Class 5 Science Chapter 7 MCQ’s Sankardev School | বিভিন্ন পৰিৱেশৰ প্ৰাণী | Class 5 Social Science Chapter 7 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 7

বিভিন্ন পৰিৱেশৰ প্ৰাণী

১। মৰুভূমিত গছ-গছনি দেখিবলৈ পোৱা নাযায়? হয় নে নহয়?

(ক) হয়

(খ) নহয়

(গ) একো নহয়

উত্তৰ- (ক) হয় ।

২। মৰুভূমিত থকা প্ৰাণী বিধৰ নাম কি?

(ক) উট

(খ) হাতী

(গ) গড়়

উত্তৰ- (ক) উট ।

৩। কি জন্তু পিঠিত উঠি মৰুভূমিত আহাৰ যোৱা কৰে?

(ক) হাতী

(খ) উট

(গ) গাধৰ

উত্তৰ- (খ) উট ।

৪। কি ভালুকে বৰফত গাত খান্দি তাত কেইবামাহো সোমাই থাকে?

(খ) মতা ভালুক

(গ) মাইকী ভালুক

(গ) পাঠটোত দিয়া নাই

উত্তৰ- (গ) মাইকী ভালুক ।

৫। মৰুভূিত মৰুজ নামৰ উদ্ভিদ পোৱা যায়? হয় নে নহয়?

(ক) নহয়

(খ) হয়

(গ) পোৱা নাযায়

উত্তৰ- (খ) হয় ।

৬। উত্তৰ আমেৰিকাত পোৱা এবিধ প্ৰাণী বিধৰ নাম কি?

(ক) বল্গা হৰিণ

(খ) জিৰাফ

(গ) বাঘ

উত্তৰ- (ক) বল্গা হৰিণ ।

৭। ঠাণ্ডা দেশত থকা আন এবিধ প্ৰাণী নাম হ’ল য়াক ? হয় নে নহয়?

(ক) হয়

(খ) নহয়

(গ) একো নহয়

উত্তৰ- (ক) হয় ।

৮। উদ্ভিদ, প্ৰাণীৰ থকা ঠাই আৰু ইহঁতৰ চাৰিওফালে অৱস্থাক পৰিৱেশ  বুলি কোৱা হয় নে নহয়?

(ক) হয়

(খ) নহয়

(গ) একো নহুয়

উত্তৰ- (ক) হয় ।

৯। পানীত মাছে ফুলৰ সহায়েৰে উশাহ নিশাহ লয় নে নলয়?

(ক) লয়

(খ) নলয়

(গ) একো নলয়

উত্তৰ- (ক) লয় ।

১০। বতাহত উৰিবলৈ ডেউকা প্ৰয়োজন হয় নে নহয়?

(ক) নহয়

(খ) হয়

(গ) একো নহয়

উত্তৰ- (খ) হয় ।

Type by- Bikul Mandal