাকা উত্তোলন কৰাৰ কাৰ্যসূচী লোৱা হৈছিল?

(ক) ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰত

(খ) ১৯৩২ চনৰ ২৩ জানুৱাৰীত

(গ) ১৮৫২ চনৰ ৩১ আগষ্টত

উত্তৰ- (গ) ১৮৫২ চনৰ ৩১ আগষ্টত ।

Type by- Bikul Mandal