Class 5 Assamese Chapter 3 MCQ’s Sankardev School | বামুণী আৰু নেউল | Class 5 Assamese Chapter MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter-3

বামুণী আৰু নেউল

১। বামুণীয়ে পানী আনিবলৈ গৈ কাক ৰখীয়া থৈছিল ?

(ক) নেউলক

(খ) ফেঁটী সাপক

(গ) ফেঁচা

উত্তৰঃ (ক) নেউলক।

২। বামুণীয়ে সৰু লৰাটোক চোতালত শুৱাই থৈ কলৈ গৈছিল ?

(ক) পানী আনিবলৈ

(খ) ফুৰিব গৈছিল

(গ) মাহীয়েকৰ ঘৰলৈ গৈছিল

উত্তৰঃ (ক) পানী আনিবলৈ।

৩। নেউল আৰু সাপৰ যুঁজখন কোন জিকিলে ?

(ক) নেউল

(খ) সাপ

(গ) ফেঁচা

উত্তৰঃ (ক) নেউল।

৪। বামুণীয়ে অধৈৰ্য হৈ কলহটো দলিয়াই দিওঁতে কি হল ?

(ক) কলহটো ভাঙিলে

(খ) কলটোৰ পৰা পানী খিনি পৰিল

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (গ) ইয়াৰ পৰা এটাও নহয়।

৫। কাৰ কাৰ মাজত  থৈয়া নথৈয়া ৰণ হৈছিল ?

(ক) সাপ আৰু নেউল

(খ) বাঘ আৰু সিংহ

(গ) কুকুৰ আৰু মেকুৰী

উত্তৰঃ (ক) সাপ আৰু নেউল।

৬। শেযত কোন মৰিল ?

(ক) সাপ

(খ) নেউল

(গ) মেকুৰী

উত্তৰঃ (ক) সাপ।

৭। কেৰমেৰ কৈ কোন আহিছিল ?

(ক) ফেঁটী সাপ

(খ) নেউল

(গ) ভেঁকুলি

উত্তৰঃ (ক) ফেঁটী সাপ।

 ৮। শেষত বামুণীয়ে কিয় চকুলো মচিলে ?

(ক) নেউলটোৰ কাৰণে

(খ) সাপটোৰ কাৰণে

(গ) কুকুৰটোৰ কাৰণে

উত্তৰঃ (ক) নেউলটোৰ কাৰণে।

৯। কালৰূপ ধৰি কালৈ ফেঁট তুলি লৈছিল ?

(ক) লৰাটোৰ গালৈ

(খ) নেউলটোৰ গালৈ

(গ) মেকুৰীটোৰ গালৈ

উত্তৰঃ (ক) লৰাটোৰ গালৈ।

১০। যুঁজখনত কোন বিনাশন হৈছিল ?

(ক) মেকুৰী

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) নেউল

উত্তৰঃ (খ) ইয়াৰ পৰা এটাও নহয়।

১১। বামুণী আৰু নেউল কবিতাটো কোনে ৰচনা কৰিছিল ?

(ক) বিষয় চন্দ্ৰ বিশ্বাসী

(খ) অতুলানন্দ গোস্বামী

(গ) এটাও নহয়

উত্তৰঃ (ক) বিষয় চন্দ্ৰ বিশ্বাসী।

১২।সাপ+ক=

(ক) সাপক

(খ) শাপকে

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (ক) সাপক।

১৩। পাছত বামুণী আহি কি দেখিছিল ?

(ক) চেনেহৰ পোনাই নাচি-বাগি আছে

(খ) সাপ মৰি আছে

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (গ) ওপৰৰ দুয়োটা।

১৪। কলহটো বামুণীয়ে কিয় দলিয়াই দিছিল ?

(ক) পানী মাৰিবলৈ

(খ) ল’ৰাটোক খোৱা বুলি ভাবি

(গ) সাপৰ বিনাশৰ বাবে

উত্তৰঃ (খ) ল’ৰাটোক খোৱা বুলি ভাবি।

১৫। তেজ+এ+ৰে=

(ক) তেজএৰে

(খ) তেজেৰে

(গ) এটাও নহয়

উত্তৰঃ (খ) তেজেৰে।

১৬। ___________ ধৰি ল’ৰাৰ গালৈ ফেঁট যেই তুলি ল’লে,

(ক) কালৰূপ

(খ) সাপটো

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (ক) কালৰূপ।

১৭। বামুণী+এ=

(ক) বামুণ

(খ) বামুণীএ

(গ) এটাও নহয়

উত্তৰঃ (গ) এটাও নহয়।

১৮। কাষলৈ আহি অলপ দূৰৈত দেখে _____________ আছে ।

(ক) সাপ মৰি

(খ) নাচি-বাগি

(গ) ল’ৰাৰ সুখ

উত্তৰঃ (ক) সাপ মৰি।

১৯। বাট+ত+এ=

(ক) বাতটএ

(খ) বাটতএ

(গ) বাটতে

উত্তৰঃ (গ) বাটতে।

২০। ক’ৰবাৰ এটি মাটি ফেঁটী সাপ আহি কৰে __________ ;

(ক) কেৰমেৰ

(খ) ৰণ

(গ) এটাও নহয়

উত্তৰঃ (ক) কেৰমেৰ।

Type By- Subhas Nath