Class 5 Assamese Chapter 16 MCQ’s Sankardev School | ৰংমনৰ চিঠি | Class 5 Assamese Chapter 16 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter-16

ৰংমনৰ চিঠি

১) ৰংমনৰ ঘৰ ক’ত আছিল ?

(ক) জালুকবাৰীত
(খ) চামগুৰি
(গ) গুৱাহাটী

উত্তৰঃ (ক) জালুকবাৰীত।


২) ৰংমনৰ মাকে কি চাকৰি কৰে ?

(ক) শিক্ষক
(খ) বেংকত
(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (খ) বেংকত।


৩) ৰংমনৰ দেউতাকে কি কৰে ?

(ক) ব্যৱসায়
(খ) কোম্পানীৰ বিষয়া
(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (খ) কোম্পানীৰ বিষয়া।


৪) ৰংমনে স্কুলত আহোতে মাক-দেউতাকক কিমান টকা আনিব কৈছে ?

(ক) ৯০০ টকা
(খ) ৫০০ টকা
(গ) ২০০ টকা

উত্তৰঃ (ক) ৯০০ টকা।


৫) ৰংমন কোন স্কুলত পঢ়ে ?

(ক) মহিলা হোমত
(খ) শংকৰদেৱ শিশু নিকেতম ছাত্ৰাবাস গীতাশ্ৰম
(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (খ) শংকৰদেৱ শিশু নিকেতম ছাত্ৰাবাস গীতাশ্ৰম।


৬) ৰংমন ঘৰলৈ কেতিয়া অহা কথা কৈছে ?

(ক) বিহু বন্ধত
(খ) পূজা বন্ধত
(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (ক) বিহু বন্ধত।


৭) ৰংমনে কোনটো বিহুত অহা কথা কৈছে ?

(ক) মাঘ বিহুত
(খ) বহাগ বিহুত
(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (গ) ওপৰৰ এটাও নহয়।


৮) ৰংমনৰ স্কুলত কিমান টকা দিবলগা হয় আছে ?

(ক) ৭৫০ টকা
(খ) ৮৬০ টকা
(গ) ৪৩৪ টকা

উত্তৰঃ (খ) ৮৬০ টকা।


৯। ধনী বিপৰীত শব্দ কি ?

(ক) দূখীয়া
(খ) মৰমিয়াল
(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (ক) দূখীয়া।


১০। আপদৰ যুৰীয়া শব্দ কি ?

(ক) দায়
(খ) বিপদ
(গ) বিৰিখ

উত্তৰঃ (খ) বিপদ।


১১। ৰংমনে ক’ত পঢ়ে ?

(ক) ছাত্ৰাবাসত
(খ) জালুকবাৰীত
(গ) মৰিগাৱত

উত্তৰঃ (ক) ছাত্ৰাবাসত।


১২। কি বাৰত ছাত্ৰাবাসৰ আচাৰ্যই ফোন ধৰিবলৈ দিয়ে ?

(ক) বুধবাৰে
(খ) শনিবাৰে
(গ) ৰবিবাৰে

উত্তৰঃ (খ) শনিবাৰে।


১৩। বিহু বুলি ছাত্ৰাবাস কিমান দিন বন্ধ থাকিব ?

(ক) এসপ্তাহ
(খ) এমাহ
(গ) পোন্ধৰ দিন

উত্তৰঃ (ক) এসপ্তাহ।


১৪। ৰংমনে ছাত্ৰাবাসত কিমান টকা দিবলগীয়া হৈ আছিল ?

(ক) ৯০০ টকা
(খ) ৮৬০ টকা
(গ) ৬৯০ টকা

উত্তৰঃ (খ) ৮৬০ টকা।


১৫। ৰংমনে মাকহঁতক আহোঁতে লগত কিমান টকা আনিবলৈ কৈছিল ?

(ক) ৯০০ টকা
(খ) ৮০০ টকা
(গ) ৭০০ টকা

উত্তৰঃ (ক) ৯০০ টকা।


১৬। ছাত্ৰাবাসত থাকি ৰংমনৰ কেনেকুৱা লাগিছিল ?

(ক) বেয়া লাগিছিল
(খ) বেয়া লগা নাছিল
(গ) এটাও নহয়

উত্তৰঃ (খ) বেয়া লগা নাছিল।


১৭। আবেলি ছাত্ৰাবাসত সকলোৱে কি কৰে ?

(ক) সৰস্বতী বন্দনা কৰে
(খ) খেলে
(গ) সাধু শুনে

উত্তৰঃ (খ) খেলে।


১৮। সেইদিনা কাৰ হাতত ম’বাইল ফোন এটা দেখি অধীক্ষকগৰাকীয়ে পঠিয়াই দিবলৈ খুজিছিল ?

(ক) কেশৱৰ হাতত
(খ) ৰংমনৰ হাতত
(গ) ওপৰৰ দুয়োটা

(ক) কেশৱৰ হাতত।


১৯। ৰাতি ভোজন কৰাৰ আগত কি কৰিব লাগে ?

(ক) ভোজন মন্ত্ৰ কৰিব লাগে
(খ) সৰস্বতী বন্দনা কৰিব লাগে
(গ) আচাৰ্যক সেৱা কৰিব লাগে

উত্তৰঃ (ক) ভোজন মন্ত্ৰ কৰিব লাগে।


২০। ৰংমনে পঢ়া ছাত্ৰাবাসখনৰ নাম কি ?

(ক) হোজাই গীতাশ্ৰম ছাত্ৰাবাস
(খ) শংকৰদেৱ শিশু নিকেতন ছাত্ৰাবাস
(গ) এটাও নহয়

উত্তৰঃ (খ) শংকৰদেৱ শিশু নিকেতন ছাত্ৰাবাস।

Type By- Subhas Nath