Class 6 Computer Course Sankardev School | Chapter 8 | কেলকুলেটৰ (calculator) | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 8

কেলকুলেটৰ (calculator)

১। Windows Operating System ৰ অন্তৰ্গত  কিছুমান সৰু অথচ লাগতিয়াল চফটৱেৰ আছে  যিবিলাক আমাক বহু ক্ষেত্ৰত বহু ধৰণে সহায় ? 

(ক)নকৰে

(খ)কৰে

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)কৰে

২। কেলকুলেটৰতো কেৱল সংখ্যাত্মক বোৰ কি কি? 

(ক)যোগ , বিয়োগ

(খ)হৰণ ,পূৰণ

(গ)ইয়াৰ থকা সকলো বোৰ

উত্তৰঃ (গ)ইয়াৰ থকা সকলো বোৰ

৩। কেলকুলেটৰটোৰ সংখ্যাৰ কী সমূহ কিহৰ সহায়ত ক্লিক কৰি কাৰ্য সমাধা কৰিব পাৰি ?

(ক)কম্পিউটাৰ

(খ)মাউচ

(গ)কী – বোৰ্ড

উত্তৰঃ (খ)মাউচ

৪। কেলকুলেটৰ  আমি কেই ধৰণে ব্যৱহাৰ কৰিব পাৰোঁ ?

(ক)৩ ধৰণে

(খ)২ ধৰণে

(গ)৪ ধৰণে

উত্তৰঃ (খ)২ ধৰণে

৫। ডেস্কটপৰ পৰা কেলকুলেটৰলৈ যোৱা পথটো কি ?

(ক)Start → Calculator → Accessories → Programs

(খ)Start → Calculator→ Accessories → Programs

(গ)Start → Programs → Accessories → Calculator

উত্তৰঃ (গ)Start → Programs → Accessories → Calculator

৬। কেলকুলেটৰ দুই ধৰণ হ’ল—

(ক)Standard আৰু Scientific

(খ)Internal আৰু External

(গ)ওপৰৰ দুয়োটা

উত্তৰঃ (ক)Standard আৰু Scientific

৭। Standard কেলকুলেটৰত কি কি কৰিব পাৰি ?

(ক)যোগ, বিয়োগ

(খ)পূৰণ, হৰণ

(গ)ওপৰৰ দুয়োটা

উত্তৰঃ (গ)ওপৰৰ দুয়োটা

৮। কেলকুলেটৰত সংখ্য়াৰ কী সমূহ কিহৰ সহায়ত সমাধা কৰিব পাৰি ?

(ক)চি.পি.ইউৰ সহায়ত

(খ)মাউচৰ সহায়ত

(গ)মনিটৰৰ সহায়ত

উত্তৰঃ (খ)মাউচৰ সহায়ত

৯। Scientific কেলকুলেটৰত কি কি কৰিব পাৰি ?

(ক)যোগ, বিয়োগ

(খ)আভিযান্ত্ৰিক গণনা

(গ)ওপৰৰ দুয়োটা

উত্তৰঃ (গ)ওপৰৰ দুয়োটা

১০। ‘÷’ এইটো কিহৰ চিন ?

(ক)পূৰণ

(খ)হৰণ

(গ)যোগ

উত্তৰঃ (খ)হৰণ