Class 6 Social Science Sankardev School | Chapter 11 | (খ) তাম্ৰ যুগ | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 11

(খ) তাম্ৰ যুগ

১। অঘৰী অৱস্থাৰ পৰা নিগাজীকৈ বসবাস কৰিবলৈ মানুহক কিমান বছৰ লাগিছিল ?

(ক)বহুত হাজাৰ বছৰ

(খ)২০ হাজাৰ

(গ)অতি কম সময়

উত্তৰঃ (ক)বহুত হাজাৰ বছৰ

২। তাম্ৰ যুগত মানুহে কি  খেতি কৰিছিল?

(ক)কপাহ

(খ)ধান

(গ)শস্য়ৰ

উত্তৰঃ (খ)ধান

৩। তাম্ৰ যুগৰ মানুহসকলৰ আ-অলংকাৰ কিহৰ আছিল ?

(ক)সোণ

(খ)তাম

(গ)ৰূপ

উত্তৰঃ (খ)তাম

৪। তাম্ৰ যুগত মানুহে কি কি জীৱ-জন্তু পুহিছিল?

(ক)গৰু-ছাগলী

(খ)হাতী

(গ)উট

উত্তৰঃ (ক)গৰু-ছাগলী

৫। তামেৰে তেওঁলোকে কি সা-সঁজুলি নিৰ্মাণ কৰিছিল ?

(ক)তৰোৱাল

(খ)দা

(গ)কটাৰী

উত্তৰঃ (ক)তৰোৱাল