Class 6 Assamese Chapter 1 MCQ’s Sankardev School | শ্ৰীকৃষ্ণই পিপৰা গুচোৱা | Class 6 Assamese Chapter 1 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 1

শ্ৰীকৃষ্ণই পিপৰা গুচোৱা

১। কবিতাটোৰ ৰচক কোন ?

(ক) শ্ৰী শ্ৰী শংকৰদেৱ

(খ) শ্ৰী শ্ৰী মাধৱদেৱ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) শ্ৰী শ্ৰী মাধৱদেৱ ।

২। শংকৰদেৱৰ প্ৰিয় শিষ্য কোন  আছিল ?

(ক) শংকৰদেৱৰ

(খ) মাধৱদেৱৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) মাধৱদেৱৰ ।

৩। শংকৰদেৱে অসমত ভক্তি ধৰ্মৰ সূচনা কৰিছিল কিন্তু ইয়াৰ চৌদিশে বিয়পাই দিয়া ব্যক্তিগৰাকী আছিল কোন ?

(ক) শংকৰদেৱৰ শিক্ষক

(খ) মাধৱদেৱ

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (খ) মাধৱদেৱ ।

৪। মাধৱদেৱৰ জন্ম ক’ত হৈছিল ?

(ক) মৰিগাঁও

(খ) নগাঁও

(গ) নাৰায়ণপুৰত

উত্তৰ- (গ) নাৰায়ণপুৰত ।

৫। মাধৱদেৱৰ পিতৃৰ নাম কি ?

(ক) সত্যনাথ বৰা

(খ) গোবিন্দগিৰি

(গ) নাৰায়ণ ৰাম

উত্তৰ- (খ) গোবিন্দগিৰি ।

৬। মাধৱদেৱৰ মাতৃৰ নাম কি ?

(ক) মাধৱী দেৱী

(খ) ৰমলা দেৱী

(গ) মনোৰমা দেৱী

উত্তৰ- (গ) মনোৰমা দেৱী ।

৭। শংকৰদেৱে মাধৱদেৱক মৰমতে কি বুলি সম্বোধন কৰিছিল ?

(ক) কমল

(খ) বৰাৰ পো

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) বৰাৰ পো ।

৮। মাধৱদেৱে জন্মপুৰাণ নামৰ পুথিখন ভাঙনি কৰি  প্ৰকাশ কৰা পুথিখনৰ নাম কি ?

(ক) জন্ম-ৰহস্য

(খ) মৃত্যু-ৰহস্য

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) জন্ম-ৰহস্য ।

৯। শংকৰদেৱে এখন কি পুথি লিখিবলৈ মাধৱদেৱক অনুৰোধ জনাইছিল ?

(ক) অভক্তিমূলক পুথি

(খ) ভক্তিমূলক পুথি

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) ভক্তিমূলক পুথি ।

১০। মাধৱদেৱৰ গীতপ্ৰধান নাট খনক কি বোলা হয় ?

(ক) ঝুমুৰা

(খ) জুনুকা

(গ) ঝুমুৰ

উত্তৰ- (ক) ঝুমুৰা ।

১১। এই কবিতাটো কি ভাষাত লিখা হৈছে ?

(ক) অসমীয়া

(খ) ব্ৰজাৱলী

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) ব্ৰজাৱলী ।

১২। ব্ৰজ কি গাঁওৰ ওচৰৰ এখন গোৱাল গাঁও ?

(ক) গোকুলৰ ওচৰৰ

(খ) মথুৰাৰ ওচৰৰ

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (খ) মথুৰাৰ ওচৰৰ ।

১৩। ব্ৰজ গাঁওখন কি নামেৰে জনাজাত ?

(ক) গোকুল

(খ) মথুৰা

(গ) ব্ৰজ

উত্তৰ- (ক) গোকুল ।

১৪। মই পিপৰা গুচাবলৈহে হাত দিছোঁ বুলি কোনে কৈছে ?

(ক) গুৱালিনীয়ে

(খ) বনমালীয়ে

(গ) শ্ৰীকৃষ্ণই

উত্তৰ- (গ) শ্ৰীকৃষ্ণই ।

১৫। মাধৱদেৱৰ কিমান চনত মৃত্যু হৈছিল ?

(ক) ১৪১১

(খ) ১৫১৮

(গ) ১২০১

উত্তৰ- (খ) ১৫১৮ ।

১৬। মাধৱদেৱৰ মৃত্যু কিমান বয়সত হৈছিল ?

(ক) ১০০ বছৰ ৭ মাহ

(খ) ১০২ বছৰ ৪ মাহ

(গ) ১০৭ বছৰ ৩ মাহ

উত্তৰ- (গ) ১০৭ বছৰ ৩ মাহ ।

১৭। লৱণু শব্দৰ অৰ্থ কি ?

(ক) লবণু

(খ) মাখন

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) মাখন ।

১৮। টেণ্টন শব্দৰ অৰ্থ কি ?

(ক) টেটোন

(খ) ধূৰ্ত

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।

১৯। কনিষ্ঠ শব্দৰ অৰ্থ কি ?

(ক) ডাঙৰ

(খ) সৰু ভায়েক

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) সৰু ভায়েক ।

২০। ভাণ্ডিলা শব্দৰ অৰ্থ কি ?

(ক) ফাঁকি দিলে

(খ) ছল কৰিলে

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।

Type by- Bikul Mandal