Class 5 Social Science Chapter 4 MCQ’s Sankardev School | বিশ্বৰ প্ৰাচীন সভ্য়তাসমূহ আৰু ভাৰতৰ সিন্ধু সভ্য়তা | Class 5 Social Science Chapter 4 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter-4

বিশ্বৰ প্ৰাচীন সভ্য়তাসমূহ আৰু ভাৰতৰ সিন্ধু সভ্য়তা

১। নৱপ্ৰস্তুৰ যুটোক মানৱ সভ্য়তাৰ কি বুলি কোৱা হয়?

(ক) সামৰণি

(খ) আৰম্ভণি

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) আৰম্ভণি।

২। নদী উপত্য়কাবোৰ সাৰুৱা কি বাবে উপযোগী?

(ক) নদ-নদীৰ বাবে

(খ) খেতি-বাতিৰ বাবে

(গ) ঘৰ-দোৱাৰ বাবে

উত্তৰঃ (খ) খেতি-বাতিৰ বাবে।

৩। কিমান ফুট পৰ্যন্ত বহল আলিবাট থকাৰ প্ৰমাণ পোৱা  গৈছে?

(ক) ২৫ ফুট

(খ) ৩৫ ফুট

(গ) ৪৫ ফুট

উত্তৰঃ (গ) ৪৫ ফুট।

৪। প্ৰাচীন নগৰৰ ধ্বংসাৱশেষ কি হ’ল?

(ক) মৃত্য়ু হ’ল

(খ) সৃষ্টি হ’ল

(গ) উদ্ধাৰ হ’ল

উত্তৰঃ (গ) উদ্ধাৰ হ’ল।

৫। মায়া সভ্য়তা আৰু ইনকা ইয়াৰ কি উদাহৰণ?

(ক) সিন্ধু উদাহৰণ

(খ) সভ্য়তা উদাহৰণ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) সভ্য়তা উদাহৰণ।

৬। অতি প্ৰাচীন সভ্য়তাবোৰৰ ভিতৰত ভাৰতৰ সিন্ধু সভ্য়তা কি?

(ক) প্ৰয়োজনিয়

(খ) পৰিকল্পনা

(গ) অন্য়তম

উত্তৰঃ (গ) অন্য়তম।

৭। সিন্ধু নদীক কেন্দ্ৰ কৰি কি স্থাপিত হৈছিল?

(ক) সমাজ

(খ) সভ্য়তা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) সভ্য়তা।

৮। কিমান চনত পঞ্জাব আৰু বেলুচিস্তান প্ৰদেশত এদল পণ্ডিতে খননকাৰ্য চলাইছিল?

(ক) ১৯১৬ চনত

(খ) ১৯১৯ চনত

(গ) ১৯২২ চনত

উত্তৰঃ (গ) ১৯২২ চনত।

৯। সিন্ধু উপত্য়কাৰ লোকসকলে কি খেল জানিছিল?

(ক) ফুটবল

(খ) কাবাদি

(গ) দবা

উত্তৰঃ (গ) দবা।

১০। শস্য়ৰ উৎপাদন কি বাসীৰ প্ৰধান জীৱিকা?

(ক) চহৰবাসী

(খ) অঞ্চলবাসী

(গ) গাওঁবাসী

উত্তৰঃ (গ) গাওঁবাসী।

Type By- Subhas Nath