Class 6 Niti Mallika Chapter 17 MCQ’s Sankardev School | ৰাষ্ট্ৰায় স্বাহা । ইদং ৰাষ্ট্ৰায় ইদং ন মম্ । | Class 6 Niti Mallika Chapter 17 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 17

ৰাষ্ট্ৰায় স্বাহা । ইদং ৰাষ্ট্ৰায় ইদং ন মম্ ।।

১। ৰাষ্ট্ৰায় স্বয়ং সেৱক সংঘৰ প্ৰতিষিঠাপক গৰাকী নাম কি আছিল ?

(ক) কেশৱ বলিৰাম হেডগেলৱাৰৰ ।

(খ) নৱকান্ত বলিৰাম হেডগেলৱাৰৰ ।

(গ) বাণীকান্ত বলিৰাম হেডগেলৱাৰৰ ।

উত্তৰ- (ক) কেশৱ বলিৰাম হেডগেলৱাৰৰ ।

২। কেশৱ বলিৰাম হেডগেলৱাৰৰ কিমান চনত মৃত্যু হৈছিল ?

(ক) ১৯৮৫ চনত ।

(খ) ১৯৪০ চনত ।

(গ) ১৯৪৫ .চনত ।

উত্তৰ- (খ) ১৯৪০ চনত ।

৩। কেশৱ বলিৰাম হেডগেলৱাৰৰ কি মাহত মৃত্যু হৈছিল ?

(ক) ২৯ জুন ।

(খ) ২৫ জুন ।

(গ) ২১ জুন ।

উত্তৰ- (গ) ২১ জুন ।

৪। শ্ৰীগুৰুজী সম্পূৰ্ণ নাম কি আছিল ?

(ক) শ্ৰীমাধৱৰাৱ গোলৱলকৰে ।

(খ) নৱকান্ত বলিৰাম হেডগেলৱাৰৰ ।

(গ) ইয়াৰ পৰা এটাও নহয় ।

উত্তৰ- (ক) শ্ৰীমাধৱৰাৱ গোলৱলকৰে ।

৫। শ্ৰীগুৰুজী সম্পূৰ্ণ কিমান চনত মৃত্যু আছিল ?

(ক) ১৯৭৪ চনত ।

(খ) ১৯৭৬ চনত ।

(গ) ১৯৭৩ চনত ।

উত্তৰ- (গ) ১৯৭৩ চনত ।

৬। শ্ৰীগুৰুজী সৰুৰে পৰা কেনেকুৱা ছাত্ৰ আছিল ?

(ক) মেধাৱী ছাত্ৰ ।

(খ) পণ্ডিত আছিল ।

(গ) ওপৰৰ দুয়োটায়ে হয় ।

উত্তৰ- (গ) ওপৰৰ দুয়োটায়ে হয় ।

৭। তেওঁ কি বজোৱাত পাকৈত ?

(ক) ধোল বজোৱাত

(খ) বাঁহী বজোৱাত

(গ) ওপৰৰ দুয়োটায়ে হয়

উত্তৰ- (খ) বাঁহী বজোৱাত ।

৮। মেধাৱী অৰ্থ কি ?

(ক) মুখ্য

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) পণ্ডিত

উত্তৰ- (গ) পণ্ডিত ।

৯। শ্ৰীগুৰুজী নাম কি ?

(ক) ইয়াৰ পৰা এটাও নহয়

(খ) মাধৱৰাম গোলৱলক

(গ) ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ

উত্তৰ- (খ) মাধৱৰাম গোলৱলক ।

১০। শ্ৰীগুৰুজী মেধাৱী ছাত্ৰ আছিল নে নাই ?

(ক) নাছিল

(খ) আছিল

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (খ) আছিল ।

Type by- Bikul Mandal