Class 6 Computer Course Sankardev School | Chapter 9 | মাই কম্পিউটাৰ (My computer) | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 9

মাই কম্পিউটাৰ (My computer)

১। মাই কম্পিউটাৰ পৰ্দাখনত কম্পিউটাৰৰ অন্তৰ্গত Drive সমূহ দেখিবলৈ পোৱা ?

(ক)নাযায়

(খ)যায়

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)যায়

২। কি এখঝন ভৰাই মাই কম্পিউটাৰৰ জৰিয়তে চলাব পৰা যায় ? 

(ক)CD – ROM ত CD

(খ)C Drive ত

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক)CD – ROM ত CD

৩।  ডিস্ক কেই প্ৰকাৰৰ ?

(ক)৩ প্ৰকাৰৰ

(খ)২ প্ৰকাৰৰ

(গ)১ প্ৰকাৰৰ

উত্তৰঃ (খ)২ প্ৰকাৰৰ

৪। ডিস্কৰ প্ৰথম অৱস্থাত বহু পৰিমানে ব্যৱহাৰ হৈছিল কিন্তু অত্যাধুনিক তথ্য সংৰক্ষণ বোৰ কি হৈ  গৈছিল ?  

(ক)নোহোৱা হৈ গৈছিল

(খ)ভাল হৈ গৈছিল

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)ভাল হৈ গৈছিল

৫। (CD) কেই প্ৰকাৰৰ ?

(ক)৩ প্ৰকাৰৰ

(খ)৪ প্ৰকাৰৰ

(গ)২ প্ৰকাৰৰ

উত্তৰঃ (গ)২ প্ৰকাৰৰ

৬। কি মূল্য তুলনামূলকভাৱে যথেষ্ট কম আৰু সহজতে নষ্ট হৈ নাযাই ?

(ক)তথ্য সংৰক্ষণ

(খ)ফ্লপি ডিস্ক

(গ)ফ্লাশ মেমৰী

উত্তৰঃ (গ)ফ্লাশ মেমৰী

৭। মাই কম্পিউটাৰ হ’ল কম্পিউটাৰ মুখ্য Folder ?

(ক)হয়

(খ)নহয়

(গ)ইউয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক)হয়

৮।  ডি. ভি. ডি . সম্পূৰ্ণ নাম টো কি ?

(ক)Digital versatile Disk

(খ)Hard Disk

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ(ক)Digital versatile Disk

৯। এবিধ সঁজুলি যি আজি  কালি ব্যৱহাৰ হোৱা দেখা যায় ?

(ক)ডি. ভি . ডি

(খ)পেন- ড্ৰাইভ

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)পেন- ড্ৰাইভ

১০। (CD) এখন মাই কম্পিউটাৰ জৰিয়তে চলাব ?

(ক)নোৱাৰি

(খ)পাৰি

(গ)ইয়াৰ ভিতচৰত এটাও নহয়

উত্তৰঃ (খ)পাৰি

১১। মাই কম্পিউটাৰত কি কৰিব পাৰি ?

(ক)ছবি আঁকিব পাৰি

(খ)তথ্য় জমা কৰি ৰাখিব পাৰি

(গ)সকলো কৰিব পাৰি

উত্তৰঃ (খ)তথ্য় জমা কৰি ৰাখিব পাৰি

১২। মাই কম্পিউটাৰত ফাইল মচিব পাৰি নে ?

(ক)পাৰি

(খ)নোৱাৰি

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (ক)পাৰি

১৩। মাই কম্পিউটাৰৰ Drive ৰ C Drive টোৱে কি বুজাই ?

(ক)ৰেম

(খ)মেমৰী

(গ)হাৰ্ড ডিক্স

উত্তৰঃ (গ)হাৰ্ড ডিক্স

১৪। কম্পিউটাৰৰ হাৰ্ড ডিক্সৰ ভাগ কি ?

(ক)C Drive

(খ)D Drive

(গ)ওপৰৰ দুয়োটা

উত্তৰঃ (গ)ওপৰৰ দুয়োটা

১৫। ফ্লপি ডিস্ক কেই প্ৰকাৰৰ ব্য়ৱহাৰ বেছি ?

(ক)তিনি প্ৰকাৰৰ

(খ)পাঁচ প্ৰকাৰৰ

(গ)দুই প্ৰকাৰৰ

উত্তৰঃ (গ)দুই প্ৰকাৰৰ

১৬। তথ্য় সংৰক্ষণ সঁজুলিত কম্পিউটাৰৰ তথ্য়সমূহ কি কৰি ৰাখিব পাৰি ?

(ক)ভৱিষ্য়তৰ বাবে সংৰক্ষণ কৰি

(খ)সংৰক্ষণ কৰি

(গ)সংৰক্ষণ কৰিব নোৱাৰি

উত্তৰঃ (ক)ভৱিষ্য়তৰ বাবে সংৰক্ষণ কৰি

১৭। CD Drive দেখাত কেনেকুৱা ?

(ক)চৰ্তুভূজৰ নিচিনা

(খ)বৃত্তৰ নিচিনা

(গ)বৰ্গৰ নিচিনা

উত্তৰঃ (খ)বৃত্তৰ নিচিনা

১৮। CD কেইধৰণৰ আছে ?

(ক)দুই ধৰণৰ

(খ)সাত ধৰণৰ

(গ)পাঁচ ধৰণৰ

উত্তৰঃ (ক)দুই ধৰণৰ

১৯।  CD এখন মাই কম্পিউটাৰৰ জৰিয়তে চলাব পাৰিনে ?

(ক)পাৰি

(খ)নোৱাৰি

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (ক)পাৰি

২০। মাই কম্পিউটাৰ হ’ল কম্পিউটাৰৰ মুখ্য় Folder। হয়নে নহয়

(ক)হয়

(খ)নহয়

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (ক)হয়