Class 5 Assamese Chapter 12 MCQ’s Sankardev School | ঘোঁৰা ডাঙৰীয়া | Class 5 Assamese Chapter 12 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter-12

ঘোঁৰা ডাঙৰীয়া

১। আস্তাবলত থকা ঘোঁৰাটো বাটলৈ কিয় ওলাই গৈছিল ?

(ক) ভোক লগা বাবে

(খ) আমনি লগা বাবে

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (খ) আমনি লগা বাবে।

২। ঘোঁৰাক কোনে পক্ষীৰাজ উপাধি দিছে ?

(ক) ইন্দ্ৰই

(খ) ৰাম

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ইন্দ্ৰই।

৩। গাধ পোৱালিটো ক’লৈ  গৈছিল ?

(ক) খাদ্য বিচাৰি গৈছিল

(খ) ফুৰিব গৈছিল

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (গ) ইয়াৰ পৰা এটাও নহয়।

৪। ঘোঁৰা ডাঙৰীয়া কেনেকৈ খালত পৰিলে ?

(ক) বাছখনে খুণ্ডা মৰা বাবে

(খ) গাধটোৱে ঠেলিমাৰি দিয়া বাবে

(ক) ইন্দ্ৰই

উত্তৰঃ (ক) বাছখনে খুণ্ডা মৰা বাবে।

৫। নিধকৰ অৰ্থ কি ?

(ক) নিলাজ

(খ) লাজোকিয়া

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (ক) নিলাজ।

৬। ইমান অহঙ্কাৰ ভাল নহয় বুলি কোনে কৈছিল ?

(ক) ঘোঁৰাটোৱে কৈছিল

(খ) গাধটোৱে কৈছিল

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (খ) গাধটোৱে কৈছিল।

৭।  গাধটোক কোনে খালত পেলাইছিল ?

(ক) ঘোঁৰাটোৱে

(খ) গাধটোৱে নিজে পৰিছিল

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (ক) ঘোঁৰাটোৱে।

৮।  ঘোঁৰা ডাঙৰীয়া  পাঠটো কবি কোন ?

(ক) জ্যোতিপ্ৰসাদ আগৰৱালা

(খ) মিত্ৰদেৱ মহন্ত

(গ) নৱকান্ত বৰুৱা

উত্তৰঃ (ক) জ্যোতিপ্ৰসাদ আগৰৱালা।

৯। মানুহ মোৰ চাকৰ বুলি কোনে কৈছিল ?

(ক) গাধ

(খ) ঘোঁৰা

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (খ) ঘোঁৰা।

১০। উপলুঙা অৰ্থ কি ?

(ক) ইতিকিং

(খ) ঠাট্টা

(গ) ওপৰৰ দুয়োটায়ে হয়

উত্তৰঃ (গ) ওপৰৰ দুয়োটায়ে হয়।

১১। অহঙ্কাৰ কোনে কৰিছিল ?

(ক) ঘোঁৰা ডাঙৰীয়াই

(খ) গাধটোৱে

(গ) মটৰ গাড়ীখনে

উত্তৰঃ (ক) ঘোঁৰা ডাঙৰীয়াই।

১২। মেটমৰা শব্দৰ অৰ্থ কি ?

(ক) নিলাজ

(খ) বৰ গধুৰ

(গ) পাতল

উত্তৰঃ (খ) বৰ গধুৰ।

১৩। বলী শব্দৰ বিপৰীত অৰ্থ কি ?

(ক) শক্তিশালী

(খ) দুৰ্বল

(গ) সুখ

উত্তৰঃ (খ) দুৰ্বল।

১৪। বহ + ইছে =

(ক) বহিছে

(খ) বাইছিল

(গ) বাইছে

উত্তৰঃ (ক) বহিছে।

১৫। ঘোঁৰা ডাঙৰীয়াক কোনে এটা ব্ৰহ্ম খুন্দা মাৰিছিল ?

(ক) মটৰ গাড়ীখনে

(খ) গাধটোৱে

(গ) এটাও নহয়

উত্তৰঃ (ক) মটৰ গাড়ীখনে।

১৬। পক্ষীৰাজ মানে কি ?

(ক) কিনা গোলাম

(খ) ইন্দ্ৰৰ ৰথখন টনা ঘোঁৰাটো

(গ) বহুত বুজোৱা

উত্তৰঃ (খ) ইন্দ্ৰৰ ৰথখন টনা ঘোঁৰাটো।

১৭। গধুৰ শব্দৰ বিপৰীত অৰ্থটো কি ?

(ক) পাতল

(খ) দুৰ্বল

(গ) শাস্তি

উত্তৰঃ (ক) পাতল।

১৮। খা + ইছিল =

(ক) খাইছিল

(খ) শুনিছিল

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (ক) খাইছিল।

১৯। খাইছে, খাব, খালোঁ এইবোৰ ক্ৰিয়াপদৰ ধাতু কি ?

(ক) চা

(খ) খা

(গ) বা

উত্তৰঃ (খ) খা।

২০। ধাতু কাক বোলে ?

(ক) ক্ৰিয়াপদৰ মূল শব্দটোক

(খ) ক্ৰিয়াপদৰ মূল প্ৰত্যয়টোক

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (ক) ক্ৰিয়াপদৰ মূল শব্দটোক।

Type By- Subhas Nath