Class 6 Assamese Chapter 6 MCQ’s Sankardev School | বাঘ খোৱা শিয়াল | Class 6 Assamese Chapter 6 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 6

বাঘ খোৱা শিয়াল

১। পাঠটোৰ ৰচক কোন ?

(ক) সত্যনাথ বৰা

(খ) শ্ৰী শ্ৰী শংকৰদেৱ

(গ) অতুলানন্দ গোস্বামী

উত্তৰ- (গ) অতুলানন্দ গোস্বামী ।

২। শিয়ালে কেতিয়া হুৱা দিয়ে ?

(ক) পুৱা

(খ) ৰাতি

(গ) গধূলি

উত্তৰ- (গ) গধূলি ।

৩। শিয়ালে কলৈ চাই হুৱা হুৱা চিঞৰে ?

(ক) মাতিলৈ চাই

(খ) আকাশলৈ চাই

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) আকাশলৈ চাই ।

৪। জোনাক ৰাতি কলৈ চাই চিঞৰে ?

(ক) আকাশলৈ চাই

(খ) জোনটোলৈ চাই

(গ) মাতিলৈ চাই

উত্তৰ- (খ) জোনটোলৈ চাই ।

৫। কাৰ পোৱালি কেইটাই থেন থেন-মেন মেন আৰাম্ভ কৰে?

(ক) বাঘৰ

(খ) কুকুৰৰ

(গ) শিয়ালৰ

উত্তৰ- (গ) শিয়ালৰ ।

৬। শিয়ালক দেখি কোনে খেদা নামাৰে?

(ক) বাঘে

(খ) শিয়ালে

(গ) হাতীয়ে

উত্তৰ- (ক) বাঘে ।

৭। বাঘ আৰু শিয়ালৰ কাণ্ডটো কোনে চাই আছিল?

(ক) কুকুৰে

(খ) বান্দৰে

(গ) হাতীয়ে

উত্তৰ- (খ) বান্দৰে ।

৮। শিয়ালৰ কেইটা পোৱালি আছে?

(ক) এটা

(খ) দুটা

(গ) তিনিটা

উত্তৰ- (গ) তিনিটা ।

৯। বাঘৰ পিঠিত কোন উঠিল?

(ক) বান্দৰ

(খ) শিয়াল

(গ) হাতী

উত্তৰ- (ক) বান্দৰ ।

১০। বান্দৰে অলপ দূৰ গ’লেই কি দেখিব বুলি কৈছে?

(ক) সৰু ঢাপ

(খ) বিশাল ঢাপ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) বিশাল ঢাপ ।

১১। বিশাল ঢাপটোত কি আছে?

(ক) ফুটুকা এডৰা

(খ) মাতি এডৰা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) ফুটুকা এডৰা ।

১২। শিয়ালৰ কথা শুনি বাঘৰ কি হল?

(ক) ভয় খালে

(খ) জীৱ বাহিৰ হ’ল

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (খ) জীৱ বাহিৰ হ’ল ।

১৩। তাল-ফাল শব্দৰ অৰ্থ কি ?

(ক) অসহ্য শব্দ

(খ) হুলস্থূল

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।

১৪। নোদোকা শব্দৰ অৰ্থ কি?

(ক) শকত-আৱত

(খ) সৰু

(গ) ডাঙৰ

উত্তৰ- (ক) শকত-আৱত ।

১৫। এমা-ডিমা শব্দৰ অৰ্থ কি?

(ক) সাৱধান

(খ) নিচেই সৰু

(গ) ধূৰ্ত

উত্তৰ- (খ) নিচেই সৰু ।

১৬। সতকাই শব্দৰ অৰ্থ কি?

(ক) সহজে

(খ) আজি

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) সহজে ।

১৭। হৰিণ শব্দৰ বিপৰীত লিঙ্গ কি?

(ক) হৰিণী

(খ) মাখুন্দী

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (ক) হৰিণী ।

১৮। কুকুৰ শব্দৰ বিপৰীত লিঙ্গ কি ?

(ক) কুকুৰণী

(খ) কুকুৰী

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।

১৯। গাধ শব্দৰ বিপৰীত লিঙ্গ কি?

(ক) গাধ

(খ) গাধী

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) গাধী ।

২০। মখনা বিপৰীত লিঙ্গ কি?

(ক) মাখুন্দী

(খ) মাখুন্দ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) মাখুন্দী ।

Type by- Bikul Mandal