Class 6 Social Science Sankardev School | Chapter 1 | সৌৰজগতত আমাৰ পৃথিৱী | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 1

সৌৰজগতত আমাৰ পৃথিৱী

১। আকাশত দেখা সকলোবোৰ জ্য়োতিস্কক কি বোলে?

(ক)গ্ৰহ

(খ)উপ্ৰগ্ৰহ

(গ)তৰা বা নক্ষত্ৰ

উত্তৰঃ (গ)তৰা বা নক্ষত্ৰ

২। সূৰ্য পৃষ্ঠভাগৰ উত্তাপ কিমান?

(ক)৫০০০° চেলছিয়াছ

(খ)১০০০০° চেলছিয়াছ

(গ)৬০০০° চেলছিয়াছ

উত্তৰঃ (গ)৬০০০° চেলছিয়াছ

৩। সৌৰজগতত মুঠ কেইটা গ্ৰহ আছে?

(ক)৭ টা

(খ)৯ টা

(গ)৮ টা

উত্তৰঃ (গ)৮ টা

৪। পৃথিৱীৰ উগ্ৰহটোৰ নাম কি?

(ক)বুধ

(খ)শুক্ৰ

(গ)চন্দ্ৰ

উত্তৰঃ (গ)চন্দ্ৰ

৫। সূৰ্যৰ নিচেই কাষতে থকা গ্ৰহটোৰ মান কি ?

(ক)বুধ

(খ)পৃথিৱী

(গ)চন্দ্ৰ

উত্তৰঃ (ক)বুধ

৬। পৃথিৱীৰ যমজ বুলি কোনটো গ্ৰহক কোৱা হয়?

(ক)বুধ

(খ)শনি

(গ)শুক্ৰ

উত্তৰঃ (গ)শুক্ৰ

৭। সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি?

(ক)শনি

(খ)ইউৰেনাছ

(গ)বৃহস্পতি

উত্তৰঃ (গ)বৃহস্পতি

৮। কোনটো গ্ৰহক ‘বাওনা গ্ৰহ’ বুলি কোৱা হয়?

(ক)প্লুটো

(খ)চন্দ্ৰ

(গ)বুধ

উত্তৰঃ (ক)প্লুটো

৯। পপীয়া তৰা আন এটা কি নামেৰে জনা যায়?

(ক)ধূমকেতু

(খ)উপগ্ৰহ

(গ)উল্কা

উত্তৰঃ (গ)উল্কা

১০। পৃথিৱীৰ চাৰিওফালে এপাক ঘূৰিবলৈ চন্দ্ৰ কিমান সময় লাগে?

(ক)২৯ ১/২ দিন

(খ)৩১ ১/২ দিন

(গ)২৮ ১/২ দিন

উত্তৰঃ (ক)২৯ ১/২ দিন

১১। সূৰ্য এটা কি ?

(ক)গ্ৰহ

(খ)নক্ষত্ৰ

(গ)উপগ্ৰহ

উত্তৰঃ (খ)নক্ষত্ৰ

১২। পৃথিৱীয়ে কিমান ঘণ্টাৰ বেগেৰে সূৰ্যৰ চাৰিওফালে ঘূৰে ?

(ক)১৬৭২ কিঃ মিঃ বেগেৰে

(খ)১৬৭১ কিঃ মিঃ বেগেৰে

(গ)১৬৭০ কিঃ মিঃ বেগেৰে

উত্তৰঃ (গ)১৬৭০ কিঃ মিঃ বেগেৰে

১৩| পৃথিৱীৰপৰা সূৰ্যৰ গড় দূৰত্ব কিমান কিলোমিটাৰ ?

(ক)১৪,৯৬,৯৮,৯০১ কিলোমিটাৰ

(খ)১৪,৯৭,৯৯,৯০২ কিলোমিটাৰ

(গ)১৪,৯৫,৯৭,৯০০ কিলোমিটাৰ

উত্তৰঃ (গ)১৪,৯৫,৯৭,৯০০ কিলোমিটাৰ

১৪| পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক মাৰিবলৈ কিমান দিন, ঘণ্টা, মিনিট, ছেকেণ্ড লয় ?

(ক)৩৬৫ দিন, ৬ ঘণ্টা, ৪৬ মিনিট, ৪৭-৪৫ ছেকেণ্ড লয়

(খ)৩৬৫ দিন, ৫ ঘণ্টা, ৪৮ মিনিট, ৪৫-৪৭ ছেকেণ্ড লয়

(গ)৩৬৫ দিন, ৭ ঘণ্টা, ৪৭ মিনিট, ৪৪-৪৮ ছেকেণ্ড লয়

উত্তৰঃ (খ)৩৬৫ দিন, ৫ ঘণ্টা, ৪৮ মিনিট, ৪৫-৪৭ ছেকেণ্ড লয়

১৫| বৃহস্পতিৰ আয়তন পৃথিৱীতকৈ কিমান গুণ বেছি ?

(ক)১৩১৭ গুণ

(খ)১৩২৭ গুণ

(গ)১৩৩৭ গুণ

উত্তৰঃ (ক)১৩১৭ গুণ

১৬| পৃথিৱীৰপৰা চন্দ্ৰলৈ দূৰত্ব কিমান ?

(ক)৩,৮৪,৬৫৪ কিঃ মিঃ

(খ)৩,৮৬,৯৮৭ কিঃ মিঃ

(গ)৩,৮৬,০০০ কিঃ মিঃ

উত্তৰঃ (গ)৩,৮৬,০০০ কিঃ মিঃ

১৭| চন্দ্ৰৰ ব্য়াস কিমান কিঃ মিঃ ?

(ক)৪৩৫৬ কিঃ মিঃ

(খ)৩৪৮০ কিঃ মিঃ

(গ)৪৫৪৬ কিঃ মিঃ

উত্তৰঃ (খ)৩৪৮০ কিঃ মিঃ

১৮| নীল আমষ্ট্ৰংএ কিমান চনৰ কিমান মাহৰ কোন তাৰিখে চন্দ্ৰপৃষ্ঠত পদাৰ্পণ কৰিছিল ?

(ক)১৯৬৫ চনৰ ২৯ জুলাইত

(খ)১৯৬২ চনৰ ২৫ জুলাইত

(গ)১৯৬৭ চনৰ ২৯ জুলাইত

উত্তৰঃ (গ)১৯৬৭ চনৰ ২৯ জুলাইত

১৯| কিমান চনত প্লুটোক এটা ‘বাওনা গ্ৰহ’ আখ্য়া দিয়া হৈছে ?

(ক)২০০৬ চনত

(খ)২০০৪ চনত

(গ)২০০৫ চনত

উত্তৰঃ (ক)২০০৬ চনত

২০| ____ হ’ল  এক তাৰকাপু্ঞ্জ ?

(ক)গ্ৰহ

(খ)নক্ষত্ৰপুঞ্জ

(গ)হাতীপটি

উত্তৰঃ (গ)হাতীপটি