Class 6 Niti Mallika Chapter 15 MCQ’s Sankardev School | পৰিশ্ৰমেই উদগতিৰ আহিলা | Class 6 Niti Mallika Chapter 15 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 15

পৰিশ্ৰমেই উদগতিৰ আহিলা

১। ভাল স্বাস্থ্য কেনেকে পাব পাৰি  ?

(ক) খ্যাদ , ব্যায়াম কৰিব লাগে ।

(খ) ইয়াৰ পৰা এটাওনহয় ।

(গ) অকল খ্যাদ খাব লাগে ।

উত্তৰ- (ক) খ্যাদ , ব্যায়াম কৰিব লাগে ।

২। চকাটো দাঙিবলৈ কি নাছিল ?

(ক) ইয়াৰ পৰা এটাওনহয় ।

(খ) জেক নাছিল ।

উত্তৰ- (খ) জেক নাছিল ।

৩। গুৰুজীয়ে কি দাঙিবলৈ ধৰিলে ?

(ক) চকা দাঙিবলৈ ধৰিলে ।

(খ) ইয়াৰ পৰা এটাও নহয় ।

(গ) গড়াৰীখন দাঙিবলৈ ধৰিলে ।

উত্তৰ- (গ) গড়াৰীখন দাঙিবলৈ ধৰিলে ।

৪। ছাত্ৰ-ছাত্ৰী সকলে কৰি ডাঙৰ হ’লে কি কৰিব লাগে ?

(ক) ভাল কাম কৰিব লাগে ।

(খ) ভাল কাম কৰিব নালাগে ।

(গ) ইয়াৰ পৰা এটাও নহয় ।

উত্তৰ- (ক) ভাল কাম কৰিব লাগে ।

৫। সমাজ সেৱা কৰিবলৈ নিজৰ স্বাস্থ্য কেনেকুৱা হব লাগে ?

(ক) সুস্থ আৰু সবল হব নালাগে ।

(খ) ইয়াৰ পৰা এটাও নহয় ।

(গ) সুস্থ আৰু সবল হব লাগে ।

উত্তৰ- (গ) সুস্থ আৰু সবল হব লাগে ।

৬। পৰিশ্ৰম অৰ্থ কি ?

(ক) বহুত কাম কৰা

(খ) একো কাম নকৰা

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) বহুত কাম কৰা ।

৭। সূৰ্য্য পৰা আমি কি পাওঁ ?

(ক) তাপ আৰু পোহৰ

(খ) আন্ধাৰ

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) তাপ আৰু পোহৰ ।

৮। স্বাস্থ্য অৰ্থ কি ?

(ক) ইয়াৰ পৰা এটাও নহয়

(খ) একো বেমাৰ নোহোৱা

(গ) বেমাৰ হৈ থকা

উত্তৰ- (খ) একো বেমাৰ নোহোৱা ।

৯। শ্ৰীগুৰুজী ঘৰ ক’ত আছিল ?

(ক) দিল্লী

(খ) গড়গাওঁ

(গ) জয়পুৰ

উত্তৰ- (গ) জয়পুৰ ।

১০। আমি  সমাজ সেৱা কৰিব লাগে নে নালাগে ?

(ক) ইয়াৰ পৰা এটাও নহয়

(খ) লাগে

(গ) নালাগে

উত্তৰ- (খ) লাগে ।

Type by- Bikul Mandal