Class 6 Niti Mallika Chapter 6 MCQ’s Sankardev School | ৰাণী অহল্যাবাঈ | Class 6 Niti Mallika Chapter 6 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 6

ৰাণী অহল্যাবাঈ

১। অহল্যাবাঈ কাৰ বোৱাৰী আছিল ?

(ক) মল্হাৰৰাৱ হোল্কৰৰ ।

(খ) শিৱাজীৰাৱ ।

(গ) ইয়াৰ পৰা এটাও নহয় ।

উত্তৰ- (ক) মল্হাৰৰাৱ হোল্কৰৰ ।

২। অহল্যাবাঈ পিতাৰ মান কি আছিল ?

(ক) ইয়াৰ পৰা এটাও নহয় ।

(খ) আনন্দৰাৱ ।

(গ) শিৱাজীৰাৱ ।

উত্তৰ- (খ) আনন্দৰাৱ ।

৩। মল্হাৰৰাৱ প্ৰথমে অহল্যাবাঈ ক’ত দেখিছিল ?

(ক) গাওঁত দেখিছিল ।

(খ) নদীৰ পাৰত দেখিছিল ।

(গ) মন্দিৰত দেখিছিল ।

উত্তৰ- (গ) মন্দিৰত দেখিছিল ।

৪। মল্হাৰৰাৱ পুত্ৰ নাম কি আছিল ?

(ক) খণ্ডেৰাৱ ।

(খ) ইয়াৰ পৰা এটাও নহয় ।

(গ) শিৱাজীৰাৱ ।

উত্তৰ- (ক) খণ্ডেৰাৱ ।

৫। অহল্যাবাঈ জীয়ৰীৰ নাম কি আছিল ?

(ক) ইয়াৰ পৰা এটাও নহয় ।

(খ) মুক্তাবাঈ ।

(গ) সীতাবাঈ ।

উত্তৰ- (খ) মুক্তাবাঈ ।

৬। অহল্যাবাঈ জীয়ৰীৰ নাম কি আছিল ?

(ক) শিৱাজীৰাৱ ।

(খ) ইয়াৰ পৰা এটাও নহয় ।

(গ) মালেৰাৱ ।

উত্তৰ- (গ) মালেৰাৱ ।

৭। অহল্যাবাঈ কিমান বছৰ বয়সত মৃত্যু হৈছিল ?

(ক) ৫০ বছৰ বয়সত ।

(খ) ৬০ বছৰ বয়সত ।

(গ) ৭০ বছৰ বয়সত ।

উত্তৰ- (খ) ৬০ বছৰ বয়সত ।

৮। অহল্যাবাঈ ঘৰ ক’ত ?

(ক) ইয়াৰ পৰা এটাও নহয় ।

(খ) কলকতাত

(গ) পঞ্জাৱত

উত্তৰ- (ক) ইয়াৰ পৰা এটাও নহয় ।

৯। অহল্যাবাঈ কি মহিলা আছিল ?

(ক) বিদূষী মহিলা

(খ) ইয়াৰ পৰা এটাও নহয় ।

উত্তৰ- (ক) বিদূষী মহিলা ।

১০। অহল্যাবাঈ বিদূষী মহিলা আছিল নে নাই ?

(ক) নাই

(খ) আছিল

(গ) ইয়াৰ পৰা এটাও নহয় ।

উত্তৰ- (খ) আছিল ।

Type by- Bikul Mandal