Class 5 Assamese Chapter 14 MCQ’s Sankardev School | ৰজা ভাস্কৰবৰ্মা আৰু সেই সময়ৰ অসম | Class 5 Assamese Chapter 14 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 14

ৰজা ভাস্কৰবৰ্মা আৰু সেই সময়ৰ অসম

১) প্ৰাচীন কালত অসমখন কি বুলি জনাজাত আছিল ?

(ক) কামৰূপ ৰাজ্য নামেৰে

(খ) অহম নামেৰে

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (ক) কামৰূপ ৰাজ্য নামেৰে।

২)  প্ৰায় কিমান বছৰ আগতে অসমখন ৰাজত্ব কৰিছিল ?

(ক) প্ৰায় এহেজাৰ চাৰিশ বছৰ

(খ) প্ৰায় দুহেজাৰ পাঁচশ বছৰ

(গ) প্ৰায় তিনিহেজাৰ সাতশ বছৰ

উত্তৰঃ (ক) প্ৰায় এহেজাৰ চাৰিশ বছৰ।

৩) ভাস্কৰবৰ্মাৰ পিতৃৰ নাম কি ?

(ক) সুস্থিতবৰ্মা

(খ) গৰ্গৰাম বৰুৱা

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (ক) সুস্থিতবৰ্মা।

৪) ভাস্কৰবৰ্মা শেষ ৰজা কোন আছিল ?

(ক) নৰকাসুৰ

(খ) ভৌমবৰ্মন বংশৰ

(গ) চন্দ্ৰগুপ্ত

উত্তৰঃ (খ) ভৌমবৰ্মন বংশৰ।

৫)  ভাস্কৰবৰ্মাৰ পূৰ্বপুৰুষ কোন আছিল ?

(ক) নৰকাসুৰ আছিল

(খ) চন্দ্ৰগুপ্ত আছিল

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (ক) নৰকাসুৰ আছিল।

৬) হিউৱেন চাঙে ৰচনা কৰা পুথিখনৰ নাম কি ?

(ক) চিউ কি

(খ) জুনুকা

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (ক) চিউ কি।

৭) হিউৱেন চাং কামৰূপলৈ কিমান মাহৰ বাবে আছিল ?

(ক) দুমাহৰ বাবে

(খ) এমাহৰ বাবে

(গ) চাৰিমাহৰ বাবে

উত্তৰঃ (খ) এমাহৰ বাবে।

৮) ভাস্কৰবৰ্মা আৰু সম্ৰাট হৰ্ষবৰ্ধ মাজত কি  আছিল ?

(ক) বন্ধুত্ব

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) শত্ৰু

উত্তৰঃ (ক) বন্ধুত্ব।

৯) কামৰূপ ৰাজ্যৰ মাটি কেনেকোৱা আছিল ?

(ক) সাৰুৱা

(খ) দ

(গ) ওপৰৰ দুয়োটায়ে হয়

উত্তৰঃ (গ) ওপৰৰ দুয়োটায়ে হয়।

১০) সুস্থিতবৰ্মা পুত্ৰ দুজনৰ নাম কি আছিল ?

(ক) প্ৰতিষ্টিতবৰ্মা আৰু ভাস্কৰবৰ্মা

(খ) বিদ্যোৎসাহী আৰু পৰাক্ৰমী

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (ক) প্ৰতিষ্টিতবৰ্মা আৰু ভাস্কৰবৰ্মা।

১১। ৰজা ভাস্কৰবৰ্মা কেনেকুৱা প্ৰকৃতিৰ ৰজা আছিল ?

(ক) চিকাৰী প্ৰকৃতিৰ

(খ) সু-সংস্কৃতিবান আৰু প্ৰজাহিতৈষী

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (খ) সু-সংস্কৃতিবান আৰু প্ৰজাহিতৈষী।

১২। কামৰূপ ৰাজ্য়ৰ পৰিসীমা এতিয়াৰ অসমতকৈ কিমান ডাঙৰ আছিল ?

(ক) কেইবাগুণ

(খ) আধা বীঘা

(গ) এটাও নহয়

উত্তৰঃ (ক) কেইবাগুণ।

১৩। ভাস্কৰবৰ্মাৰ ৰাজ্য কোন ঠাইলৈ বিস্তৃত আছিল ?

(ক) অৰুণাচলৰ সীমালৈ

(খ) চীন দেশৰ দক্ষিণলৈ

(গ) অৰুণাচলৰ দক্ষিণ সীমালৈ

উত্তৰঃ (খ) চীন দেশৰ দক্ষিণলৈ।

১৪। ভাস্কৰবৰ্মা কোন বংশৰ শেষ ৰজা আছিল ?

(ক) ভৌমবৰ্মন

(খ) ভৌমবৰ্মা

(গ) আহোম

উত্তৰঃ (ক) ভৌমবৰ্মন।

১৫। কাৰ মৃত্যুৰ পাছত প্ৰতিষ্ঠিতবৰ্মা ৰজা হয় ?

(ক) ভাস্কৰবৰ্মাৰ মৃত্যুৰ পাছত

(খ) সুস্থিতবৰ্মাৰ মৃত্যুৰ পাছত

(গ) নৰকাসুৰৰ মৃত্যুৰ পাছত

উত্তৰঃ (খ) সুস্থিতবৰ্মাৰ মৃত্যুৰ পাছত।

১৬। কাৰ মৃত্যুৰ পাছত ভাস্কৰবৰ্মা ৰাজসিংহাসনত বহে ?

(ক) সুস্থতবৰ্মাৰ মৃত্যুৰ পাছত

(খ) প্ৰতিষ্ঠিতবৰ্মাৰ মৃত্যুৰ পাছত

(গ) নৰকাসুৰৰ মৃত্যুৰ পাছত

উত্তৰঃ (খ) প্ৰতিষ্ঠিতবৰ্মাৰ মৃত্যুৰ পাছত।

১৭। অব্দ মানে কি ?

(ক) দিন

(খ) এটা নতুন পথ

(গ) বছৰ

উত্তৰঃ (গ) বছৰ।

১৮। বৌদ্ধধৰ্ম কোনে প্ৰচাৰ কৰিছিল ?

(ক) হিউৱেন চাঙে

(খ) ভাস্কৰবৰ্মাই

(গ) হৰ্ষবৰ্ধনে

উত্তৰঃ (ক) হিউৱেন চাঙে।

১৯। মোহনা শব্দৰ অৰ্থ কি ?

(ক) নদীৰ মুখ

(খ) শেষ সীমা

(গ) নাৰিকলৰ বাকলি

উত্তৰঃ (ক) নদীৰ মুখ।

২০। ভাস্কৰবৰ্মাই শশাংকক ৰণত হৰুৱাই কি অধিকাৰ কৰি লয় ?

(ক) কামৰূপ

(খ) কৰ্ণসুৱৰ্ণ

(গ) কনৌজ

উত্তৰঃ (খ) কৰ্ণসুৱৰ্ণ।

Type By- Subhas Nath