Class 6 Assamese Chapter 9 MCQ’s Sankardev School | বৰষুণ | Class 6 Assamese Chapter 9 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 9

বৰষুণ

১। বৰষুণ কবিতাটোৰ কবিৰ নাম কি?

(ক) সত্যনাথ বৰা

(খ) দুৰ্গেশ্বৰ শৰ্মা

(গ) বিনন্দচন্দ্ৰ বৰুৱা

উত্তৰ- (গ) বিনন্দচন্দ্ৰ বৰুৱা ।

২। কবিৰ জন্ম কিমান চনত হৈছিল?

(ক) ১৯০১

(খ) ১৯৯৪

(গ) ১৯৪০

উত্তৰ- (ক) ১৯০১ ।

৩। কবিৰ জন্ম ক’ত হৈছিল?

(ক) নগাঁও জিলাত

(খ) যোৰহাট জিলাত

(গ) গুৱাহাটী জিলাত

উত্তৰ- (খ) যোৰহাট জিলাত ।

৪। কবিৰ কবিতা পুথিসমূহৰ নাম কি?

(ক) শংখধ্বনি

(খ) প্ৰতিধ্বনি

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।

৫। নাট্যশিল্পৰ ক্ষেত্ৰত কবিৰ অৱদান কি?

(ক) পাৰ্থ-সাৰথি

(খ) শৰাইঘাট

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।

৬। কবিৰ পুথি দুখনৰ নাম কি কি ?

(ক) মহাৰাজ নৰনাৰায়ণ

(খ) ৰাজস্থানৰ গল্প

(গ) ওপৰৰ দুয়োটাই হয়

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।

৭। কবিৰ মৃত্যু কিমান চনত হৈছিল?

(ক) ১৯০১

(খ) ১৯৯৪

(গ) ১৯২৫

উত্তৰ- (খ) ১৯৯৪ ।

৮। কবিয়ে শংখধ্বনি নামৰ পুথিখন কিমান চনত লিখিছিল?

(ক) ১৯২৫

(খ) ১৯০১

(গ) ১৯৪০

উত্তৰ- (ক) ১৯২৫ ।

৯। প্ৰতিধ্বনি পুথিখন কবিয়ে কিমান চনত লিখিছিল?

(ক) ১৯৭৪

(খ) ১৯৪০

(গ) ১৯০১

উত্তৰ- (খ) ১৯৪০ ।

১০। জয়ধ্বনি পুথিখন কবিয়ে কিমান চনত লিখিছিল?

(ক) ১৯৯৪

(খ) ১৯৪০

(গ) ১৯৭৪

উত্তৰ- (গ) ১৯৭৪ ।

১১। বৰষুণৰ আগমনত কি শব্দ হয় ?

(ক) টিপ টিপ টাপ টাপ

(খ) জুৰ জুৰ জাৰ জাৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) টিপ টিপ টাপ টাপ ।

১২। কি কালত পুখুৰী খাল বিল সকলো তৰাং হৈ?

(ক) বসন্ত

(খ) খৰালি

(গ) শীত

উত্তৰ- (খ) খৰালি ।

১৩। খৰালি কালত আকাশত কি ৰং হেৰাই যায়?

(ক) নীলা

(খ) বগা

(গ) ৰঙা

উত্তৰ- (ক) নীলা ।

১৪। খৰালি কালত গছ-বিৰিখৰ কি ৰূপ হেৰাই যায়?

(ক) নীলা

(খ) ৰঙা

(গ) সেউজীয়া

উত্তৰ- (গ) সেউজীয়া ।

১৫। কি কাল অহাৰ লগে লগে গছ-লতা সজীৱ হৈ পৰে আৰু ৰঙতে ফুলি উঠে ফুল?

(ক) শৰালিকাল

(খ) বাৰিষাকাল

(গ) বসন্তকাল

উত্তৰ- (খ) বাৰিষাকাল ।

১৬। খৰাং শব্দৰ অৰ্থ কি?

(ক) শুকান

(খ) নীৰস

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।

১৭। তৰাং শব্দৰ অৰ্থ কি ?

(ক) অগভীৰ

(খ) বাম

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।

১৮। বিৰিখ শব্দৰ অৰ্থ কি?

(ক) গছ-গছনি

(খ) হাবি-বননি

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (ক) গছ-গছনি ।

১৯। গোটা শব্দৰ অৰ্থ কি?

(ক) নাইকিয়া হোৱা

(খ) সংগ্ৰহ কৰা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) সংগ্ৰহ কৰা ।

২০। পুনু শব্দৰ অৰ্থ কি?

(ক) আকৌ

(খ) পুনৰ

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।

Type by- Bikul Mandal