Class 6 Assamese Chapter 11 MCQ’s Sankardev School | বৰপেটা | Class 6 Assamese Chapter 11 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 11

বৰপেটা

১। বৰপেটা কবিতাটোৰ কবিৰ নাম কি?

(ক) সত্যনাথ বৰা

(খ) শৈলধৰ ৰাজখোৱা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) শৈলধৰ ৰাজখোৱা ।

২। কবিৰ কিমান চনত জন্ম হৈছিল?

(ক) ১৯৫৩

(খ) ১৯৮৭

(গ) ১৯৮০

উত্তৰ- (গ) ১৯৮০ ।

৩। কবিৰ জন্ম ক’ত হৈছিল?

(ক) ডিব্ৰুগড়ৰত

(খ) নগাঁওত

(গ) গুৱাহাটীত

উত্তৰ- (ক) ডিব্ৰুগড়ৰত ।

৪। কবিয়ে কিমান চনত অৱসৰ গ্ৰহণ কৰে?

(ক) ১৯৬৮

(খ) ১৯৮৭

(গ) ১৯৮০

উত্তৰ- (খ) ১৯৮৭ ।

৫। কিছুদিন ক’ৰ বিশ্ববিদ্যালয়ৰ কোষাধ্যক্ষৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল?

(ক) ডিব্ৰুগড়ত

(খ) নগাঁওত

(গ) গুৱাহাটীত

উত্তৰ- (গ) গুৱাহাটীত ।

৬। অসমীয়া সাহিত্যত নিজৰাৰ কবি, ৰূপে কোন খ্যাত?

(ক) শৈলধৰ ৰাজখোৱা

(খ) সত্যনাথ বৰা

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (ক) শৈলধৰ ৰাজখোৱা ।

৭। কবিৰ প্ৰকাশিত পুথি কি কি?

(ক) নিজৰা

(খ) বিদ্যাৱতী

(গ) অতাতৰ সোঁৱৰণী

(ঘ) ওপৰৰ তিনিটাই হয়

উত্তৰ- (ঘ) ওপৰৰ তিনিটাই হয় ।

৮। কিমান চনত কবিৰ মৃত্যু হৈছিল?

(ক) ১৯৬৮

(খ) ১৯৮০

(গ) ১৯৮৭

উত্তৰ- (ক) ১৯৬৮ ।

৯। কিমান তাৰিখে কবিৰ মৃত্যু হয়?

(ক) ২১ ডিচেম্বৰ

(খ) ১৭ ডিচেম্বৰ

(গ) ২৮ ডিচেম্বৰ

উত্তৰ- (খ) ১৭ ডিচেম্বৰ ।

১০। উৎসৱ -পৰ্ব, বিয়া-সবাহ, খেল-ধেমালি সকলোতে কেৱল কি?

(ক) বিয়া নাম

(খ) হৰিনাম

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (খ) হৰিনাম ।

১১। নাৱৰীয়াৰ কৰ চাবে চাবে হৰিনাম?

(ক) পানীৰ

(খ) বঠাৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) বঠাৰ ।

১২। বৰপেটাৰ বিখ্যাত কি মাহত নাওখেল পতা হয়?

(ক) মাঘ মাহত

(খ) আহিন মাহত

(গ) ভাদ মাহত

উত্তৰ- (গ) ভাদ মাহত ।

১৩। বৰপেটা সত্ৰৰ প্ৰতিটো কি পৱিত্ৰ ?

(ক) ধূলিকণা

(খ) সত্ৰ

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (ক) ধূলিকণা ।

১৪। এই মহামন্ত্ৰ জাপি  সকলো পৱিত্ৰ হয়। এই কথাষাৰ কোনে কৈছে?

(ক) কবিয়ে

(খ) কবিৰ দেউতাকে

(গ) কবিৰ মাকে

উত্তৰ- (ক) কবিয়ে ।

১৫। কোনে আশা কৰিছে যে এই মহামন্ত্ৰ জাপি সকলো পৱিত্ৰ হয় বুলি ?

(গ) শ্ৰী শ্ৰী শংকৰদেৱে

(খ) শ্ৰী শ্ৰী মাধৱদেৱে

(গ) কবিয়ে

উত্তৰ- (গ) কবিয়ে ।

১৬। পৰাণ শব্দৰ অৰ্থ কি?

(ক) প্ৰাণ

(খ) অপ্ৰাণ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) প্ৰাণ ।

১৭। বিমল শব্দৰ অৰ্থ কি?

(ক) পৱিত্ৰ

(খ) নিৰ্মল

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।

১৮। নিজান শব্দৰ অৰ্থ কি?

(ক) নিমাত

(খ) নিৰ্জন

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।

১৯। শোক-তাপ শব্দৰ অৰ্থ কি?

(ক) দুখ-কষ্ট

(খ) মনৰ অশান্তি

(গ) ওপৰৰ দুয়োটাই হয়

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।

২০। পলা শব্দৰ অৰ্থ কি?

(ক) আঁতৰি যা

(খ) আঁতৰি লাযাবি

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (ক) আঁতৰি যা ।

Type by- Bikul Mandal