Class 5 Science Chapter 9 MCQ’s Sankardev School | পানীৰ চাপ | Class 5 Social Science Chapter 9 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 9

পানীৰ চাপ

১। সকলো বস্তু দৰে পানীয়েও চাপ দিয়ে।

(ক) দিয়ে

(খ) নিদিয়ে

(গ) পাঠত উল্লেখ কৰা নাই

উত্তৰ- (ক) দিয়ে ।

২। পানীৰ ঊৰ্দ্ধচাপ, নিম্নচাপ আৰু পাৰ্শ্বচাপ আছে নে নাই।

(ক) আছে

(খ) নাই

(গ) পাঠত উল্লেখ কৰা নাই

উত্তৰ- (ক) আছে ।

৩। পানীৰ চাপৰ বঢ়া-টুটা তাৰ গভীৰতাৰ ওপৰত নিৰ্ভৰ কৰে।

(ক) নকৰে

(খ) কৰে

(গ) পাঠত উল্লেখ কৰা নাই

উত্তৰ- (খ) কৰে ।

৪। পানীয়ে তৰলৈ দিয়া হেঁচাক পানীৰ নিম্নচাপ বোলা হয়।

(ক) হয়

(খ) নহয়

(গ) পাঠত উল্লেখ কৰা নাই

উত্তৰ- (ক) হয় ।

৫। পানীয়ে কাষলৈ দিয়া হেঁচাক পাৰ্শ্বচাপ বুলি কোৱা হয়।

(ক) নহয়

(খ) হয়

(গ) পাঠত উল্লেখ কৰা নাই

উত্তৰ- (খ) হয় ।

৬। পানীয়ে ওপৰলৈ হেঁচাক ঊৰ্দ্ধচাপ বোলা হয়।

(ক) হয়

(খ) নহয়

(গ) পাঠত উল্লেখ কৰা নাই

উত্তৰ- (ক) হয় ।

৭। পানীয়ে তৰলৈ দিয়া হেঁচাক পানীৰ কি বোলা হয়।

(ক) নিম্নচাপ

(খ) ঊৰ্দ্ধচাপ

(গ) পাৰ্শ্বচাপ

উত্তৰ- (ক) নিম্নচাপ ।

৮। পানীয়ে ওপৰলৈ হেঁচাক কি বোলা হয়।

(ক) ঊৰ্দ্ধচাপ

(খ) পাৰ্শ্বচাপ

(গ) নিম্নচাপ

উত্তৰ- (ক) ঊৰ্দ্ধচাপ ।

৯।  পানীয়ে কাষলৈ দিয়া হেঁচাক কি বুলি কোৱা হয়।

(ক) ঊৰ্দ্ধচাপ

(খ) নিম্নচাপ

(গ) পাৰ্শ্বচাপ

উত্তৰ- (গ) পাৰ্শ্বচাপ ।

১০। পানীৰ ঊৰ্দ্ধচাপ, নিম্নচাপ আৰু পাৰ্শ্বচাপ আছে। হয় নে নহয়।

(ক) হয়

(খ) নহয়

(গ) পাঠত উল্লেখ কৰা নাই

উত্তৰ- (ক) হয় ।

Type by- Bikul Mandal