Class 5 Social Science Chapter 1 MCQ’s Sankardev School | সমাজ বিদ্য়া পৰিচয় | Class 5 Social Science Chapter 1 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter-1

সমাজ বিদ্য়া পৰিচয়

১। মানুহে কি কৰিব পাৰে?

(ক) চিন্তা কৰিব পাৰি

(খ) জ্ঞান আহৰণ কৰিব পাৰি

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) চিন্তা কৰিব পাৰি।

২। মানুহে বিভিন্ন সমস্য়াৰ কি বিচাৰিব জানে?

(ক) পৰিস্থিতি বিচাৰিব জানে

(খ) সমাধান বিচাৰিব জানে

(গ) জ্ঞান বিচাৰিব জানে

উত্তৰঃ (খ) সমাধান বিচাৰিব জানে।

৩। তুলনামূলকভাৱে আন সকলো প্ৰাণীতকৈ মানুহ কি?

(ক) জ্ঞানী

(খ) বুদ্ধিমান

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) বুদ্ধিমান।

৪। স্বাভাৱৰ বাবে মানুহক সামাজিক কি বোলা হয়?

(ক) জ্ঞানী বোলা হয়

(খ) প্ৰাণী বোলা হয়

(গ) চিন্তা কৰা বোলা হয়

উত্তৰঃ (খ) প্ৰাণী বোলা হয়।

৫। সামূহিক উদ্য়ম হ’ল সমাজৰ কি চালিকা শক্তি?

(ক) জ্ঞান শক্তি

(খ) মূল শক্তি

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) মূল শক্তি।

৬। বহুত মানুহ একেলগে বাস কৰাটোকে কি বুলিব নোৱাৰি?

(ক) প্ৰাণী বুলিব নোৱাৰি

(খ) সমাজ বুলিব নোৱাৰি

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) সমাজ বুলিব নোৱাৰি।

৭। বাইহাটা এখন ডাঙৰ কি?

(ক) চহৰ

(খ) গাঁও

(গ) অঞ্চল

উত্তৰঃ (খ) গাঁও।

৮। দায়িত্ব আদি বিভিন্ন দিশ কি বিদ্য়াত সামৰি লোৱা হয়?

(ক) জ্ঞান বিদ্য়াত

(খ) পঢ়া-শুনা বিদ্য়াত

(গ) সমাজ বিদ্য়াত

উত্তৰঃ (গ) সমাজ বিদ্য়াত।

৯। ৰান্ধনিঘৰত গেছ ব্য়ৱহাৰ কৰিলে আমাক কি প্ৰয়োজন নহয়?

(ক) খাদ্য়

(খ) জুতি

(গ) খৰিৰ

উত্তৰঃ (গ) খৰিৰ।

১০। ভূগোল নাজানিলে সমাজৰ বিষয়ে ভালকৈ জনাটো কি নহয়?

(ক) সম্ভৱ নহয়

(খ) অসম্ভৱ নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) সম্ভৱ নহয়

১১। মানুহ কি প্ৰিয় প্ৰাণী?

(ক) জিলাপ্ৰিয়

(খ) গাঁওপ্ৰিয়

(গ) সমাজপ্ৰিয়

উত্তৰঃ (গ) সমাজপ্ৰিয়।

১২। বিদ্য়ালয় স্থাপনৰ বাবে কোনে এবিঘা মাটি দান কৰিলে?

(ক) হেমচন্দ্ৰ বৰুৱা

(খ) মনবৰ

(গ) প্ৰদীপ কাকতি

উত্তৰঃ (খ) মনবৰ।

১৩। কি স্থাপনৰ বাবে এখন সমিতি গঠন কৰা হ’ল?

(ক) হস্পিতাল

(খ) পঞ্চায়ত

(গ) বিদ্য়ালয়

উত্তৰঃ (গ) বিদ্য়ালয়।

১৪। সময়ৰ লগে লগে কিহৰ চাহিদা পৰিৱৰ্তন হয়? 

(ক) গাঁৱৰ

(খ) ৰাজ্য়ৰ

(গ) সমাজৰ

উত্তৰঃ (গ) সমাজৰ।

১৫। কি নাজানিলে সমাজৰ বিষয়ে ভালকৈ জনাটো সম্ভৱ নহয়?

(ক) ৰাজনীতি

(খ) অৰ্থনীতিৰ

(গ) ভূগোল

উত্তৰঃ (গ) ভূগোল।

১৬। অসমীয়াসকলে কেইটা বিহু পালন কৰে?

(ক) চাৰিটা

(খ) তিনিটা

(গ) সাতটা

উত্তৰঃ (খ) তিনিটা।

১৭। সমাজ ঘাইকৈ কিহৰ ওপৰত নিৰ্ভৰশীল?

(ক) ৰাজনীতিৰ ওপৰত

(খ) ভূগোলৰ ওপৰত

(গ) অৰ্থনীতিৰ ওপৰত

উত্তৰঃ (গ) অৰ্থনীতিৰ ওপৰত।

১৮। এসময়ত এঠাইৰ খবৰ আন ঠাইলৈ পঠোৱাটো সহজ কথা আছিল নে?

(ক) আছিল

(খ) নাছিল

(গ) আছিলো আৰু নাছিলো

উত্তৰঃ (খ) নাছিল।

১৯। মানৱ সমাজৰ পৰিৱৰ্তনৰ বিভিন্ন কথা জানিবলৈ কি অধ্য়য়ন কৰা আৱশ্য়ক?

(ক) অসমীয়া

(খ) ইংৰাজী

(গ) সমাজ বিদ্য়া

উত্তৰঃ (গ) সমাজ বিদ্য়া।

২০। সমাজত এজনে আন এজনৰ সৈতে কিহৰ বিনিময় কৰে?

(ক) ভাষাৰ

(খ) ভাবৰ

(গ) শক্তিৰ

উত্তৰঃ (খ) ভাবৰ।

Type By- Subhas Nath