Class 5 Assamese Chapter 11 MCQ’s Sankardev School | ৰাঙলী বুঢ়ীৰ দান | Class 5 Assamese Chapter 11 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter-11

ৰাঙলী বুঢ়ীৰ দান

১) ৰাঙলী বঢ়ীৰ পুতেকৰ নাম কি ?

(ক) ৰঙামুৱা

(খ) দিগন্ত

(গ) শিৱ

উত্তৰঃ (ক) ৰঙামুৱা।

২। আহোম ৰজা কোন আছিল ?

(ক) চন্দ্ৰগুপ্ত

(খ) চন্দ্ৰকান্ত সিংহ

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (খ) চন্দ্ৰকান্ত সিংহ।

৩। ইংৰাজ চৰকাৰে মানক খেদি অসম ৰাজ্য দখল কিমান চনত  লৈছিল ?

(ক) ১৮২৭ চনত

(খ) ১৮২৬ চনত

(গ) ১৯০৭ চনত

উত্তৰঃ (খ) ১৮২৬ চনত।

৪। ব্ৰহ্মদেশৰ বৰ্তমান নাম কি ?

(ক) ম্যানমাৰ

(খ) অৰুণাচল

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (ক) ম্যানমাৰ।

৫।মানৰ ভয়ত মানুহে ঘৰ বাৰী এৰি ক’ত পলাই গৈছিল ?

(ক) ঘৰত গৈছিল

(খ) হাবিত লুকাই আছিল

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (খ) হাবিত লুকাই আছিল।

৬। মানে কেইবাৰকৈ অসম আক্ৰমণ কৰিছিল ?

(ক) চাৰিবাৰকৈ

(খ) পাঁচবাৰকৈ

(গ) তিনিবাৰকৈ

উত্তৰঃ (গ) তিনিবাৰকৈ।

৭। ইংৰাজ চৰকাৰে মানক খেদি  কিমান  অসম ৰাজ্য় দখল কৰিছিল ?

(ক) ১৮৩৪ খৃষ্টাব্দত

(খ) ১৮২৬ খৃষ্টাব্দত

(গ) ১৯২০ খৃষ্টাব্দত

উত্তৰঃ (খ) ১৮২৬ খৃষ্টাব্দত।

৮। ৰাঙলী বুঢ়ীৰ দান কবিতাটো কবিজনৰ নাম কি ?

(ক) বিনন্দচন্দ্ৰ বৰুৱা

(খ) মিত্ৰদেৱ মহন্ত

(গ) নৱকান্ত বৰুৱা

উত্তৰঃ (ক) বিনন্দচন্দ্ৰ বৰুৱা।

৯। সিধা অৰ্থ কি ?

(ক) ভোজন ৰান্ধিবলৈ দিয়া খাদ্য সামগ্ৰী

(খ) ব্যৱহাৰ কৰা সামগ্ৰী

(গ) ইযাৰ পৰা এটাও নহয়

উত্তৰঃ (ক) ভোজন ৰান্ধিবলৈ দিয়া খাদ্য সামগ্ৰী।

১০। কৱচৰ অৰ্থ কি ?

(ক) অঙ্গবস্ত্ৰ

(খ) যঁজুত পিন্ধিবলৈ এৰাতিতে বৈ দিয়া বস্ত্ৰ

(গ) ওপৰৰ দুয়োটায়ে হয়

উত্তৰঃ (গ) ওপৰৰ দুয়োটায়ে হয়।

১১। ৰাঙলী বুঢ়ীয়ে জীৱন-মৰণ ভৰিৰে গছকি কি বাছি ল’লে ?

(ক) যশ-মান

(খ) গুণ-গৰিমা

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (ক) যশ-মান।

১২। ব্য়াকৰণত পুৰুষ বুজোৱা শব্দক কি বোলে ?

(ক) স্ত্ৰীলিংগ

(খ) পুংলিংগ

(গ) উভয়লিংগ

উত্তৰঃ (খ) পুংলিংগ।

১৩। মা শব্দটোৰ বিপৰীত লিংগটো কি ?

(ক) মামী

(খ) মাহী

(গ) দেউতা

উত্তৰঃ (গ) দেউতা।

১৪। মান কি আছিল ?

(ক) ইংৰাজ জাতি

(খ) ব্ৰহ্মদেশৰ এটা বৰ্বৰ জাতি

(গ) এটাও নহয়

উত্তৰঃ (খ) ব্ৰহ্মদেশৰ এটা বৰ্বৰ জাতি।

১৫। আঁচলৰ ধন মানে কি ?

(ক) মৰমৰ সম্পত্তি

(খ) সঞ্চয় কৰা টকা

(গ) বিয়া-সবাহৰ বাবে সঞ্চয় কৰা টকা

উত্তৰঃ (ক) মৰমৰ সম্পত্তি।

১৬। স্বৰ্গদেউ ঈশ্বৰৰ সোণৰ দেশ কোনে ভাঙিছে বুলি কৈছে ?

(ক) ৰঙামুৱাই

(খ) ৰঙামুৱাৰ পিতাকে

(গ) মানে

উত্তৰঃ (গ) মানে।

১৭। মানৰ যুঁজত কোন ঢুকাইছিল ?

(ক) পিতা

(খ) মা

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (ক) পিতা।

১৮। স্ত্ৰীলিংগ কাক বোলে ?

(ক) পুৰুষ বুজোৱা শব্দক

(খ) শিক্ষক-শিক্ষয়িত্ৰী বুজোৱা শব্দক

(গ) স্ত্ৰী বুজোৱা শব্দক

উত্তৰঃ (গ) স্ত্ৰী বুজোৱা শব্দক।

১৯। ছাত্ৰ শব্দৰ বিপৰীত লিংগটো কি ?

(ক) ছাত্ৰী

(খ) পুত্ৰী

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (ক) ছাত্ৰী।

২০। দা-যাঠি লৈ, _____________, বেগতে এমুঠি খাই ।

(ক) ওলাই আহ

(খ) যা লৰালৰি

(গ) এটাও নহয়

উত্তৰঃ (খ) যা লৰালৰি।

Type By- Subhas Nath