Class 5 Science Chapter 5 MCQ’s Sankardev School | প্ৰাকৃতিক দুৰ্যোগ | Class 5 Social Science Chapter 5 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 5

প্ৰাকৃতিক দুৰ্যোগ

১। প্ৰাকৃতিক দুৰ্যোগ কাক বোলে?

(ক) যিবোৰ ঘটনা হঠাতে হয়

(খ) যিবোৰ ঘটনা বহুদিনৰ আগতে ঘটে

(গ) পাঠত দিয়া নাই

উত্তৰ- (ক) যিবোৰ ঘটনা হঠাতে হয় ।

২। প্ৰাকৃতিক দুৰ্যোগ ঘটনা কোনবোৰ যেনে- বানপানী, ধুমুহা, ভূমিকম্প আদি। হয় নে নহয়।

(ক) হয়

(খ) নহয়

(গ) পাঠত দিয়া নাই

উত্তৰ- (ক) হয় ।

৩। অত্যধিক বৰষুণৰ ফলত পানী কি হোৱা দেখা যায়?

(ক) পানী ওপৰলৈ উঠি আহে

(খ) পানী তললৈ কমি যায়

(গ) পানী ওপৰলৈও নাহে আৰু তললৈও নাযায়

উত্তৰ- (ক) পানী ওপৰলৈ উঠি আহে ।

৪। ভূমিকম্পৰ জোখা যন্ত্ৰটোৰ নাম চিছ্ম’গ্ৰাফ হয় নে নহয়?

(ক) নহয়

(খ) হয়

(গ) পাঠটোত দিয়া নাই

উত্তৰ- (খ) হয় ।

৫। ৰাজস্থান, গুজৰাট, মধ্যপ্ৰদেশ বৰষুণ বেছিকৈ হয় নে নহয়?

(ক) হয়

(খ) নহয়

(গ) একো নহয়

উত্তৰ- (ক) হয় ।

৬। বানপানীক বাধা দিয়াত মথাউৰিয়ে যথেষ্ট সহায় কৰে। হয় নে নহয় ।

(ক) হয়

(খ) নহয়

(গ) একো নহয়

উত্তৰ- (ক) হয় ।

৭। ভূমিকম্পৰ আহিলে কিব লাগে?

(ক) ঘৰৰ ভিতৰত পৰা মুকলি ঠাইলৈ ওলাই আহিব লাগে

(খ) ঘৰৰ ভিতৰতে থাকিব লাগে

(গ) একো কৰিব নালাগে

উত্তৰ- (ক) ঘৰৰ ভিতৰত পৰা মুকলি ঠাইলৈ ওলাই আহিব লাগে ।

৮। কোখন দেশত সঘনে ভূমিকম্পৰ হোৱা দেখা যায়?

(ক) জাপান

(খ) নেপাল

(গ) ভূটান

উত্তৰ- (ক) জাপান ।

৯। বেছিকৈ ভূটানত ভূমিকম্পৰ হোৱা দেখা যায়? হয় নে নহয়।

(ক) হয়

(খ) নহয়

(গ) একো নহয়

উত্তৰ- (খ) নহয় ।

১০। নেপালত ভূমিকম্প বেছিকৈ হোৱা দেখা যায়? হয় নে নহয়।

(ক) হয়

(খ) নহয়

(গ) একো নহয়

উত্তৰ- (খ) নহয় ।

Type By- Bikul Mandal