Class 6 Niti Mallika Chapter 19 MCQ’s Sankardev School | বিজ্ঞানাচাৰ্য্য জগদীশ চন্দ্ৰ বসু | Class 6 Niti Mallika Chapter 19 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 19

বিজ্ঞানাচাৰ্য্য জগদীশ চন্দ্ৰ বসু

১) শ্ৰীবসুৰ সম্পূৰ্ণ নাম কি আছিল ?

(ক) জগদীশ চন্দ্ৰ বসুৰ ।

(খ) বাবু ভগৱান চন্দ্ৰ বসুৰ ।

(গ) ভগৱান চন্দ্ৰ বসুৰ ।

উত্তৰ- (ক) জগদীশ চন্দ্ৰ বসুৰ ।

২) জগদীশ চন্দ্ৰ বসুৰ দেউতাকৰ নাম কি আছিল ?

(ক) ইয়াৰ পৰা এটাও নহয় ।

(খ) ঈশ্বৰ চন্দ্ৰ বসুৰ ।

(গ) বাবু ভগৱান চন্দ্ৰ বসুৰ ।

উত্তৰ- (গ) বাবু ভগৱান চন্দ্ৰ বসুৰ ।

৩) জগদীশ চন্দ্ৰ বসুৰ জন্ম কিমান চনত হৈছিল ?

(ক) ১৮৬৮ চনত ।

(খ) ১৮৫৮ চনত ।

(গ) ১৮৪৮ চনত ।

উত্তৰ- (খ) ১৮৫৮ চনত ।

৪) জগদীশ চন্দ্ৰ বসুৰ কি মাহত জন্ম হৈছিল ?

(ক) ২০ নবেম্বৰত ।

(খ) ১০ নবেম্বৰত ।

(গ) ৩০ নবেম্বৰত ।

উত্তৰ- (গ) ৩০ নবেম্বৰত ।

৫) বসুৰ জন্ম সময়ত দেউতাকে কি চাকৰি কৰিছিল ?

(ক) ডেপুটি কালেক্টৰ

(খ) ডাকক্তৰ

(গ) পুলিচ

উত্তৰ- (ক) ডেপুটি কালেক্টৰ ।

৬) ভাৰত চৰকাৰে বসুক কিমান চনত ভাৰতীয় প্ৰতিনিধি হিচাপে পঠিয়াছিল ?

(ক) ১৯২১ চনত ।

(খ) ১৯০০ চনত ।

(গ) ১৯০৩ চনত ।

উত্তৰ- (খ) ১৯০০ চনত ।

৭)ভাৰত চৰকাৰে বসুক কোন দোশত ভাৰতীয় প্ৰতিনিধি হিচাপে পঠিয়াছিল ?

(ক) পেৰিচত ।

(খ) ইংলেণ্ডত ।

(গ) আমেৰিকাত ।

উত্তৰ- (ক) পেৰিচত ।

৮) ভাৰত চৰকাৰে বসুক কি উপাধি দিছিল ?

(ক) ইয়াৰ পৰা এটাও নৱহয় ।

(খ) ছাৰ ।

(গ) মাচতৰ ।

উত্তৰ- (খ) ছাৰ ।

৯) জগদীশ চন্দ্ৰ বসুৰ মৃত্যু কিমান চনত হৈছিল ?

(ক) ১৯৪৬ চনত ।

(খ) ১৯২৬ চনত ।

(গ) ১৯৩৬ চনত ।

উত্তৰ- (গ) ১৯৩৬ চনত ।

১০) জগদীশ চন্দ্ৰ বসুৰ মৃত্যু কি মাহত হৈছিল ?

(ক) ২৩ নবেম্বৰ ।

(খ) ৩৪ নবেম্বৰ ।

(গ) ৪৩ নবেম্বৰ ।

উত্তৰ- (ক) ২৩ নবেম্বৰ ।

Type by- Bikul Mandal