Class 6 Niti Mallika Chapter 14 MCQ’s Sankardev School | আমাৰ স্বাস্থ্য, আমাৰ জীৱন | Class 6 Niti Mallika Chapter 14 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 14

আমাৰ স্বাস্থ্য, আমাৰ জীৱন

১। হেৰোৱা স্বাস্থ্য পাব পাৰি নে নোৱাৰি ?

(ক) নোৱাৰি ।

(খ) পাৰি ।

(গ) ইয়াৰ পৰা এটাওনহয় ।

উত্তৰ- (ক) নোৱাৰি ।

২। আমি গুৰুত্ব সহকাৰে কি কথা ভাবিব লাগে ?

(ক) স্বাস্থ্য কথা ।

(খ) ইয়াৰ পৰা এটাওনহয় ।

(গ) ধন-সম্পত্তি কথা ।

উত্তৰ- (ক) স্বাস্থ্য কথা ।

৩। সুস্থ হৈ থাকিব কাৰণে আমি কি কৰিব লাগে ?

(ক) খ্যাদ , ব্যায়াম কৰিব নালাগে ।

(ক) থাকিব লাগে

(গ) খ্যাদ , ব্যায়াম কৰিব লাগে ।

উত্তৰ- (গ) খ্যাদ , ব্যায়াম কৰিব লাগে ।

৪। খ্যাদ, ব্যায়াম, সৎসংগ  লগত থাকিব লাগে নে নালাগে ?

(ক) থাকিব লাগে

(খ) থাকিব নালাগে

(গ) ইয়াৰ পৰা এটাওনহয় ।

উত্তৰ- (ক) থাকিব লাগে ।

৫। ভোজনে আমাক কি ৰক্ষা কৰে ?

(ক) সমতা ৰক্ষা কৰে ।

(খ) সমতা ৰক্ষা নকৰে ।

(গ) ইয়াৰ পৰা এটাওনহয় ।

উত্তৰ- (ক) সমতা ৰক্ষা কৰে ।

৬। আয়ুস বৃদ্ধি কেনেকৈ হয় ?

(ক) ইয়াৰ পৰা এটাওনহয় ।

(খ) ব্যায়াম, সূৰ্য্য নমস্কাৰ কৰিলে নালাগে ।

(গ) ব্যায়াম, সূৰ্য্য নমস্কাৰ কৰিলে লাগে ।

উত্তৰ- (গ) ব্যায়াম, সূৰ্য্য নমস্কাৰ কৰিলে লাগে ।

৭। স্বাস্থ্য অৰ্থ কি ?

(ক) একো বেমাৰ নোহোৱা

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) বেমাৰ হৈ থকা

উত্তৰ- (ক) একো বেমাৰ নোহোৱা ।

৮। সূৰ্য্য নমস্কাৰ কৰিলে কি হয় ?

(ক) স্বাস্থ্য ভালে নাথাকে

(খ) স্বাস্থ্য ভালে থাকে

(গ) ইয়াৰ পৰা এটাও নাহয়

উত্তৰ- (খ) স্বাস্থ্য ভালে থাকে ।

৯। সদায় ব্যায়াম কৰিব লাগে নে নালাগে ?

(ক) ইয়াৰ পৰা এটাও নহয়

(খ) নালাগে

(গ) লাগে

উত্তৰ- (গ) লাগে ।

১০। মানুহে সৎ-সংগ  লগত থাকিব লাগে নে নালাগে ?

(ক) লাগে

(খ) নালাগে

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) লাগে ।

Type by- Bikul Mandal