Class 6 Computer Course Sankardev School | Chapter 11 | ইণ্টাৰনেট (Internet) | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 11

ইণ্টাৰনেট (Internet)

১।  কিমান চনত আমেৰিকা ৰ ডিপাৰটমেণ্ট অফ্ নেটৱৰ্ক আৰম্ভ কৰিছিল ?

(ক)১৯৬১ চনত

(খ)১৯৬৪ চনত

(গ)১৯৬৭ চনত

উত্তৰঃ (ক)১৯৬১ চনত

২। কি তথ্য সমূহৰ জৰিয়তে সংযোগ কৰি যোগাযোগ কৰিব পৰা কৰি তুলিব পৰে ?

(ক)ইণ্টাৰনেট

(খ)হাৰ্ডৱেৰ

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক)ইণ্টাৰনেট

৩। ৱেব ব্ৰাউজাৰ কেই প্ৰকাৰৰ ?

(ক)৩ প্ৰকাৰৰ

(খ)১ প্ৰকাৰৰ

(গ)২ প্ৰকাৰৰ

উত্তৰঃ (খ)১ প্ৰকাৰৰ

৪। (TCP) সম্পূৰ্ণ নাম টো কি ?

(ক)Internet protoctal

(খ)Transmission Control

(গ)Internet Access

উত্তৰঃ (খ)Transmission Control

৫। (IP) ৰ সম্পূৰ্ণৰ নাম টো কি  ?

(ক)Internet protocal

(খ)Internel Access

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক)Internet protocal

৬। বৰ্তমান ইণ্টাৰনেট ব্যৱস্থাত কিমান হাজাৰ কম্পিউটাৰতকৈ কম্পিউটাৰ সংযোগ হৈ আছে ?

(ক)১৩ হাজাৰ

(খ)১০ হাজাৰ

(গ)১২ হাজাৰ

উত্তৰঃ (খ)১০ হাজাৰ

৭। ইণ্টাৰনেট কি হয় ?

(ক)কম্পিউটাৰ

(খ)যন্ত্ৰ

(গ)সকলোবোৰ মিলি সৃষ্টি হোৱা ইণ্টাৰনেট

উত্তৰঃ (গ)সকলোবোৰ মিলি সৃষ্টি হোৱা ইণ্টাৰনেট

৮। (ISP) সম্পূৰ্ণ নাম টো কি ?

(ক)national canter for Super computing Application

(খ)Internet Servicte Provider

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)Internet Servicte Provider

৯। (URL) সম্পূৰ্ণৃৰ নাম টো কি ?

(ক)Uniform Resource Locator

(খ)Mozila firefox

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক)Uniform Resource Locator

১০। ৱেবৰ (Web) প্ৰতিটো পেজক একোটা ৱেব পেজ বুলি কোৱা ?

(ক)হয়

(খ)নহয়

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক)হয়

১১। ‘Advanced Research Project Agency Network’ এই নেটৱৰ্কটো স্থাপনত কেইটা কম্পিউটাৰ ব্য়ৱহাৰ কৰা হৈছিল ?

(ক)পাঁচটা

(খ)সাতটা

(গ)তিনিটা

উত্তৰঃ (গ)তিনিটা

১২। এই তিনিটা কম্পিউটাৰ ভিতৰত প্ৰথম কম্পিউটাৰ ক’ত আছিল ?

(ক)আটাহ

(খ)কেলিৰ্ফনিয়াত

(গ)ইউনিভাৰচিটি

উত্তৰঃ (খ)কেলিৰ্ফনিয়াত

১৩। নেটৱৰ্কত তথ্য় আদান প্ৰদান কৰিবৰ বাবে কি থাকে ?

(ক)নিৰ্দিষ্ট সময় থাকে

(খ)নিৰ্দিষ্ট কাম থাকে

(গ)নিৰ্দিষ্ট নিয়ম থাকে

উত্তৰঃ (গ)নিৰ্দিষ্ট নিয়ম থাকে

১৪। নেটৱৰ্কত নিৰ্দিষ্ট নিয়ম থকাটোক কি বোলে ?

(ক)নিয়মাৱলী বোলে

(খ)প্ৰট’কল বোলে

(গ)TCP বোলে

উত্তৰঃ (খ)প্ৰট’কল বোলে

১৫। ইণ্টাৰনেটৰ দ্বাৰা তথ্য় আদান প্ৰদানত সাধাৰাণতে কেইটা প্ৰট’কল ব্য়ৱহাৰ কৰা হয় ?

(ক)দুটা

(খ)সাতটা

(গ)চাৰিটা

উত্তৰঃ (ক)দুটা

১৬। IP ৰ সম্পূৰ্ণ নাম কি ?

(ক)Indian Power

(খ)Internet Protocal

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (খ)Internet Protocal

১৭। ইণ্টাৰনেট ব্য়ৱস্থা কোনে নিয়ন্ত্ৰণ কৰে ?

(ক)ব্য়ক্তিয়ে

(খ)সংস্থাই

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (গ)ওপৰৰ এটাও নহয়

১৮। কোনো ব্য়ক্তিৰ কম্পিউটাৰৰ লগত ইণ্টাৰনেটৰ সংযোগ ব্য়ৱস্থা কোনে প্ৰদান কৰে ?

(ক)ইণ্টাৰনেটৰ মালিকে

(খ)ISP য়ে

(গ)IP য়ে

উত্তৰঃ (খ)ISP য়ে

১৯। ৱেবৰ প্ৰতিটো পেজক কি বুলি কোৱা হয় ?

(ক)ৱেৱ পেজ

(খ)ব্ৰাউজাৰ

(গ)ৱেব ব্ৰাউজাৰ

উত্তৰঃ (ক)ৱেৱ পেজ

২০। ছবি, তথ্য়, ভিডিঅ’ আদি সকলোবোৰ চাব পৰা প্ৰথম ৱেব ব্ৰাউজাৰটোৰ নাম কি ? 

(ক)Yahoo

(খ)World wide web

(গ)MOSAIC

উত্তৰঃ (গ)MOSAIC