Class 5 Assamese Chapter 10 MCQ’s Sankardev School | এজাক চৰাইৰ জ্ঞান লাভ | Class 5 Assamese Chapter 10 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter-10

এজাক চৰাইৰ জ্ঞান লাভ

১। কোন যুগৰ  মানুহে চৰাই-চিৰিকটিৰ ভাষা বুজি পাইছিল

(ক) ক্ৰেতা যুগৰ মানুহে

(খ) অসমীয়া যুগৰ মানুহে

(গ) তামিল যুগৰ মানুহে

উত্তৰঃ (ক) ক্ৰেতা যুগৰ মানুহে।

২। সাধুগৰাকীয়ে কি  নাম পাইছিল

(ক) গদাধৰ

(খ) বুদ্ধিদ্ৰষ্টা

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (খ) বুদ্ধিদ্ৰষ্টা।

৩। বুদ্ধিদ্ৰষ্টাই কত তপস্যা কৰিছিল

(ক) হিমালয়ত তপস্যা কৰিছিল

(খ) হাবিত তপস্যা কৰিছিল

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (ক) হিমালয়ত তপস্যা কৰিছিল।

৪। গছৰ ডালত কেবাটাও চৰায়ে কি কৰি আছিল

(ক) গীত গাই আছিল

(খ) নাচি আছিল

(গ) ওপৰৰ পৰা এটাও নহয়

উত্তৰঃ (ক) গীত গাই আছিল।

৫। বুদ্ধিদ্ৰষ্টা উদ্দশ্য সিদ্ধি হলনে

(ক) হল

(খ) নহল

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (ক) হল।

৬। বুদ্ধিদ্ৰষ্টা এদিনাখন কত গৈছিল

(ক) এখন গাৱঁলৈ

(খ) চহৰত গৈছিল

(গ) ওপৰৰ পৰা এটাও নহয়

উত্তৰঃ (ক) এখন গাৱঁলৈ।

৭। বুদ্ধিদ্ৰষ্টা কত বহি আছিল

(ক) গছৰ তলত

(খ) মাটিত

(ক) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (ক) গছৰ তলত।

৮। চিকাৰীজনৰ হাত কি আছিল

(ক) বুটমাহ

(খ) জাল

(গ) ওপৰৰ দুয়োটায়ে হয়

উত্তৰঃ (গ) ওপৰৰ দুয়োটায়ে হয়।

৯। বুদ্ধিদ্ৰষ্টা কোৱা কথাখিনি  চৰাইবোৰে বুজি পাইছিলনে

(ক) পাইছিল

(খ) বুজি পোৱা নাছিল

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (ক) পাইছিল।

১০। চিকাৰীজনৰ আনন্দৰ সীমা  কিয় নোহোৱা হৈছিল

(ক) চৰাইখিনি ধৰিব পৰা কাৰণে

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) শহাপহুটো দেখি

উত্তৰঃ (ক) চৰাইখিনি ধৰিব পৰা কাৰণে।

১১। হাবিৰ মাজৰ লুং লুঙীয়া বাটটোত বুদ্ধিদষ্টাই কাক লগ পাইছিল ?

(ক) এজন চিকাৰী

(খ) এজন দৈত্য়কায় মানুহ

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (গ) ওপৰৰ দুয়োটা।

১২। দৈত্যকায় মানুহজনে হাতত কি লৈ আহিছিল ?

(ক) বুটমাহৰ টোপোলা এটা আৰু এখন জাল

(খ) এটা পহু

(গ) গাহৰি মাংস

উত্তৰঃ (ক) বুটমাহৰ টোপোলা এটা আৰু এখন জাল।

১৩। সিদ্ধি লাভ শব্দৰ অৰ্থ কি ?

(ক) নিজকে পাহৰি যোৱা

(খ) সফল হোৱা

(গ) বিফল হোৱা

উত্তৰঃ (খ) সফল হোৱা।

১৪। সন্ধিয়া হোৱাত কোন ঘৰলৈ উভতি আহিল ?

(ক) বুদ্ধিদ্ৰষ্টা

(খ) চিকাৰীজন

(গ) চৰাইবোৰ

উত্তৰঃ (খ) চিকাৰীজন।

১৫। চিকাৰীজনৰ ____________সীমা নোহোৱা হ’ল ।

(ক) আনন্দৰ

(খ) দুখৰ

(গ) সুখৰ

উত্তৰঃ (ক) আনন্দৰ।

১৬। বুদ্ধিদ্ৰষ্টাই চৰাইকেইটাক কি কৈছিল ?

(ক) “শুনা, এজন চিকাৰী আহিছে।………… বন্দী জীৱন বৰ কষ্টকৰ ।”

(খ) মনোযোগ নিদিয়াকৈ পাঠ আওৰোৱাসকলৰ…………।

(গ) এটাও নহয়

উত্তৰঃ (ক) “শুনা, এজন চিকাৰী আহিছে।………… বন্দী জীৱন বৰ কষ্টকৰ ।”।

১৭। চিকাৰীজনে হাবিলৈ গৈ কেইদিন খালী হাতেৰে উভতি আহিব লগা হৈছিল ?

(ক) তিনি দিন

(খ) দুই দিন

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (খ) দুই দিন।

১৮। চৰাইবোৰে কাক দেখিলেই কবলৈ ধৰে যে- “শুনা এজন চিকাৰী আহিছে।…… বন্দী জীৱন বৰ কষ্টকৰ।”

(ক) চিকাৰীজনক দেখিলে

(খ) বুদ্ধিদ্ৰষ্টাক দেখিলে

(গ) চৰাইবোৰক দেখিলে

উত্তৰঃ (ক) চিকাৰীজনক দেখিলে।

১৯। সন্তৰ্পণে শব্দৰ অৰ্থ কি ?

(ক) সফল হোৱা

(খ) অতি সাৱধান

(গ) বিফল হোৱা

উত্তৰঃ (খ) অতি সাৱধান।

২০। প্ৰবচন শুনা শব্দৰ অৰ্থ কি ?

(ক) জ্ঞানপূৰ্ণ শব্দ

(খ) ভাল-বেয়া কথা

(গ) অতি সাৱধান

উত্তৰঃ (ক) জ্ঞানপূৰ্ণ শব্দ।

Type By – Subhas Nath