Class 5 Assamese Chapter 15 MCQ’s Sankardev School | আমৈৰ নাতি | Class 5 Assamese Chapter 15 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter-15

আমৈৰ নাতি

১) কাৱৈমাৰিত কাৰ ঘৰ আছিল ?

(ক) আমৈৰ

(খ) মাহী

(গ) তাৱৈৰ

উত্তৰঃ (গ) তাৱৈৰ।

২) আমগুৰিত কাৰ ঘৰ আছিল ?

(ক) মামা

(খ) আমৈৰ

(গ) জেঠাই

উত্তৰঃ (খ) আমৈৰ।

৩) তাৱৈ আৰু আমৈৰ জীয়েকৰ নাম কি আছিল ?

(ক) মুনু

(খ) নিকিতা

(গ) জেতুকী

উত্তৰঃ (গ) জেতুকী।

৪) তাৱৈ আৰু আমৈৰ জীয়েকক ক’লৈ বিয়া দিছিল ?

(ক) জামুগুৰিত

(খ) চৰাইবাহী

(গ) নগাঁও

উত্তৰঃ (ক) জামুগুৰিত।

৫) বাট হেৰুৱাই আমৈ ক’ত ওলালগৈ ?

(ক) ৰহা

(খ) চামগুৰি

(গ) কলিয়াবৰ

উত্তৰঃ (খ) চামগুৰি।

৬) লেৰেলা বাপু ক’ত ঘৰ আছিল ?

(ক) কেৰেলা আটিত

(খ) মৰিগাঁও

(গ) তিনিচুকিয়া

উত্তৰঃ (ক) কেৰেলা আটিত।

৭) গৰু কাৰ  হেৰুৱাইছিল ?

(ক) মেধিৰ

(খ) জেতুকী

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (ক) মেধিৰ।

৮) মেমেৰা মেধিয়ে কি বিচাৰি ফুৰিছিল ?

(ক) গৰু

(খ) ছাগলী

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (ক) গৰু।

৯) আমৈয়ে  মেধিক দেখি কি সুধিলে ?

(ক) জেতুকী ঘৰৰ বাট

(খ) গৰু

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (ক) জেতুকী ঘৰৰ বাট।

১০) আমৈয়ে জেতুকীৰ ঘৰৰ বাটতো সুধোতে মেধিয়ে কি সুনিলে ?

(ক) কেতুৰী তলত গৰু আছে

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) গৰুতো মৰা বুলি সুনিলে

উত্তৰঃ (ক) কেতুৰী তলত গৰু আছে।

১১। মেধিৰ হেৰুৱা দমৰা গৰুটো ক’ৰ পৰা কিনিছিল ?

(ক) চামগুৰিৰ পৰা

(খ) অমৰাগুৰিৰ পৰা

(গ) ৰহাৰ পৰা

.উত্তৰঃ (খ) অমৰাগুৰিৰ পৰা।

১২। ক’ত বহোতে আমৈৰ চকু মুদ খালে ?

(ক) আমৰ তলত

(খ) কঠালৰ তলত

(গ) এটাও নহয়

উত্তৰঃ (ক) আমৰ তলত।

১৩। দেউৰ কি হেৰাল ?

(ক) চেঁউৰী এজনি

(খ) দমৰা এটা

(গ) বলধ এহাল

উত্তৰঃ (ক) চেঁউৰী এজনি।

১৪। কোন লুটি খাই পৰিল ?

(ক) দেউ

(খ) আমৈ

(গ) লেৰেলা বাপু

উত্তৰঃ (গ) লেৰেলা বাপু।

১৫। কোনে নিজৰ চিনাকি দি জীয়েকৰ কথা ক’লে ?

(ক) তাৱৈয়ে

(খ) আমৈয়ে

(গ) লেৰেলা বাপুয়ে

উত্তৰঃ (খ) আমৈয়ে।

১৬। ভাদমহীয়া __________ গৰুৰহে জগিছে দমৰা ।

(ক) চেঁউৰি

(খ) বগী

(গ) ক’লী

উত্তৰঃ (গ) ক’লী।

১৭। তেওঁ বাট _________ চামগুৰিত ওলালগৈ ।

(ক) হেৰুৱায়

(খ) হেৰুৱাই

(গ) হেৰায়

উত্তৰঃ (খ) হেৰুৱাই।

১৮। আমৈৰ নাতি জন্মিছিলনে ?

(ক) জন্মিছিল

(খ) নাই জন্মা

(গ) এটাও নহয়

উত্তৰঃ (ক) জন্মিছিল।

১৯। “নাতি হোৱাৰ খবৰ জানো পায় ?” এই কথাযাৰি কোনে কৈছিল ?

(ক) তাৱৈয়ে

(খ) আমৈয়ে

(গ) নাতি টোৱে

উত্তৰঃ (খ) আমৈয়ে।

২০। চেঁউৰি বুলি ডিঙিত লগালে _______ বন্ধা ফই ।

(ক) হাতী

(খ) দমৰা

(গ) চকু

উত্তৰঃ (ক) হাতী।

Type By- Subhas Nath