Class 6 Assamese Chapter 7 MCQ’s Sankardev School | জননী | Class 6 Assamese Chapter 7 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 7

জননী

১। জননী কবিতাটোৰ কবিৰ নাম কি ?

(ক) সত্যনাথ বৰা

(খ) শ্ৰী শ্ৰী শংকৰদেৱ

(গ) দুৰ্গেশ্বৰ শৰ্মা

উত্তৰ- (গ) দুৰ্গেশ্বৰ শৰ্মা ।

২। কবিৰ জন্ম কিমান চনত হৈছিল ?

(ক) ১৮৮৫

(খ) ১৯০৬

(গ) ১৯১১

উত্তৰ- (ক) ১৮৮৫ ।

৩। কিমান চনত কবিৰ কোঁচ বিহাৰৰ পৰা এফ.এ.পাছ কৰে ?

(ক) ১৮৮৫

(খ) ১৯০৬

(গ) ১৯০১

উত্তৰ- (গ) ১৯০১ ।

৪। কবিৰ পিতৃৰ নাম কি আছিল ?

(ক) দুৰ্গেশ্বৰ শৰ্মা

(খ) কমলেশ্বৰ শৰ্মা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) কমলেশ্বৰ শৰ্মা ।

৫। ১৯০৬ চনত কৰ পৰা আইন বিষয়ত দক্ষতাৰে  উত্তীৰ্ণ হৈ ওকালতিত মনোনিৱেশ কৰে।

(ক) যোৰহাটৰ

(খ) কলিকতাৰ

(গ) গুৱাহাটী

উত্তৰ- (খ) কলিকতাৰ ।

৬। কবিৰ প্ৰথম কবিতা ল’ৰা কাল’টো কত প্ৰকাশ পায়?

(ক) বাতৰি কাকতত

(খ) জোনাকী কাকতত

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (খ) জোনাকী কাকতত ।

৭। কবিৰ কবিতাপুথি সমূহ কি কি ?

(ক) অঞ্জলি

(খ) নিবেদন

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।

৮। পাৰ্থপৰাজয় নাট খন কি ছন্দত লিখা হৈছিল ?

(ক) চন্দ্ৰাৱলী

(খ) বালিবধ

(গ) অমিতাক্ষ

উত্তৰ- (গ) অমিতাক্ষ ।

৯। কিমান চনত কবিৰ মৃত্যু হয় ?

(ক) ১৯৬১

(খ) ১৯০৬

(গ) ১৯১১

উত্তৰ- (ক) ১৯৬১ ।

১০। কবিৰ নাট সমূহৰ নাম কি?

(ক) পাৰ্থ পৰাজয়

(খ) চন্দ্ৰাৱলী

(গ) বালিবধ

(ঘ) ওপৰৰ তিনিতাই হয়

উত্তৰ- (ঘ) ওপৰৰ তিনিতাই হয় ।

১১। মাতৃয়ে কাক অশেষ যত্ন লৈছিল ?

(ক) কবিৰ

(খ) নিজৰ

(গ) দেউতাকৰ

উত্তৰ- (ক) কবিৰ ।

১২। কবিয়ে  নিবিচৰাকৈয়ে তেওঁক বহুত মৰম কোনে দিছিল?

(ক) দেউতাকে

(খ) ককাকে

(গ) মাকে

উত্তৰ- (গ) মাকে ।

১৩। মাতৃৰ ধাৰ এই জনমত শুজিব নোৱাৰি। এই কথাষাৰ কোনে কৈছে?

(ক) কবিৰ দেউতাকে

(খ) কবিয়ে

(গ) কবিৰ মাকে

উত্তৰ- (খ) কবিয়ে ।

১৪। কবিয়ে জননীক কাৰ লগত তুলনা কৰিছে ?

(ক) দেউতাকৰ লগত

(খ) মাকৰ লগত

(গ) ককাকৰ লগত

উত্তৰ- (খ) মাকৰ লগত ।

১৫। কবিৰ জন্ম কত হৈছিল ?

(ক) গুৱাহাটী

(খ) যোৰহাট

(গ) কলিকতা

উত্তৰ- (খ) যোৰহাট ।

১৬। কবিয়ে ডাইৰেক্টৰ অফ লেণ্ড ৰেকৰ্ড’ৰ উচ্চ পদবীৰ পৰা কিমান চনত অৱসৰ লয়?

(ক) ১৯১১

(খ) ১৯৪০

(গ) ১৯০৬

উত্তৰ- (খ) ১৯৪০ ।

১৭। পৰাণ শব্দৰ অৰ্থ কি?

(ক) প্ৰাণ

(খ) এই

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) প্ৰাণ ।

১৮। ইহ শব্দৰ অৰ্থ কি ?

(ক) এই

(খ) প্ৰাণ

(গ) সদায়

উত্তৰ- (ক) এই ।

১৯। সততে শব্দৰ অৰ্থ কি ?

(ক) সদায়

(খ) সাধাৰণতে

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।

২০। অযাচিত শব্দৰ অৰ্থ কি?

(ক) নোখোজাকৈ পোৱা

(খ) সাধাৰণতে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) নোখোজাকৈ পোৱা ।

Type by- Bikul Mandal