Class 6 Assamese Chapter 10 MCQ’s Sankardev School | পাৰ্থ-সাৰথি শ্ৰীকৃষ্ণ | Class 6 Assamese Chapter 10 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 10

পাৰ্থ-সাৰথি শ্ৰীকৃষ্ণ

১। এই পাঠটো কোনে ৰচনা কৰিছিল ?

(ক) সত্যনাথ বৰা

(খ) শ্ৰী শ্ৰী শংকৰদেৱ

(গ) পদ্মনাথ গোহাঞি বৰুৱা

উত্তৰ- (গ) পদ্মনাথ গোহাঞি বৰুৱা ।

২।  শ্ৰীকৃষ্ণৰ শৰীৰৰ পৰা কি ওলাল?

(ক) তেজ

(খ) পানী

(গ) সেনা

উত্তৰ- (গ) সেনা ।

৩। পিতৃ শ্ৰাদ্ধৰ কাৰণে কোনে বৰাহ চিকাৰ কৰিবলৈ গৈছিল?

(ক) দুৰ্যোধনে

(খ) অৰ্জুনে

(গ) শ্ৰীকৃষ্ণই

উত্তৰ- (গ) শ্ৰীকৃষ্ণই ।

৪। চিকাৰ কৰিবলৈ যাওতে  কাৰ সৈন্যই  তেওঁক অকলে পাই বেঢ়ি ধৰিলে?

(ক) জৰাসন্ধৰ

(খ) অৰ্জুনৰ

(গ) দুৰ্যোধনৰ

উত্তৰ- (গ) দুৰ্যোধনৰ ।

৫। শ্ৰীকৃষ্ণৰ শৰীৰৰ পৰা ওলোৱা সেনাবিলাকৰ আন এটা নাম কি?

(ক) সেনা

(খ) সংসপ্তক

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) সংসপ্তক ।

৬। কুৰুক্ষেত্ৰত কাৰ কাৰ মাজত যুদ্ধ হৈছিল?

(ক) শ্ৰী কৃষ্ণ আৰু অৰ্জুনৰ মাজত

(খ) কৌৰৱ অৰু পাণ্ডবৰ মাজত

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (খ) কৌৰৱ অৰু পাণ্ডবৰ মাজত ।

৭। শেষত শ্ৰী কৃষ্ণ কাৰ ফলীয়া হল?

(ক) কৌৰৱৰ

(খ) পাণ্ডবৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) পাণ্ডবৰ।

৮। দুৰ্যোধনক শ্ৰীকৃষ্ণই কি দি সন্তুষ্ট কৰিলে?

(ক) অলপ সোণ দি

(খ) এক অযুত নাৰায়ণী সেণা দি

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) এক অযুত নাৰায়ণী সেণা দি ।

৯। উপনীত শব্দৰ অৰ্থ কি?

(ক) উপস্থিত

(খ) আহি পোৱা

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।

১০। সমাচাৰ শব্দৰ অৰ্থ কি?

(ক) খবৰ

(খ) বাৰ্তা

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।

১১। উলটি শব্দৰ অৰ্থ কি?

(ক) উভতি

(খ) আকৌ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) উভতি ।

১২। বাঞ্ছা শব্দৰ অৰ্থ কি?

(ক) ইচ্ছা

(খ) কামনা

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।

১৩। কৃষ্ণাগ্ৰজ শব্দৰ অৰ্থ কি?

(ক) কৃষ্ণৰ ককাযেক

(খ) কৃষ্ণৰ ভয়েক

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) কৃষ্ণৰ ককাযেক ।

১৪। চৰাচৰ শব্দৰ অৰ্থ কি?

(ক) জগত

(খ) পৃথিৱী

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।

১৫। অবাবতে শব্দৰ অৰ্থ কি?

(ক) অকৰণতে

(খ) বিনা কাৰণত

(গ) অযথা

(ঘ) ওপৰৰ তিনিটাই হয়

উত্তৰ- (ঘ) ওপৰৰ তিনিটাই হয় ।

১৬। অনতি পলমে শব্দৰ অৰ্থ কি?

(ক) সোনকালে

(খ) শীঘ্ৰে

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।

১৭। কালহৰণ শব্দৰ অৰ্থ কি?

(ক) সময়

(খ) নষ্ট

(গ) কালক্ষয়

উত্তৰ- (গ) কালক্ষয় ।

১৮। দিহা শব্দৰ অৰ্থ কি?

(ক) পৰামৰ্শ

(খ) নিৰ্দেশ

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।

১৯। চিত শব্দৰ অৰ্থ কি?

(ক) মন

(খ) উত্তৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) মন ।

২০। বিচলিত সব্দৰ অৰ্থ কি?

(ক) অস্থিৰ

(খ) লৰচৰ হোৱা

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।

Type by- Bikul Mandal