Class 6 Computer Course Sankardev School | Chapter 10 | কম্পিউটাৰ  বৈশিষ্ট্য আৰু সুবিধা – অসুবিধাৰ সমূহ | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 10

কম্পিউটাৰ  বৈশিষ্ট্য আৰু সুবিধা – অসুবিধাৰ সমূহ

১। কম্পিউটাৰ বৈশিষ্ট্য কেইটা ?

(ক)১৫ টা

(খ)১০ টা

(গ)৮ টা

উত্তৰঃ (গ)৮ টা

২।  কম্পিউটাৰ কোনো জ্ঞান ?

(ক)নাথাকে

(খ)থাকে

(গ)ইয়াৰ ভিতৰচত এটাও নহয়

উত্তৰঃ (ক)নাথাকে

৩। কম্পিউটাৰ ব্যৱহাৰ কেইটা ?

(ক)৮ টা

(খ)৯ টা

(গ)১০ টা

উত্তৰঃ (গ)১০ টা

৪। ব্যৱহাৰকাৰীয়ে দিয়া নিৰ্দেশ অথবা (Command) ই মূহুৰ্ততদে কাৰ্যকাৰ ী ?

(ক)নকৰে

(খ)কৰে

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)কৰে

৫। কম্পিউটাৰ যিকোনো গণনা কাম খৰতকীয়াকৈ কৰিব ?

(ক)পাৰে

(খ)নোৱাৰে

(গ)ইয়াৰ বিতৰত এটাও নহয়

উত্তৰঃ (ক)পাৰে

৬। ই একে ৰাহে কেইবাধৰণৰ কি কৰিব পাৰে ?

(ক)ভাগ কৰিব পাৰে

(খ)কামো সম্পাদন কৰিব পাৰে

(গ)ইয়াৰ ভিচতৰত এটাও নহয়

উত্তৰঃ (খ)কামো সম্পাদন কৰিব পাৰে

৭। বেংক, জীৱন বীমা আদিত কম্পিউটাৰ ব্যৱহাৰ কৰা ?

(ক)হয়

(খ)নহয়

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক)হয়

৮। বতৰৰ আগজাননী দিয়া (E-mail) কিহত পঠোৱা হয় ? 

(ক)মবা’ইল

(খ)কম্পিউটাৰ

(গ)ইয়াৰ ভিতৰত এটাৈও নহয়

উত্তৰঃ (খ)কম্পিউটাৰ

৯। কম্পিউটাৰৰ কি কি সঁজুলি ?

(ক)UPS ,CPU আদি

(খ)মেমৰী , চিম আদি

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক)UPS ,CPU আদি

১০। বৰ্তমান কম্পিউটাৰসমূহে প্ৰতি ছেকেণ্ডত কেইবা লাখ পৰ্যন্ত গণনা কাৰ্য সমাধা কৰিব ?

(ক)নোৱাৰে

(খ)পাৰে

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)পাৰে

১১। কম্পিউটাৰে যিকোনো গণনাৰ কাম কেনেদৰে কৰিব পাৰে ?

(ক)খৰতকীয়াকৈ

(খ)লাহেকৈ

(গ)বহুত সৰকৈ

উত্তৰঃ (ক)খৰতকীয়াকৈ

১২। কম্পিউটাৰ স্মৃতিৰ ভঁৰাল অতি বৃহৎ অৰ্থাৎ ইয়াত কেনেধৰণৰ তথ্য় সংৰক্ষণ কৰিব পাৰে ?

(ক)কম পৰিমাণৰ

(খ)বৃহৎ পৰিমাণৰ

(গ)তথ্য় সংৰক্ষণ কৰিব নোৱাৰি

উত্তৰঃ (খ)বৃহৎ পৰিমাণৰ

১৩। কম্পিউটাৰে বহু সময় কাম কৰিলে কি হয় ?

(ক)ভাগৰ নালাগে

(খ)দুৰ্বল হৈ যায়

(গ)শক্তি কমি যায়

উত্তৰঃ (ক)ভাগৰ নালাগে

১৪। বিদ্য়ুৎ শক্তি অবিহনে কম্পিউটাৰ চলিব পাৰে নে ?

(ক)পাৰে

(খ)নোৱাৰে

(গ)ওপৰৰ দুয়োটা

উত্তৰঃ (খ)নোৱাৰে

১৫। কম্পিউটাৰ এটা কি যন্ত্ৰ ? 

(ক)দুৰ্বল

(খ)ব্য়বহুল

(গ)স্বয়ংক্ৰিয়

উত্তৰঃ (খ)ব্য়বহুল

১৬। টেলিফোনৰ বিলসমূহ কিহৰ দ্বাৰা নিৰ্ধাৰিত কৰা হয় ? 

(ক)ম’বাইলৰ দ্বাৰা

(খ)হাতৰ দ্বাৰা

(গ)কম্পিউটাৰ দ্বাৰা

উত্তৰঃ (গ)কম্পিউটাৰ দ্বাৰা

১৭। কম্পিউটাৰৰ নিজৰ কি নাই ?

(ক)বুদ্ধি নাই

(খ)বুদ্ধিমত্তা নাই

(গ)ওপৰৰ দুয়োটা

উত্তৰঃ (গ)ওপৰৰ দুয়োটা

১৮। দিনক দিনে কম্পিউটাৰৰ আকাৰ সৰু হৈ অহাত নতুন কম্পিউটাৰ উদ্ভাৱনত কি হৈছে ?

(ক)জটিলতা আহিছে

(খ)সহজ হৈছে

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (ক)জটিলতা আহিছে

১৯। কম্পিউটাৰৰ বিভিন্ন যন্ত্ৰপাতি আৰু অংশসমূহ __________ ?

(ক)স্পৰ্শহীন

(খ)স্পৰ্শকাতৰ

(গ)ওপৰৰ দুয়োটা

উত্তৰঃ (খ)স্পৰ্শকাতৰ

২০। কম্পিউটাৰত ভাষা সলনি কৰিব পাৰি নে ?

(ক)পাৰি

(খ)নোৱাৰি

(গ)ওপৰৰ দুয়োটা

উত্তৰঃ (ক)পাৰি