Class 6 Computer Course Sankardev School | Chapter 12 | এম.এচ. ৰ্ৱড(MS Word) | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 12

এম.এচ. ৰ্ৱড(MS Word)

১। বৰ্তমান সময়ত বিশ্বৰ আতাইতকৈ জনপ্ৰিয় টো কি ?

(ক)MS – office

(খ)MS – Word

(গ)MS – word window

উত্তৰঃ (খ)MS – Word

২। Notepad , Word pad আৰু paint ত কৰিব পৰা কাম সমূহ MS- Word ত সহজতে কৰিব ?

(ক)নোৱাৰি

(খ)পাৰি

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)পাৰি

৩। (office button) ৰ ভিতৰত কি click  কৰিব লাগে ?

(ক)close button ত click

(খ)print option ত click

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক)close button ত click

৪। ইতিমধ্য save হৈ থকা ফাইল কাম কৰি পুনৰ save কৰিবলৈ কি লাগে ?

(ক)MS – Word Window ত

(খ)office button ত

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)office button ত

৫। MS- Word ৰ গোটেই পৃষ্ঠাটোক কি বুলি কোৱা হয় ? 

(ক)office button

(খ)document

(গ)save button

উত্তৰঃ (খ)document

৬। (Document) এখন  paint কৰিবলৈ হ’লে প্ৰথমে কি কৰিব লাগে ?

(ক)office button

(খ)print Window

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক)office button

৭। (Bold) দে কি কাম কৰে ?

(ক)আখৰ বিভিন্ন ৰং কৰে

(খ)আখৰ কলা কৰে

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)আখৰ কলা কৰে

৮। Help button ৰ সহায়ত MS – word ৰ প্ৰতিটো কাৰ্যৰ সহায় লব পৰা  ?

(ক)লব পৰা নাযায়

(খ)লব পৰা যায়

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)লব পৰা যায়

৯। খোল খাই থকা FILE টো বন্ধ কৰিবলৈ কিহত CLICK কৰিব লাগে ?

(ক)office button click

(খ)Print option click

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক)office button click

১০। সকলো option প্ৰয়োজন পূৰোৱাৰ পিছত কি click কৰিব লাগে ?   

(ক)ok button

(খ)office button

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক)ok button

১১। কোনো চিঠি, তথ্য়, দৰ্খাস্ত আদি টাইপ কৰিবৰ বাবে কি ব্য়ৱহাৰ কৰা ?

(ক)মবাইল

(খ)টিভি

(গ)এম.এচ ৱৰ্ড

উত্তৰঃ (গ)এম.এচ ৱৰ্ড

১২। এম.এচ.ৱৰ্ডৰ গোটেই পৃষ্ঠাটোক কি বুলি কোৱা হয় ?

(ক)File

(খ)Document

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (খ)Document

১৩। এটা নতুন ফাইল বনোৱাৰ পাছত তাক ভৱিষ্য়তে ব্য়ৱহাৰ কৰিবলৈ কি কৰিব লাগিব ?

(ক)ওপৰৰ এটাও নহয়

(খ)মচিব লাগিব

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (ক)ওপৰৰ এটাও নহয়

১৪। ফাইল বনোৱাৰ চৰ্ট নিয়ম কি ?

(ক)Ctrl+T

(খ)Ctrl+P

(গ)Ctrl+N

উত্তৰঃ (গ)Ctrl+N

১৫। MS word ত কম্পিউটাৰ খোলাৰ স্তৰ কেইটা কি কি ?

(ক)Start → All program → Ms-Office →Ms-Word

(খ)Start → Ms Word → All program → Ms Office

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (ক)Start → All program → Ms-Office →Ms-Word

১৬। MS word ৰ File ৰ extension  টো কি ?

(ক)Documents

(খ)Docs

(গ)File

উত্তৰঃ (খ)Docs

১৭। গোটেই ফাইলটোৰ তথ্য়খিনি Select কৰিব লাগিলে তাৰ Shortcut টো কি ?

(ক)Ctrl+A

(খ)Ctrl+B

(গ)Ctrl+V

উত্তৰঃ (ক)Ctrl+A

১৮। সকলো Option প্ৰয়োজন পূৰোৱাৰ পিছত কিহত ক্লিক কৰিলে Print কৰিব খোজা পৃষ্ঠাকেইটা Print হৈ ওলাই আহিব ?

(ক)Not Ok Button ত

(খ)Ok Button ত

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (খ)Ok Button ত

১৯। কম্পিউটাৰৰ ব্ৰেইন বুলি কাক কোৱা হয় ?

(ক)মাউচ

(খ)CPU

(গ)মনিটৰ

উত্তৰঃ (খ)CPU

২০। হালি থকা আখৰক কি বুলি কোৱা হয় ?

(ক)Bold

(খ)Underline

(গ)Italic

উত্তৰঃ (গ)Italic