Class 5 Science Chapter 6 MCQ’s Sankardev School | আমাৰ শৰীৰৰ বিভিন্ন তন্ত্ৰ | Class 5 Social Science Chapter 6 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 6

আমাৰ শৰীৰৰ বিভিন্ন তন্ত্ৰ

১। এজন প্ৰপ্তবয়স্ক ব্যক্তিৰ মুখত মুঠ দাঁত  কিমাটা আছে

(ক) ৩০

(খ) ৩১

(গ) ৩২

উত্তৰ- (গ) ৩২ ।

২। আমাৰ মুখত কেইপ্ৰকাৰৰ দাঁত আছে?

(ক) চাৰি প্ৰকাৰৰ

(খ) পাঁচ প্ৰকাৰৰ

(গ) তিনি প্ৰকাৰৰ

উত্তৰ- (ক) চাৰি প্ৰকাৰৰ ।

৩। হৃদপিণ্ড আমাৰ ক’ত থাকে?

(ক) পেটত থাকে

(খ) বুকুত থাকে

(গ) চকুত থাকে

উত্তৰ- (খ) বুকুত থাকে ।

৪। মনুহৰ শৰীৰত মুঠ কিমান ডাল হাড় থাকে?

(ক) ২০৩

(খ) ২০৪

(গ) ২০৬

উত্তৰ- (গ) ২০৬ ।

৫। খাদ্য ভালদৰে চোবাই খাব লাগে?

(ক) লাগে

(খ) নালাগে

(গ) একো কৰিব নালাগে

উত্তৰ- (ক) লাগে ।

৬। আমি সদায় সঠিক আৰু নিদিৰ্ষ্ট সময়ত আহাৰ গ্ৰহণ কৰিব লাগে?

(ক) লাগে

(খ) নালাগে

(গ) একো কৰিব নালাগে

উত্তৰ- (ক) লাগে ।

৭। খাদ্য সৰু আৰু টুকুৰা কৰি খাব লাগে নে নালাগে?

(ক) নালাগে

(খ) লাগে

(গ) একো কৰিব নালাগে

উত্তৰ- (খ) লাগে ।

৮। যথেষ্ট পৰিমাণে পানী খাব লাগে নে নালেগে?

(ক) নালাগে

(খ) লাগে

(গ) একো কৰিব নালাগে

উত্তৰ- (খ) লাগে ।

৯। মানুহৰ হাড় ২০৩ ডাল থাকে হয় নে নহয়?

(ক) হয়

(খ) নহয়

(গ) একো নহয়

উত্তৰ- (খ) নহয় ।

১০। আমাৰ শৰীৰৰ একোটা বিশেষ কাৰ্য কেইবাটাও আংগ মিলি সমাধান কৰে। এনেদৰে কাৰ্য সম্পাদন কৰা অংগ গোটক অংগতন্ত্ৰ বোলা হয় নে নহয়?

(ক) হয়

(খ) নহয়

(গ) একো নহয়

উত্তৰ- (ক) হয় ।

Type by- Bikul Mandal