Class 6 Niti Mallika Chapter 5 MCQ’s Sankardev School | যোগ্য মাতৃৰ যোগ্য সন্তান | Class 6 Niti Mallika Chapter 5 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 5

যোগ্য মাতৃৰ যোগ্য সন্তান

১। শিক্ষকে সকলো ছাত্ৰ-ছাত্ৰীক কিয় বেঞ্চৰ ওপৰত থিয় হ’ব লৈ কৈছিল ?  

(ক) শ্ৰেণী বাদামন বাকলীৰে ভৰি থকা কাৰণে ।

(খ) শ্ৰেণীত ছাত্ৰ-ছাত্ৰীসকলে খেলি থকাৰ কাৰণে ।

(গ) ইয়াৰ পৰা এটাও নহয় ।

উত্তৰ- (ক) শ্ৰেণী বাদামন বাকলীৰে ভৰি থকা কাৰণে ।

২। বালগঙ্গধৰ তিলকৰ জন্ম কিমান চনত হৈছিল ?

(ক) ১৮৮৬ চনত ।

(খ) ১৮৫৬ চনত ।

(গ) ১৮৭৬ চনত ।

উত্তৰ- (খ) ১৮৫৬ চনত ।

৩। বালগঙ্গধৰ তিলকৰ জন্ম কিমান তাৰিখে হৈছিল ?

(ক) ১৯ জুলাইত ।

(খ) ১৫ জুলাইত ।

(গ) ১৩ জুলাইত ।

উত্তৰ- (গ) ১৩ জুলাইত ।

৪। বালগঙ্গধৰ তিলকৰ জন্মস্থানৰ নাম কি ?

(ক) গুৱাহাটী ।

(খ) ৰত্নাগিৰি ।

(গ) গুজৰাট ।

উত্তৰ- (খ) ৰত্নাগিৰি ।

৫। বালগঙ্গধৰ তিলকৰ সৰুকালৰ নাম কি আছিল ?

(ক) ইয়াৰ পৰা এটাও নহয় ।

(খ) নৱকান্ত ৰাও ।

(গ) বলৱন্ত ৰাও ।

উত্তৰ- (গ) বলৱন্ত ৰাও ।

৬। বালগঙ্গধৰ তিলকৰ  দেউতাকৰ নাম কি ?

(ক) গঙ্গধৰ ৰাও ।

(খ) গদাধৰ ৰাও ।

(গ) নৱকান্ত ৰাও ।

উত্তৰ- (ক) গঙ্গধৰ ৰাও ।

৭। বালগঙ্গধৰ তিলকৰ মাতৃৰ নাম কি ?

(ক) নলিনীবাল দেৱী ।

(খ) পুতোলীবাঈ ।

(গ) পাৰ্বতীবাঈ ।

উত্তৰ- (গ) পাৰ্বতীবাঈ ।

৮। বালগঙ্গধৰ তিলকৰ কিমান চনত বিদ্যালয় প্ৰধান শিক্ষক হৈছিল ?

(ক) ১৮৮০ চনত ।

(খ) ১৮৬৭ চনত ।

(গ) ১৮৮১ চনত ।

উত্তৰ- (ক) ১৮৮০ চনত ।

৯। বালগঙ্গধৰ তিলকৰ ক’ত থাকোতে তেওঁ পত্নীৰ বিয়োগ ঘটে ?

(ক) বিদ্যালয়ত থাকোতে ।

(খ) জেলত থাকোতে ।

(গ) ইয়াৰ পৰা এটাও নহয় ।

উত্তৰ- (খ) জেলত থাকোতে ।

১০। বালগঙ্গধৰ তিলকৰ কিমান চনত মৃত্যু হৈছিল ?

(ক) ১৯২০ চনত ।

(খ) ১৯২৮ চনত ।

(গ) ১৯২৫ চনত ।

উত্তৰ- (ক) ১৯২০ চনত ।

Type by- Bikul Mandal