Class 6 Niti Mallika Chapter 21 MCQ’s Sankardev School | শক্তিশালী আৰু সাহসী হোৱা | Class 6 Niti Mallika Chapter 21 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 21

শক্তিশালী আৰু সাহসী হোৱা

১) স্বামী বিবেকানন্দ সৰুৰে পৰা কেনোকুৱা আছিল ?

(ক) ভয়াটোৰ আছিল ।

(খ) সাহসী আছিল ।

(গ) ইয়াৰ পৰা এটাও নহয় ।

উত্তৰ- (খ) সাহসী আছিল ।

২) স্বামীয়ে এবাৰ কিহেৰে যাত্ৰা কৰিছিল ?

(ক) ৰাজপুতনাৰ ৰেলেৰে ।

(খ) ৰাজপুতনাৰ গাড়ীয়ে ।

(গ) বাছেৰে ।

উত্তৰ- (ক) ৰাজপুতনাৰ ৰেলেৰে ।

৩) ৰেলত তেওঁৰ ওচৰত কোন দেশৰ মানুহ বহিছিল ?

(ক) পেৰিচৰ ।

(খ) ইংলেণ্ডৰ ।

(গ) ইউৰোপৰ ।

উত্তৰ- (গ) ইউৰোপৰ ।

৪) স্বামীয়ে কিমান চনত কন্যাকুমাৰীত গৈছিল ?

(ক) ১৮৯৫ চনত ।

(খ) ১৮৯২ চনত ।

(গ) ১৮৯১ চনত ।

উত্তৰ- (খ) ১৮৯২ চনত ।

৫) তেওঁ কন্যাকুমাৰী কিয় গৈছিল ?

(ক) দেৱী মন্দিৰলৈ ।

(খ) ফুৰীবলৈ ।

(গ) ইয়াৰ পৰা এটাও নহয় ।

উত্তৰ- (ক) দেৱী মন্দিৰলৈ ।

৬) তেওঁ পিন্ধা সাধাৰণণ সাধুৰ কাপোৰ কোনে ঘিণ কৰিছিল ?

(ক) ইউৰোপীয়ান দুজনে

(খ) আমেৰিকান দুজনে

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (গ) ইয়াৰ পৰা এটাও নহয় ।

৭) শক্তিশালি  অৰ্থ কি ?  

(ক) বহুত বল নথকা

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) বহুত বল থকা

উত্তৰ- (গ) বহুত বল থকা ।

৮) সাহসী অৰ্থ কি ?

(ক) ইয়াৰ পৰা এটাও নহয়

(খ) ভয় নকৰা

(গ) ভয় কৰা

উত্তৰ- (খ) ভয় নকৰা ।

৯) স্বামীয়ে কাক ক্ষমা কৰিছিল ?

(ক) আমেৰিকান দুজনে

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) ইউৰোপীয়ান দুজনে

উত্তৰ- (গ) ইউৰোপীয়ান দুজনে ।

১০) কোনে ওলোটাই উত্তৰ দিবলৈ সাহস নকৰিলে ?

(ক) ইয়াৰ পৰা এটাও নহয়

(খ) ইউৰোপীয়ান দুজনে

(গ) আমেৰিকান দুজনে

উত্তৰ- (খ) ইউৰোপীয়ান দুজনে ।

Type by- Bikul Mandal